জতুৱাৰ জঁট
১। ঘিট্ মিট্ আন্ধাৰত কি দেখে?
ভূত
ভগৱান
ইয়াৰ ভিতৰত এটাও নহয়
Answer: ভূত
২। অহুকানে-পহুকাণে মানে কি?
বৰকৈ বহলাই প্ৰকাশ কৰা
সমূলি পৰৰ অধীন
আৰ-তাৰ পৰা, ঘুনুক-ঘানাককৈ
Answer: আৰ-তাৰ পৰা, ঘুনুক-ঘানাককৈ
৩। জতুৱাৰ জঁট কবিতাটো কোনে ৰচনা কৰিছিল?
মিত্ৰদেৱ মহন্ত
শ্ৰী গগন চন্দ্ৰ অধিকাৰী
লক্ষ্মীনাথ বেজবৰুৱা
Answer: শ্ৰী গগন চন্দ্ৰ অধিকাৰী
৪। কোনবোৰ লোকে বৰ ভয় খায়?
অলপ-ধতুৱা বোৰে
নপতা ফুকন বোৰে
ইয়াৰ ভিতৰত এটাও নহয়
Answer: অলপ-ধতুৱা বোৰে
৫। আকাশত চাং পতা মানে কি?
আকাশত বাঁহেৰে চাং পতা
অস্বাভাৱিক কল্পনা কৰা
ইয়াৰ ভিতৰত এটাও নহয়
Answer: অস্বাভাৱিক কল্পনা কৰা
৬। কবি গগন চন্দ্ৰ অধিকাৰীৰ কিমান চনত জন্ম হৈছিল?
১৯৪১ চনত
১৮৮৯ চনত
২০০০ চনত
Answer: ১৯৪১ চনত
৭। তেখেতৰ ক'ত জন্ম হৈছিল?
যোৰহাটত
ডিব্ৰুগড়ত
ছয়গাঁৱৰ কাৱৈমাৰী সত্ৰত
Answer: ছয়গাঁৱৰ কাৱৈমাৰী সত্ৰত
৮। আনৰ ভাল দেখিব নোৱাৰা মানুহক কি বোলে?
অন্ধ
চকুচৰহা
ইয়াৰ ভিতৰত এটাও নহয়
Answer: চকুচৰহা
৯। যিজন মাক-দেউতাকৰ অতি মৰমৰ তেওঁক কি বোলে?
আলাসৰ লাড়ু
মৰমৰ
ইয়াৰ ভিতৰত এটাও নহয়
Answer: আলাসৰ লাড়ু
১০। হাত লৰ শব্দৰ অৰ্থ কি?
চোৰ
হাত খন লৰি থকা
ইয়াৰ ভিতৰত এটাও নহয়
Answer: চোৰ
১১। যি নিয়মমতে খৰছ কৰে, তেওঁক কি বোলে?
নিয়মিত
সদায়
মৃতব্যয়ী
Answer: মৃতব্যয়ী
১২। টকাত একোটা হাতী নামৰ পুথিখন কোনে ৰচনা কৰিছিল?
মিত্ৰদেৱ মহন্তই
শ্ৰী গগন চন্দ্ৰ অধিকাৰীয়ে
ইয়াৰ ভিতৰত এটাও নহয়
Answer; শ্ৰী গগন চন্দ্ৰ অধিকাৰীয়ে
১৩। কবিতাটোৰ মতে আকাশত চাং কোনে পাতে?
নপতা ফুকনে
অহুকাণে-পহুকাণে
ইয়াৰ ভিতৰত এটাও নহয়
Answer; নপতা ফুকনে
১৪। কবি গগন চন্দ্ৰ অধিকাৰীয়ে কিমান চনত সাহিত্য একাডেমী বঁটা লাভ কৰে?
২০০৯ চনত
২০২১ চনত
২০১০ চনত
Answer: ২০১০ চনত
১৫। গোটগৰু শব্দৰ অৰ্থ কি?
জ্ঞানী
অতি মূৰ্খ
ইয়াৰ ভিতৰত এটাও নহয়
Answer: অতি মূৰ্খ
১৬। আলৈ আথানি শব্দৰ অৰ্থ কি?
ভালকৈ থকা
সাৱধানে নোথোৱা
ইয়াৰ ভিতৰত এটাও নহয়
Answer: সাৱধানে নোথোৱা
১৭। কথা-চহকী শব্দৰ অৰ্থ কি?
বেছিকৈ কথা কোৱা
ধনী
ইয়াৰ ভিতৰত এটাও নহয়
Answer: বেছিকৈ কথা কোৱা
১৮। কুন্দত কটা শব্দৰ অৰ্থ কি?
বেয়া
ধুনীয়া
ইয়াৰ ভিতৰত এটাও নহয়
Answer: ধুনীয়া
১৯। ঘিট্ মিট্ শব্দৰ অৰ্থ কি?
পোহৰ
আন্ধাৰ
ইয়াৰ ভিতৰত এটাও নহয়
Answer; আন্ধাৰ
২০। ৰদালি এ ৰ'দ একঁ দে পুথিখন কোনে ৰটনা কৰিছিল?
মিত্ৰদেৱ মহন্তই
লক্ষ্মীনাথ বেজবৰুৱাই
শ্ৰী গগন চন্দ্ৰ অধিকাৰীয়ে
0 Comments