জতুৱাৰ জঁট


১। ঘিট্ মিট্ আন্ধাৰত কি দেখে?

ভূত

ভগৱান

ইয়াৰ ভিতৰত এটাও নহয়

Answer: ভূত


২। অহুকানে-পহুকাণে মানে কি?

বৰকৈ বহলাই প্ৰকাশ কৰা

সমূলি পৰৰ অধীন

আৰ-তাৰ পৰা, ঘুনুক-ঘানাককৈ

Answer: আৰ-তাৰ পৰা, ঘুনুক-ঘানাককৈ


৩। জতুৱাৰ জঁট কবিতাটো কোনে ৰচনা কৰিছিল?

মিত্ৰদেৱ মহন্ত

শ্ৰী গগন চন্দ্ৰ অধিকাৰী

লক্ষ্মীনাথ বেজবৰুৱা

Answer: শ্ৰী গগন চন্দ্ৰ অধিকাৰী


৪। কোনবোৰ লোকে বৰ ভয় খায়?

অলপ-ধতুৱা বোৰে

নপতা ফুকন বোৰে

ইয়াৰ ভিতৰত এটাও নহয়

Answer: অলপ-ধতুৱা বোৰে


৫। আকাশত চাং পতা মানে কি?

আকাশত বাঁহেৰে চাং পতা

অস্বাভাৱিক কল্পনা কৰা

ইয়াৰ ভিতৰত এটাও নহয়

Answer: অস্বাভাৱিক কল্পনা কৰা


৬। কবি গগন চন্দ্ৰ অধিকাৰীৰ কিমান চনত জন্ম হৈছিল?

১৯৪১ চনত

১৮৮৯ চনত

২০০০ চনত

Answer: ১৯৪১ চনত


৭। তেখেতৰ ক'ত জন্ম হৈছিল?

যোৰহাটত

ডিব্ৰুগড়ত

ছয়গাঁৱৰ কাৱৈমাৰী সত্ৰত

Answer: ছয়গাঁৱৰ কাৱৈমাৰী সত্ৰত


৮। আনৰ ভাল দেখিব নোৱাৰা মানুহক কি বোলে?

অন্ধ

চকুচৰহা

ইয়াৰ ভিতৰত এটাও নহয়

Answer: চকুচৰহা


৯। যিজন মাক-দেউতাকৰ অতি মৰমৰ তেওঁক কি বোলে?

আলাসৰ লাড়ু

মৰমৰ

ইয়াৰ ভিতৰত এটাও নহয়

Answer: আলাসৰ লাড়ু


১০। হাত লৰ শব্দৰ অৰ্থ কি?

চোৰ

হাত খন লৰি থকা

ইয়াৰ ভিতৰত এটাও নহয়

Answer: চোৰ


১১। যি নিয়মমতে খৰছ কৰে, তেওঁক কি বোলে?

নিয়মিত

সদায়

মৃতব্যয়ী

Answer: মৃতব্যয়ী


১২। টকাত একোটা হাতী নামৰ পুথিখন কোনে ৰচনা কৰিছিল?

মিত্ৰদেৱ মহন্তই

শ্ৰী গগন চন্দ্ৰ অধিকাৰীয়ে

ইয়াৰ ভিতৰত এটাও নহয়

Answer; শ্ৰী গগন চন্দ্ৰ অধিকাৰীয়ে


১৩। কবিতাটোৰ মতে আকাশত চাং কোনে পাতে?

নপতা ফুকনে

অহুকাণে-পহুকাণে

ইয়াৰ ভিতৰত এটাও নহয়

Answer; নপতা ফুকনে


১৪। কবি গগন চন্দ্ৰ অধিকাৰীয়ে কিমান চনত সাহিত্য একাডেমী বঁটা লাভ কৰে?

২০০৯ চনত

২০২১ চনত

২০১০ চনত

Answer: ২০১০ চনত


১৫। গোটগৰু শব্দৰ অৰ্থ কি?

জ্ঞানী

অতি মূৰ্খ

ইয়াৰ ভিতৰত এটাও নহয়

Answer: অতি মূৰ্খ


১৬। আলৈ আথানি শব্দৰ অৰ্থ কি?

ভালকৈ থকা

সাৱধানে নোথোৱা

ইয়াৰ ভিতৰত এটাও নহয়

Answer: সাৱধানে নোথোৱা


১৭। কথা-চহকী শব্দৰ অৰ্থ কি?

বেছিকৈ কথা কোৱা

ধনী

ইয়াৰ ভিতৰত এটাও নহয়

Answer: বেছিকৈ কথা কোৱা


১৮। কুন্দত কটা শব্দৰ অৰ্থ কি?

বেয়া

ধুনীয়া

ইয়াৰ ভিতৰত এটাও নহয়

Answer: ধুনীয়া


১৯। ঘিট্ মিট্ শব্দৰ অৰ্থ কি?

পোহৰ

আন্ধাৰ

ইয়াৰ ভিতৰত এটাও নহয়

Answer; আন্ধাৰ


২০। ৰদালি এ ৰ'দ একঁ দে পুথিখন কোনে ৰটনা কৰিছিল?

মিত্ৰদেৱ মহন্তই

লক্ষ্মীনাথ বেজবৰুৱাই

শ্ৰী গগন চন্দ্ৰ অধিকাৰীয়ে

Answer: শ্ৰী গগন চন্দ্ৰ অধিকাৰীয়ে