অসম


১। লেখকে কোনখন ঠাইক স্বৰ্গতো অধিক জনমভূমি বুলি কৈছে?

অসমক

ভাৰতক

ইয়াৰ ভিতৰত এটাও নহয়

Answer: অসমক


২। লক্ষ্মীনাথ বেজবৰুৱাৰ ধেমেলীয়া নাট এখনৰ নাম কি?

সুৰভি

লিতিকাই

ইয়াৰ ভিতৰত এটাও নহয়

Answer: লিতিকাই


৩। 'অ মোৰ আপোনাৰ দেশ' জাতীয় সংগীতটো কোনে ৰচনা কৰিছিল?

মিত্ৰদেৱ মহন্তই

নৱকান্ত বৰুৱাই

লক্ষ্মীনাথ বেজবৰুৱাই

Answer: লক্ষ্মীনাথ বেজবৰুৱাই


৪। লক্ষ্মীনাথ বেজবৰুৱাক কি উপাধিৰে বিভূষিত কৰা হয়।

ৰসৰাজ

ফণীশৰ্মা

কৰ্মবীৰ

Answer: ৰসৰাজ


৫। জনমানসত তেওঁক কি নামেৰে জনা যায়?

ৰসৰাজ

সাহিত্যৰথী

ইয়াৰ ভিতৰত এটাও নহয়

Answer: সাহিত্যৰথী


৬। মুছলমান বুৰঞ্জীলেখকে অসম দেশক কি বুলিছিল?

আহোম

অহম

অসমৰ দেশ

Answer: অসমৰ দেশ


৭। শক্তিৰ চৰ্চা মানে কি?

পৰাধীনতা

স্বাধীনতা

ইয়াৰ ভিতৰত এটাও নহয়

Answer: স্বাধীনতা


৮। লক্ষ্মীনাথ বেজবৰুৱাই অসমীয়া মানুহৰ স্বভাৱ,দোষ-ত্ৰুটিবিলাক কেনেকৈ আঙুলিয়াই দিছে?

দুখেৰে

খঙেৰে

হাঁহিৰ চলেৰে

Answer: হাঁহিৰ চলেৰে


৯। লক্ষ্মীনাথ বেজবৰুৱাৰ এখন উপন্যাসৰ নাম কি?

জোনবিৰি

নাতিল'ৰা

পদুম কুঁৱৰী

Answer: পদুম কুঁৱৰী


১০। তেখেতৰ এখন চুটিগল্প পুথিৰ নাম কি?

সাধুকথাৰ কুঁকি

সুৰভি

ইয়াৰ ভিতৰত এটাও নহয়

Answer: সুৰভি


১১। তেখেতৰ এখন শিশু সাহিত্যৰ নাম কি?

নোমল

জুনুকা

কদমকলি

Answer: জুনুকা


১২। আমাৰ সকলো শক্তি কাৰ সেৱাত লগাব লাগিব?

স্বদেশৰ সেৱাত

বিদেশৰ সেৱাত

ইয়াৰ ভিতৰত এটাও নহয়

Answer: স্বদেশৰ সেৱাত 


১৩। লক্ষ্মীনাথ বেজবৰুৱা অসমীয়া ভাষা সাহিত্যৰ কি?

আগ ধৰোঁতা

গুৰি ধৰোঁতা

ইয়াৰ ভিতৰত এটাও নহয়

Answer: গুৰি ধৰোঁতা


১৪। সুৰভি নামৰ পুথিখন কি?

কবিতা পুথি

শিশু সাহিত্য

চুটিগল্প

Answer: চুটিগল্প


১৫। জুনুকা নামৰ পুথিখন কি?

শিশু সাহিত্য

উপন্যাস

ইয়াৰ ভিতৰত এটাও নহয়

Answer: শিশু সাহিত্য


১৬। পদুম কুঁৱৰী পুথিখন কি?

উপন্যাস

কবিতা পুথি

ইয়াৰ ভিতৰত এটাও নহয়

Answer: উপন্যাস


১৭। অসন্তোষ শব্দৰ বিপৰীত অৰ্থ কি?

আনন্দ

দেশ

সন্তোষ

Answer: সন্তোষ


১৮। ইংৰাজ গৱৰ্ণমেন্টেও প্ৰথম অসম দেশ লওঁতে ইংৰাজীত ইয়াৰ নাম কি বুলি লিখিছিল?

Assam

Axum

ইয়াৰ ভিতৰত এটাও নহয়

Answer: Assam


১৯। চিৰস্মৰণীয় শব্দৰ অৰ্থ কি?                                                                   

আনন্দ,হৰ্ষ

স্বাধীন

সদায় মনত ৰাখিবৰ যোগ্য

 Answer: সদায় মনত ৰাখিবৰ যোগ্য


২০। মালিতা মানে কি?

মানুহৰ মুখে মুখে চলি অহা

থলুৱা ভাষাত গঢ় লৈ উঠা কাহিনী গীত

ইয়াৰ ভিতৰত এটাও নহয়

Answer: থলুৱা ভাষাত গঢ় লৈ উঠা কাহিনী গীত