জীৱৰ শ্বস-প্ৰশ্বস

১। সকলোবিলাক জীৱ ক্ষ্দ্ৰ আণু বীক্ষণিক বোৰক কি বোলে?

অম্ল

কোষ

ইয়াৰ ভিতৰত এটাও নহয়

Answer: কোষ


২। কোষত থকা খাদ্য়বস্তু ভাঙি শক্তি নিৰ্গত হোৱা প্ৰক্ৰিয়াটোক কি বোলে?

কোষৰ খাদ্য় গ্ৰহণ

কোষৰ শ্বসন

কোষৰ বিকিৰণ

Answer: কোষৰ শ্বসন


৩। অক্সিজেন ব্য়ৱহাৰ কৰি যেতিয়া গ্লুক'জ ভাঙে তেতিয়া তাক কি বোলে?

কোষ

সবাত

ইয়াৰ ভিতৰত এটাও নহয়

Answer: সবাত


৪। বায়বীয় শ্বসনৰ আন এটা নাম কি?

উশাহ

কোষ

সবাত

Answer: সবাত


৫। অক্সিজেন ব্য়ৱহাৰ নকৰাকৈ খাদ্য়বস্তুবোৰ ভাঙোন হোৱা প্ৰক্ৰিয়াটোক কি বোলে?

বায়বীয় শ্বসন

অবাত

ইয়াৰ ভিতৰত এটাও নহয়

Answer: অবাত


৬। অবাতৰ আন এটা নাম কি?

আবায়ৱীয় শ্বসন

আদ্ৰতা

অম্ল

Answer: আবায়ৱীয় শ্বসন


৭। কিছুমান জীৱই বায়ুৰ অবিহনেও জীয়াই থাকিব পাৰে তেনেকুৱা জীৱক কি বোলে?

স্বপোষী জীৱ

পৰপোষী জীৱ

অবাত জীৱ

Answer: অবাত জীৱ


৮। ইষ্ট কি?

পৰপোষী জীৱ

এককোষী জীৱ

স্বপোষী জীৱ

Answer: এককোষী জীৱ


৯। ইষ্টই শ্বাস লোৱা প্ৰক্ৰিয়াটোত কি উৎপন্ন হয়?

প্ৰ'টিন

হিউমাছ

এলক'হল

Answer: এলক'হল


১০। গ্লুক'জ ভাঙিলে কি এছিড প্ৰস্তুত হয়?

এলক'হল

গলন

লেকটিক

Answer: লেকটিক


১১। লেকটিক এছিড জমা হৈ কি সৃষ্টি হয়?

সিৰামূৰি

অম্ল

ক্ষাৰক

Answer: সিৰামূৰি


১২। শৰীৰৰ পৰা বায়ু বাহিৰ কৰি দিয়াক কি বোলে?

উশাহ

নিশাহ

অক্সিজেন

Answer: নিশাহ


১৩। এজন মানুহে এক মিনিটত যিমান বাৰ উশাহ-নিশাহ লয় তাক কি বোলে?

উশাহ-নিশাহৰ হাৰ

অক্সিজেন হাৰ

ইয়াৰ ভিতৰত এটাও নহয়

Answer: উশাহ-নিশাহৰ হাৰ


১৪। বয়স্ক মানুহে জিৰণিৰ অৱস্থাক গড় হিচাপে কিমান বাৰ উশাহ-নিশাহ লয়?

৫-৭

১৫-১৮

৯০-১০০

Answer: ১৫-১৮


১৫। ব্য়ায়ামৰ সময়ত প্ৰতি মিনিটত উশাহ-নিশাহ বাৰ কিমান বাৰলৈ বৃদ্ধি হয়?

১৫

৫৫

২৫

Answer: ২৫


১৬। বায়ু আমি কিহৰ সহায়ত গ্ৰহণ কৰো?

ছালৰ সহায়ত

নাসাৰন্ধ্ৰৰ সহায়ত

নোমৰ সহায়ত

Answer: নাসাৰন্ধ্ৰৰ সহায়ত


১৭। বক্ষ গহবৰত ক'ত থাকে?

নাসাৰন্ধ্ৰত

হাওঁফাওঁত

হাতত

Answer: হাওঁফাওঁত


১৮। বক্ষ গহবৰৰ তলিখন এখন ডাঙৰ পেশীযুক্ত পৰ্দাৰে গঠিত, ইয়াক কি বোলে?  

ছেদক

ক্ষাৰক

মধ্য়চ্ছদা

Answer: মধ্য়চ্ছদা


১৯। ধূমপানৰ লগত কি ৰোগৰ সম্বন্ধ আছে?

বেৰিবেৰি

কৰ্কট

স্কাৰ্ভি

Answer: কৰ্কট


২০। কিহে খাদ্য়ৰ পৰা শক্তি নিৰ্গত কৰে?

ক্ষাৰকে

শ্বসনে

ছেদকে

Answer: শ্বসনে