গতি আৰু সময় 

১। গতিৰ ভাগ কেইটা আৰু কি কি?

২ ভাগত

৩ ভাগত

১ ভাগত

Answer: ৩ ভাগত


২। দোলনাত শিশু এটাই কৰা গতিটো হৈছে?

পৰ্যাবৃত্ত গতি

বৃত্ত গতি

ইয়াৰ ভিতৰত এটাও নহয়

Answer: পৰ্যাবৃত্ত গতি


৩। বাইচাইকেলৰ চকাৰ গতিটো হৈছে?

পৰ্যাবৃত্ত গতি

বৃত্ত গতি

ইয়াৰ ভিতৰত এটাও নহয়

Answer: বৃত্ত গতি


৪। সৰলৰেখাত কৰা গতিটো হৈছে

সৰলৰৈখিক গতি

দোলন গতি

ইয়াৰ ভিতৰত এটাও নহয়

Answer: সৰলৰৈখিক গতি


৫। নিজৰ গতি পুৰনাবৃত্তি কৰা গতিটো হৈছে?

দোলন গতি

বৃত্ত গতি

ৰ্পযাবৃত্ত গতি

Answer: ৰ্পযাবৃত্ত গতি


৬। কোনো বস্তুৱে একক সময় অতিক্ৰম কৰা দূৰত্বক আমি বস্তুকি বুলি কওঁ?

সময়

দ্ৰুতি

দ্ৰতি

Answer: দ্ৰুতি


৭। দ্ৰুতি ৰাশিটোৱে কি বুজাই?

ঘড়ী

সময়

গড় দ্ৰুতি

Answer: গড় দ্ৰুতি


৮। সৰল ৰেখাৰে গতি কৰি থকা কোনো বস্তুৰ দ্ৰুতি যদি পৰিৱৰ্তন হৈ থাকে, তেনে গতিক কি বোলে?

সৰল গতি

বিষম গতি

ইয়াৰ ভিতৰত এটাও নহয়

Answer: বিষম গতি


৯। সৰল ৰেখাৰে একে দ্ৰুতিত গতি কৰি থাকিলে তাক কি গতি বোলে?

বিষম গতি

সুষম গতি

সৰল গতি

Answer: সুষম গতি


১০। ধাতুৰ বলটোক কি বুলি কোৱা হয়?

দোলক

দোলকপিণ্ড

ইয়াৰ ভিতৰত এটাও নহয়

Answer: দোলকপিণ্ড


১১। পৰ্যাবৃত্ত গতিৰ আন এটা নাম কি?  

দোলক

দোলায়িত

ইয়াৰ ভিতৰত এটাও নহয়

Answer: দোলায়িত


১২। একক চিহ্নবোৰ কিহত লিখা হয়?

বহিত

কাঠত

একক বচনত

Answer: একক বচনত


১৩। প্ৰদও দোলক এটা কি?

পৰ্যায়কাল ধ্ৰুৱক

সময়

ইয়াৰ ভিতৰত এটাও নহয়

Answer: পৰ্যায়কাল ধ্ৰুৱক


১৪। এটা বলৰ দ্বাৰা দ্ৰুতিৰ জোখ লব পাৰেনে?

নোৱাৰে

পাৰে

ইয়াৰ ভিতৰত এটাও নহয়

Answer: পাৰে


১৫। গাড়ীৰ ডেছব'ৰ্ড যন্ত্ৰটো হ'ল?

তাপমেটাৰ

দ্ৰুতিমেতাৰ

ইয়াৰ ভিতৰত এটাও নহয়

Answer: দ্ৰুতিমেতাৰ


১৬। দ্ৰুতিমেতাৰৰ আন এটা নাম কি?

স্পিড'মিটাৰ

থাৰ্ম'মিটাৰ

ইয়াৰ ভিতৰত এটাও নহয়

Answer: স্পিড'মিটাৰ


১৭। দূৰত্বমেতাৰৰ আন এটা নাং কি?

দ্ৰুতিমেতাৰ

স্পিড'মিটাৰ

অড'মিটাৰ

Answer: অড'মিটাৰ


১৮। কোনো এটা বস্তুৱে একক সময়ত অতিক্ৰম কৰা দূৰত্বক তাৰ কি বুলি কোৱা হয়?

দ্ৰুতি

সময়

তাপ

Answer: দ্ৰুতি


১৯। মৰণা মৰি থাকোতে মৰি থকা  ঘূৰণটো হৈছে?

বৃত্ত গতি

দোলন গতি

ইয়াৰ ভিতৰত এটাও নহয়

Answer: বৃত্ত গতি

 

২০।  জনা নিৰ্দিষ্ট ৰাশিক কি বোলে?

দৈঘ্য়

একক

সময়

Answer: একক