বিদ্য়ুৎ প্ৰৱাহ আৰু ইয়াৰ ক্ৰিয়া
১। বিদ্য়ুৎ কোষ কেইটা?
২ টা
৪ টা
৬ টা
Answer: ২ টা
২। বিদ্য়ুৎ কোষৰ + চিহ্ন ডালৰ নাম কি?
ধনাত্মাক
ঋণাত্মক
ইয়াৰ ভিতৰত এটাও নহয়
Answer: ধনাত্মাক
৩। বিদ্য়ুৎ কোষৰ - চিহ্ন ডালৰ নাম কি?
ধনাত্মাক
ঋণাত্মক
ইয়াৰ ভিতৰত এটাও নহয়
Answer: ঋণাত্মক
৪। বাল্বটোৰ যিডাল মিহি তাঁৰৰ পৰা পোহৰ নিৰ্গত হয় তাকেই বাল্বটোৰ কি বোলে?
অম্ল
ক্ষাৰক
ফিলামেণ্ট
Answer: ফিলামেণ্ট
৫। বাল্বটোৰ জ্বলা নুমা কৰিলে বাল্বটোৰ কি হয়?
ফিউজ যায়
জ্বলি যায়
ইয়াৰ ভিতৰত এটাও নহয়
Answer: ফিউজ যায়
৬। বিদ্য়ুতিক কোষ হ'ল
বেটাৰী
তাঁৰ
ছুইচ
Answer: বেটাৰী
৭। বিদ্য়ুতিক চাকি হ'ল
তাঁৰ
ছুইচ
লাইত
Answer: লাইত
৮। এটা বৰ্তনীৰ যিকোনো ঠাইতে চাবি বা ছুইচটো স্থাপন কৰিব পাৰি?
নোৱাৰি
পাৰি
ইয়াৰ ভিতৰত এটাও নহয়
Answer: নোৱাৰি
৯। বিদ্য়ুতিক চাকি কিহৰ বাবে ব্য়ৱহাৰ কৰা হয়?
খাদ্য় প্ৰস্তুত কৰিবলৈ
পোহৰ পাবলৈ
খাদ্য় গ্ৰহণ কৰিবলৈ
Answer: পোহৰ পাবলৈ
১০। বিদ্য়ুতিক চাকিয়ে কি নিৰ্গত কৰে?
পানী
বতাহ
তাপ
Answer: তাপ
১১। বিদ্য়ুতিক চাকি ব্য়ৱহাৰৰ ফলত বিদ্য়ুতৰ কি হয়?
অপচয়
পচয়
ইয়াৰ ভিতৰত এটাও নহয়
Answer: অপচয়
১২। অপচয় কাম বোৰৰ বাবে ফিলামেণ্টযুক্ত চাকিৰ পৰিৱৰ্তে কি চাকি ব্য়ৱহাৰ কৰিব পৰা যায়?
আঁহযুক্ত চাকি
প্ৰতিপ্ৰভ টিউব চাকি
তাঁৰযুক্ত চাকি
Answer: প্ৰতিপ্ৰভ টিউব চাকি
১৩। বিদ্য়ুতিক আহিলাত কি ব্য়ৱহাৰ কৰা হয়?
ফিউজ
তাঁৰ
ইয়াৰ ভিতৰত এটাও নহয়
Answer: ফিউজ
১৪। আজিকালি ফিউজৰ পৰিৱৰ্তে কি বৰ্তনী ব্য়ৱহাৰ কৰা হয়?
তাঁৰযুক্ত বৰ্তনী
ক্ষুদ্ৰকায় বৰ্তনী চূণক
ইয়াৰ ভিতৰত এটাও নহয়
Answer: ক্ষুদ্ৰকায় বৰ্তনী চূণক
১৫। বিভিন্ন লাইতত ফিউজৰ পৰিৱৰ্তে বেলেগ তাঁৰ বা ধাতুৰ পটি ব্য়ৱহাৰ কৰিব পাৰিনে?
পাৰি
নোৱাৰি
ইয়াৰ ভিতৰত এটাও নহয়
Answer: নোৱাৰি
১৬। যেতিয়া বৰ্তনীৰ মাজেৰে বিদ্য়ুৎ প্ৰৱাহিত হয় তেতিয়া বাল্বটো কি হয়?
জ্বলি উঠে
নোমাই যায়
ইয়াৰ ভিতৰত এটাও নহয়
Answer: জ্বলি উঠে
১৭। তাঁৰ এডাল হ'ল
বিদ্য়ুৎ পৰিবাহী
বিদ্য়ুৎ অপৰিবাহী
ইয়াৰ ভিতৰত এটাও নহয়
Answer: বিদ্য়ুৎ পৰিবাহী
১৮। কাঠ এডাল হ'ল
বিদ্য়ুৎ অপৰিবাহী
বিদ্য়ুৎ পৰিবাহী
ইয়াৰ ভিতৰত এটাও নহয়
Answer: বিদ্য়ুৎ অপৰিবাহী
১৯। বিদ্য়ুতিক কোষ হ'ল বিদ্য়ুতৰ এটা কি?
বৰ্তনী
কোষ
উৎস
Answer: উৎস
২০। মানুহৰ শৰীৰটো বিদ্য়ুৎ পৰিবাহী নে অপৰিবাহী?
অপৰিবাহী
পৰিবাহী
ইয়াৰ ভিতৰত এটাও নহয়
Answer: পৰিবাহী