বিদ্য়ুৎ প্ৰৱাহ আৰু ইয়াৰ ক্ৰিয়া


১। বিদ্য়ুৎ কোষ কেইটা?

২ টা

৪ টা

৬ টা

Answer: ২ টা


২।  বিদ্য়ুৎ কোষৰ + চিহ্ন ডালৰ নাম কি?

ধনাত্মাক

ঋণাত্মক

ইয়াৰ ভিতৰত এটাও নহয়

Answer: ধনাত্মাক


৩। বিদ্য়ুৎ কোষৰ - চিহ্ন ডালৰ নাম কি?

ধনাত্মাক

ঋণাত্মক

ইয়াৰ ভিতৰত এটাও নহয়

Answer: ঋণাত্মক


৪। বাল্বটোৰ যিডাল মিহি তাঁৰৰ পৰা পোহৰ নিৰ্গত হয় তাকেই বাল্বটোৰ কি বোলে?

অম্ল

ক্ষাৰক

ফিলামেণ্ট

Answer: ফিলামেণ্ট


৫। বাল্বটোৰ জ্বলা নুমা কৰিলে বাল্বটোৰ কি হয়?

ফিউজ যায়

জ্বলি যায়

ইয়াৰ ভিতৰত এটাও নহয়

Answer: ফিউজ যায়


৬। বিদ্য়ুতিক কোষ হ'ল

বেটাৰী

তাঁৰ

ছুইচ

Answer: বেটাৰী


৭।  বিদ্য়ুতিক চাকি হ'ল

তাঁৰ

ছুইচ

লাইত

Answer: লাইত


৮। এটা বৰ্তনীৰ যিকোনো ঠাইতে চাবি বা ছুইচটো স্থাপন কৰিব পাৰি?

নোৱাৰি

পাৰি

ইয়াৰ ভিতৰত এটাও নহয়

Answer: নোৱাৰি


৯। বিদ্য়ুতিক চাকি কিহৰ বাবে ব্য়ৱহাৰ কৰা হয়?

খাদ্য় প্ৰস্তুত কৰিবলৈ

পোহৰ পাবলৈ

খাদ্য় গ্ৰহণ কৰিবলৈ

Answer: পোহৰ পাবলৈ


১০।  বিদ্য়ুতিক চাকিয়ে কি নিৰ্গত কৰে?

পানী

বতাহ

তাপ

Answer: তাপ


১১। বিদ্য়ুতিক চাকি ব্য়ৱহাৰৰ ফলত বিদ্য়ুতৰ কি হয়?

অপচয়

পচয়

ইয়াৰ ভিতৰত এটাও নহয়

Answer: অপচয়


১২। অপচয় কাম বোৰৰ বাবে ফিলামেণ্টযুক্ত চাকিৰ পৰিৱৰ্তে কি চাকি ব্য়ৱহাৰ কৰিব পৰা যায়?

আঁহযুক্ত চাকি

প্ৰতিপ্ৰভ টিউব চাকি

তাঁৰযুক্ত চাকি

Answer: প্ৰতিপ্ৰভ টিউব চাকি


১৩। বিদ্য়ুতিক আহিলাত কি ব্য়ৱহাৰ কৰা হয়?

ফিউজ

তাঁৰ

ইয়াৰ ভিতৰত এটাও নহয়

Answer: ফিউজ


১৪। আজিকালি ফিউজৰ পৰিৱৰ্তে কি বৰ্তনী ব্য়ৱহাৰ কৰা হয়?

তাঁৰযুক্ত বৰ্তনী

ক্ষুদ্ৰকায় বৰ্তনী চূণক

ইয়াৰ ভিতৰত এটাও নহয়

Answer: ক্ষুদ্ৰকায় বৰ্তনী চূণক


১৫। বিভিন্ন লাইতত  ফিউজৰ পৰিৱৰ্তে বেলেগ তাঁৰ বা ধাতুৰ পটি ব্য়ৱহাৰ কৰিব পাৰিনে?

পাৰি

নোৱাৰি

ইয়াৰ ভিতৰত এটাও নহয়

Answer: নোৱাৰি


১৬। যেতিয়া বৰ্তনীৰ মাজেৰে বিদ্য়ুৎ প্ৰৱাহিত হয় তেতিয়া বাল্বটো কি হয়?

জ্বলি উঠে

নোমাই যায়

ইয়াৰ ভিতৰত এটাও নহয়

Answer: জ্বলি উঠে


১৭। তাঁৰ এডাল হ'ল

বিদ্য়ুৎ পৰিবাহী

বিদ্য়ুৎ অপৰিবাহী

ইয়াৰ ভিতৰত এটাও নহয়

Answer: বিদ্য়ুৎ পৰিবাহী


১৮। কাঠ এডাল হ'ল

বিদ্য়ুৎ অপৰিবাহী

বিদ্য়ুৎ পৰিবাহী

ইয়াৰ ভিতৰত এটাও নহয়

Answer: বিদ্য়ুৎ অপৰিবাহী


১৯। বিদ্য়ুতিক  কোষ হ'ল বিদ্য়ুতৰ এটা কি?

বৰ্তনী

কোষ

উৎস

Answer: উৎস

 

২০। মানুহৰ শৰীৰটো বিদ্য়ুৎ পৰিবাহী নে অপৰিবাহী?  

অপৰিবাহী

পৰিবাহী

ইয়াৰ ভিতৰত এটাও নহয়

Answer: পৰিবাহী