প্ৰাণীৰ পৰিপুষ্টি


১। উদ্ভিদে কি প্ৰক্ৰিয়াৰ দ্বাৰা নিজৰ খাদ্য় নিজে প্ৰস্তুত কৰে?

স্বপোষণ প্ৰক্ৰিয়া

সালোকসংশ্লেষণ প্ৰক্ৰিয়া

ইয়াৰ ভিতৰত এটাও নহয়

Answer: সালোকসংশ্লেষণ প্ৰক্ৰিয়া


২। কাৰ্ব'হাইড্ৰেটৰ নিচিনা খাদ্য়ৰ উপাদানবোৰ প্ৰকৃততে কি দ্ৰব্য়?

সৰল দ্ৰব্য়

পোষকীয় দ্ৰব্য়

জটিল দ্ৰব্য়

Answer: জটিল দ্ৰব্য়


৩। অজগৰ সাপে চিকাৰক কি দৰে খায়?

চোবাই খাই

গিলি খাই

ইয়াৰ ভিতৰত এটাও নহয়

Answer: গিলি খাই


৪। কিছুমান জলজ প্ৰাণীয়ে ভাহিঁ থকা ক্ষুদ্ৰ খাদ্য় কণিকাবোৰক কেনেদৰে ভক্ষণ কৰে?

চোবাই

ছেকি

গিলি

Answer: ছেকি


৫। খাদ্য়নলী আৰু সহযোগী গ্ৰন্থিবোৰ একেগলে লগ হৈ কি তন্ত্ৰ গঠিত হৈছে?

ক্ষুদ্ৰাতন্ত্ৰ

বৃহদন্ত্ৰ

পাচনতন্ত্ৰ

Answer; পাচনতন্ত্ৰ


৬। খাদ্য় গ্ৰহণ কৰা প্ৰক্ৰিয়াটোক কি বোলে?

মুখ গহবৰ

অন্তঃগ্ৰহণ

ইয়াৰ ভিতৰত এটাও নহয়

Answer: অন্তঃগ্ৰহণ


৭। দাঁত বোৰ কিমান বছৰৰ বয়সত সৰি যায়?

১০ৰ পৰা ১২ৰ বছৰৰ বয়সত

৫ৰ পৰা ৬ বছৰৰ বয়সত

৬ৰ পৰা ৮ বছৰৰ বয়সত

Answer; ৬ৰ পৰা ৮ বছৰৰ বয়সত


৮। গাখীৰৰ দাঁত সৰি যোৱাৰ পিছত গজা দাঁতক কি বোলে?

ছেদক দাঁত

স্থায়ী দাঁত

ইয়াৰ ভিতৰত এটাও নহয়

Answer; স্থায়ী দাঁত


৯। দাঁত ক্ষয় হোৱা প্ৰধান কাৰণ কি?

মিঠাই জাতীয় সামগ্ৰী

নিমস জাতীয় সামগ্ৰী

ইয়াৰ ভিতৰত এটাও নহয়

Answer; মিঠাই জাতীয় সামগ্ৰী


১০। গিলা খাদ্য় বোৰ কি নলীৰে পাৰ হৈ যায়?

গ্ৰাসনলীৰে বা গ্ৰসিকা নলীৰে

ক্ষুদ্ৰন্ত্ৰ নলীৰে

বৃহদন্ত্ৰ নলীৰে

Answer; গ্ৰাসনলীৰে বা গ্ৰসিকা নলীৰে


১১। পাকস্থলীৰ আকৃতি কেনেকুৱা?

চেপেটা A টোৰ দৰে

চেপেটা V টোৰ দৰে

চেপেটা U টোৰ দৰে

Answer: চেপেটা U টোৰ দৰে


১২। খাদ্য় নলীৰ আটাইতকৈ বহল অংশ টোৰ নাম কি?

হাওঁফাওঁ

পাকস্থলী

ইয়াৰ ভিতৰত এটাও নহয়

Answer: পাকস্থলী


১৩। গৰুৰ পাকস্থলীৰ পৃথক অংশক কি বোলে?

শোষণ

ৰোমন্থ

ছিকাম

Answer: ৰোমন্থ


১৪। ডায়েৰীয়া আন এটা নাম কি?

বিষক্ৰিয়া

পেটচলা

ইয়াৰ ভিতৰত এটাও নহয়

Answer: পেটচলা


১৫। এমিবাই কি খাদ্য় খাই জীয়াই থাকে?

বেক্টেৰিয়া

অণুজীৱ

ইয়াৰ ভিতৰত এটাও নহয়

Answer: অণুজীৱ


১৬। এমিবাই খাদ্য় সিনি পাছত ক'ত সোমাই পৰে?

পাকস্থলীত

কুটপদত

খাদ্য় ৰিক্তিকাত

Answer; খাদ্য় ৰিক্তিকাত


১৭। আমাৰ দেহত শক্তি যোগান ধৰা উপাদান বিধ হ'ল?

ভিটামিন আৰু খনিজ লৱন

কাৰ্ব'হাইড্ৰেট আৰু স্নেহপদাৰ্থ

ইয়াৰ ভিতৰত এটাও নহয়

Answer: কাৰ্ব'হাইড্ৰেট আৰু স্নেহপদাৰ্থ


১৮। আমাৰ শৰীৰে সূৰ্যৰ পোহৰত কি ভিটামিন প্ৰস্তুত কৰে?

ভিটামিন K

ভিটামিন E

ভিটামিন D

Answer: ভিটামিন D


১৯। ভিটামিন Dৰ অভাৱত কি বেমাৰ হয়?

স্কাৰ্ভি

ৰিকেট

ইয়াৰ ভিতৰত এটাও নহয়

 Answer: ৰিকেট


২০। ভিটামিন Bৰ অভাৱত কি বেমাৰ হয়?

দৃষ্টি কমি যোৱা

গৰল

বেৰিবেৰি

Answer; বেৰিবেৰি