তাপ


১। আমি কিহৰ সহায়ত গৰম আৰু চেঁচা অনুভৱ কৰো?

ছালৰ সহায়ত

সচৰাচৰ স্পৰ্শৰ সহায়ত

ইয়াৰ ভিতৰত এটাও নহয়

Answer: সচৰাচৰ স্পৰ্শৰ সহায়ত


২। থাৰ্ম'মিটাৰৰ আন এটা নাম কি?

অন্তন

তাপমিটাৰ

ইয়াৰ ভিতৰত এটাও নহয়

Answer: তাপমিটাৰ


৩। এটা তাপমিটাৰত কি কি সামগ্ৰী থাকে?

এডাল তাঁৰ

এটোকোৰা লোঁক

এডাল দীঘল, ঠেক আৰু সুষম কাঁচৰ নলী থাকে

Answer: এডাল দীঘল, ঠেক আৰু সুষম কাঁচৰ নলী থাকে


৪। আমি ব্য়ৱহাৰ কৰা স্কেলডালক কিহৰ সহায়ত বুজোৱা হয়?

°C

°D

°F

Answer: °C


৫। তাপমেতাৰটো পৰাপক্ষত কি দ্ৰৱৰে ধুই লব লাগে?

জটিল দ্ৰৱৰে

সৰল দ্ৰৱৰে

এণ্টিচেপটিক দ্ৰৱৰে

Answer: এণ্টিচেপটিক দ্ৰৱৰে


৬। মানুহৰ শৰীৰৰ  স্বাভাৱিক উষ্ণতা কিমান ?

৩২°C

৩৭°C

৩৫°C

Answer: ৩৭°C


৭। তাপমেতাৰ দ্বাৰা কিমান ডিগ্ৰীৰ পৰা কিমান ডিগ্ৰীৰ উষ্ণতা জুখিব পাৰি?

৩১°C ৰ পাৰ ৯৯°C

৩৫°C ৰ পৰা ৪২°C

ইয়াৰ ভিতৰত এটাও নহয়

Answer: ৩৫°C ৰ পৰা ৪২°C


৮। গৰম প্ৰান্তৰ পৰা চেঁচা প্ৰান্তলৈ তাপৰ সঞ্চালন হোৱা প্ৰক্ৰিয়া টোক কি বোলে?

প্ৰচন

অন্তন

পৰিবহণ

Answer; পৰিবহণ


৯। পানী আৰু বায়ু হ'ল?

পৰিবাহী

কুপৰিবাহী

ইয়াৰ ভিতৰত এটাও নহয়

Answer: কুপৰিবাহী


১০। সাগৰৰ পৰা অহা বতাহক কি বোলে?

স্থলবতাহ

জলবতাহ

সাগৰীয়বতাহ

Answer: জলবতাহ


১১। কি প্ৰক্ৰিয়াৰে সূৰ্যৰ পোহৰ আমাৰ শৰীৰলৈ আহে?

পৰিচলন

বিকিৰণ

ইয়াৰ ভিতৰত এটাও নহয়

Answer: বিকিৰণ


১২। তাপৰ শোষিত অংশই বস্তুৰ উষ্ণতা কি কৰে?

কমায়

বঢ়ায়

সমানে থাকে

Answer; বঢ়ায়


১৩। বস্তু উত্তাপৰ মাত্ৰাৰজোখ হৈছে

বিকৰণ

উষ্ণতা

ইয়াৰ ভিতৰত এটাও নহয়

Answer; উষ্ণতা


১৪। সাগৰৰ লুনীয়া পানীৰ পৰা নিমখ আহৰণ কৰা প্ৰক্ৰিয়াটোক হ'ল

ঘনীভৱন

বাষ্পীভৱন

ইয়াৰ ভিতৰত এটাও নহয়

Answer; বাষ্পীভৱন


১৫। পানীত বায়ু দৱীভুক্ত হৈ থাকে নে?

নাথাকে

থাকে

ইয়াৰ ভিতৰত এটাও নহয়

Answer; থাকে


১৬। মাটিত বায়ু থাকে নে?

থাকে

নাথাকে

ইয়াৰ ভিতৰত এটাও নহয়

Answer; থাকে


১৭। সূৰ্যৰ পোহৰত ধূলিকণা থাকে নে?

নাথাকে

থাকে

ইয়াৰ ভিতৰত এটাও নহয়

Answer: থাকে


১৮। বালীৰ আন এটা নাম কি?

ধূলিকণা

সংযুক্তি

ইয়াৰ ভিতৰত এটাও নহয়

Answer: ধূলিকণা


১৯। পানী ভাপলৈ পৰিৱৰ্তন হোৱা প্ৰক্ৰিয়াটোক কি বোলে?

ঘনীভৱন

বাষ্পীভৱন

ইয়াৰ ভিতৰত এটাও নহয়

 Answer: বাষ্পীভৱন


২০। জলীয় ভাপ পানীলৈ পৰিৱৰ্তন হোৱা প্ৰক্ৰিয়াটোক কি বোলে?

বাষ্পীভৱন

ঘনীভৱন

ইয়াৰ ভিতৰত এটাও নহয়

Answer: ঘনীভৱন