অম্ল, ক্ষাৰক আৰু লৱণ


১। এছিডৰ আন এটা নাম কি?

ৰেচম

বাণী

অম্ল

Answer: অম্ল


2। দৈ, নেমুটেঙা, কমলা আদিৰ ৰস কিহৰ বাবে টেঙা?

এছিড থকাৰ বাবে

ভিনেগাৰ থকাৰ বাবে

ইয়াৰ ভিতৰত এটাও নহয়

Answer; এছিড থকাৰ বাবে

 

৩। বেকিং ছ'ডাৰৰ সোৱাদ কেনেকুৱা?

মিঠা

তিতা

টেঙা

Answer: তিতা


৪। যিবোৰ বস্তুৰ সোৱাদবোৰ তিতা বা চুলে চাবোনৰ পানীৰ দৰে লাগে সেইবোৰ বস্তুক কি বোলে?

এছিড

ৰেচম

ক্ষাৰক

Answer: ক্ষাৰক

 

৫। কোন বোৰ বস্তু আম্লিক নে ক্ষাৰকীয়, সেয়া পৰীক্ষা কৰিবলৈ কিছুমান বিশেষ ধৰণৰ দ্ৰব্য় ব্য়ৱহাৰ কৰা হয় সেই বোৰ দ্ৰব্য় হ'ল?

ক্ষাৰক

সূচক

ইয়াৰ ভিতৰত এটাও নহয়

Answer; সূচক


৬। সূচক পোৱা কিছুমান উপাদান হ'ল?

হালধি, জবাফুল আদি

ৰঙালাও

মাহ জাতীয় শস্য়

Answer; হালধি, জবাফুল আদি


৭। আম্লৰ লগত যদি লিটমাছ দ্ৰৱ মিহলালে ইয়াৰ ৰং কেনেকোৱা হৈ পৰে?

বগা

হালধীয়া

ৰঙা

Answer; ৰঙা


৮। যিবোৰ দ্ৰৱই নীলা বা ৰঙা লিতমাছৰ ৰং সলনি নকৰে তেনে বোৰ দ্ৰৱক কি বোলে?

প্ৰথম দ্ৰৱ

প্ৰশম  দ্ৰৱ

ইয়াৰ ভিতৰত এটাও নহয়

Answer; প্ৰশম  দ্ৰৱ


৯। এছিড বৰষুণত কি দ্ৰৱ থাকে?

জটিল দ্ৰৱ

অম্ল দ্ৰৱ

সৰল দ্ৰৱ

Answer: অম্ল দ্ৰৱ


১০। প্ৰশমন বিক্ৰিয়াত এবিধ নতুন দ্ৰৱ উৎপন্ন হয়, সেই বিধ দ্ৰৱ হ'ল

লেটা

গোব সাৰ

লৱণ

Answer: লৱণ


১১। অম্ল আৰু ক্ষাৰকৰ মাজত হোৱা প্ৰক্ৰিয়াত তোত কি কি উৎপন্ন হয়?

পানী, লৱণ আৰু তাপ

ভিনেগাৰ

ইয়াৰ ভিতৰত এটাও নহয়

Answer: পানী, লৱণ আৰু তাপ


১২। আমাৰ পাকস্থলীত থকা এছিড বিধৰ নাম কি?

অম্ল

ফেনলফ্থেলিন

হাইড্ৰ'ক্লৰিক

Answer: হাইড্ৰ'ক্লৰিক


১৩। হাইড্ৰ'ক্লৰিকে আমাৰ দেহত কি কৰাত সহায় কৰে?

খাদ্য় গ্ৰহণত

খাদ্য় হজমত

ইয়াৰ ভিতৰত এটাও নহয়

Answer; খাদ্য় হজমত


১৪। কি বেছি হ'লে বদহজম হয়?

প্ৰশম

সূচক

অম্ল

Answer: অম্ল


১৫। পৰুৱাৰ শুঙত থকা এছিড বিধৰ নাম কি?

ফৰ্মিক

ফেনলফ্থেলিন

ইয়াৰ ভিতৰত এটাও নহয়

Answer: ফৰ্মিক


১৬। ৰাসায়নিক সাৰৰ অত্য়ধিক মাটিক কি কৰি তোলে?

ফৰ্মিক

হাইড্ৰ'ক্লৰিক

আম্লিক

Answer: আম্লিক


১৭। বহুতো কাৰখানাৰ আৱৰ্জনাত কি থাকে?

ফেনলফ্থেলিন

ভিনেগাৰ

অম্ল

Answer: অম্ল


১৮। কাৰখানাৰ আৱৰ্জনাতসমূহ কি দ্ৰৱ মিহলাই প্ৰশমিত কৰা হয়?

ভিনেগাৰ

ক্ষাৰকীয়

ইয়াৰ ভিতৰত এটাও নহয়

Answer: ক্ষাৰকীয়


১৯। অম্লৰ সোৱাদ কেনেকুৱা?

মিঠা

তিতা

টেঙা

 Answer: টেঙা


২০। ক্ষাৰকৰ উপস্থিতিত কি ৰোগ হয়?

স্কাৰ্ভি

ৰিকেট

দন্তক্ষয়

Answer: দন্তক্ষয়