অম্ল, ক্ষাৰক আৰু লৱণ
১। এছিডৰ আন এটা নাম কি?
ৰেচম
বাণী
অম্ল
Answer: অম্ল
2। দৈ, নেমুটেঙা, কমলা আদিৰ ৰস কিহৰ বাবে টেঙা?
এছিড থকাৰ বাবে
ভিনেগাৰ থকাৰ বাবে
ইয়াৰ ভিতৰত এটাও নহয়
Answer; এছিড থকাৰ বাবে
৩। বেকিং ছ'ডাৰৰ সোৱাদ কেনেকুৱা?
মিঠা
তিতা
টেঙা
Answer: তিতা
৪। যিবোৰ বস্তুৰ সোৱাদবোৰ তিতা বা চুলে চাবোনৰ পানীৰ দৰে লাগে সেইবোৰ বস্তুক কি বোলে?
এছিড
ৰেচম
ক্ষাৰক
Answer: ক্ষাৰক
৫। কোন বোৰ বস্তু আম্লিক নে ক্ষাৰকীয়, সেয়া পৰীক্ষা কৰিবলৈ কিছুমান বিশেষ ধৰণৰ দ্ৰব্য় ব্য়ৱহাৰ কৰা হয় সেই বোৰ দ্ৰব্য় হ'ল?
ক্ষাৰক
সূচক
ইয়াৰ ভিতৰত এটাও নহয়
Answer; সূচক
৬। সূচক পোৱা কিছুমান উপাদান হ'ল?
হালধি, জবাফুল আদি
ৰঙালাও
মাহ জাতীয় শস্য়
Answer; হালধি, জবাফুল আদি
৭। আম্লৰ লগত যদি লিটমাছ দ্ৰৱ মিহলালে ইয়াৰ ৰং কেনেকোৱা হৈ পৰে?
বগা
হালধীয়া
ৰঙা
Answer; ৰঙা
৮। যিবোৰ দ্ৰৱই নীলা বা ৰঙা লিতমাছৰ ৰং সলনি নকৰে তেনে বোৰ দ্ৰৱক কি বোলে?
প্ৰথম দ্ৰৱ
প্ৰশম দ্ৰৱ
ইয়াৰ ভিতৰত এটাও নহয়
Answer; প্ৰশম দ্ৰৱ
৯। এছিড বৰষুণত কি দ্ৰৱ থাকে?
জটিল দ্ৰৱ
অম্ল দ্ৰৱ
সৰল দ্ৰৱ
Answer: অম্ল দ্ৰৱ
১০। প্ৰশমন বিক্ৰিয়াত এবিধ নতুন দ্ৰৱ উৎপন্ন হয়, সেই বিধ দ্ৰৱ হ'ল
লেটা
গোব সাৰ
লৱণ
Answer: লৱণ
১১। অম্ল আৰু ক্ষাৰকৰ মাজত হোৱা প্ৰক্ৰিয়াত তোত কি কি উৎপন্ন হয়?
পানী, লৱণ আৰু তাপ
ভিনেগাৰ
ইয়াৰ ভিতৰত এটাও নহয়
Answer: পানী, লৱণ আৰু তাপ
১২। আমাৰ পাকস্থলীত থকা এছিড বিধৰ নাম কি?
অম্ল
ফেনলফ্থেলিন
হাইড্ৰ'ক্লৰিক
Answer: হাইড্ৰ'ক্লৰিক
১৩। হাইড্ৰ'ক্লৰিকে আমাৰ দেহত কি কৰাত সহায় কৰে?
খাদ্য় গ্ৰহণত
খাদ্য় হজমত
ইয়াৰ ভিতৰত এটাও নহয়
Answer; খাদ্য় হজমত
১৪। কি বেছি হ'লে বদহজম হয়?
প্ৰশম
সূচক
অম্ল
Answer: অম্ল
১৫। পৰুৱাৰ শুঙত থকা এছিড বিধৰ নাম কি?
ফৰ্মিক
ফেনলফ্থেলিন
ইয়াৰ ভিতৰত এটাও নহয়
Answer: ফৰ্মিক
১৬। ৰাসায়নিক সাৰৰ অত্য়ধিক মাটিক কি কৰি তোলে?
ফৰ্মিক
হাইড্ৰ'ক্লৰিক
আম্লিক
Answer: আম্লিক
১৭। বহুতো কাৰখানাৰ আৱৰ্জনাত কি থাকে?
ফেনলফ্থেলিন
ভিনেগাৰ
অম্ল
Answer: অম্ল
১৮। কাৰখানাৰ আৱৰ্জনাতসমূহ কি দ্ৰৱ মিহলাই প্ৰশমিত কৰা হয়?
ভিনেগাৰ
ক্ষাৰকীয়
ইয়াৰ ভিতৰত এটাও নহয়
Answer: ক্ষাৰকীয়
১৯। অম্লৰ সোৱাদ কেনেকুৱা?
মিঠা
তিতা
টেঙা
Answer: টেঙা
২০। ক্ষাৰকৰ উপস্থিতিত কি ৰোগ হয়?
স্কাৰ্ভি
ৰিকেট
দন্তক্ষয়
Answer: দন্তক্ষয়
0 Comments