বতাহ, ধুমুহা আৰু ঘূৰ্ণিবতাহ
১। কিমান চনত উৰিষ্য়াত দ্বিতীয়টো ঘূৰ্ণিবতাহ আহিছীল?
২০০০
১৯৯৯
১৭৮৯
Answer: ১৯৯৯
২। উৰিষ্য়াত অহা প্ৰথটো ঘূৰ্ণিবতাহে কিমান মানুহক গৃহহীন কৰিছিল?
১, ০০, ০০০
১০, ০০০
৭, ০০, ০০০
Answer: ৭, ০০, ০০০
৩। ঘূৰ্ণিবতাহ পিছতে কিমান মি. ওখ পানীৰ ঢৌ আহিছিল?
১২
৭
৯
Answer: ৯
৪। গতি কৰি থকা বায়ুক কি বোলে?
বতাহ
জলবায়ু
ইয়াৰ ভিতৰত এটাও নহয়
Answer: বতাহ
৫। বায়ু দেখা পোৱা যায় নে?
যায়
নাযায়
ইয়াৰ ভিতৰত এটাও নহয়
Answer: নাযায়
৬। চুনামী কিহৰ ফলত হয়?
বতাহৰ ফলত
ভূমিকম্পৰ ফলত
ইয়াৰ ভিতৰত এটাও নহয়
Answer: ভূমিকম্পৰ ফলত
৭। বায়ু কি অঞ্চলৰ পৰা কি অঞ্চললৈ বয়?
গৰম অঞ্চলৰ পৰা শীতল অঞ্চললৈ
উচ্চ চাপৰ পৰা নিম্ন চাপলৈ
ইয়াৰ ভিতৰত এটাও নহয়
Answer: উচ্চ চাপৰ পৰা নিম্ন চাপলৈ
৮। বায়ুৰ চাপ বাঢ়িগৈ থাকিলে বায়ুৰ গতি বৃদ্ধি হয় নে নহয়?
নহয়
হয়
ইয়াৰ ভিতৰত এটাও নহয়
Answer: হয়
৯। গৰম বায়ু ঠাণ্ডা বায়ুুতকৈ কি?
পাতল
দাথ
ইয়াৰ ভিতৰত এটাও নহয়
Answer: পাতল
১০। বিষুৱৰ নিকটৱৰ্তি অঞ্চল বোৰৰ বায়ু কেনেকুৱা হয়?
শীতল
উত্তাপ
ইয়াৰ ভিতৰত এটাও নহয়
Answer: উত্তাপ
১১। স্থলভাগ হ'ল?
বায়ু
পানী
মাটি
Answer: মাটি
১২। জলভাগ হ'ল?
পানী
মাটি
বায়ু
Answer; পানী
১৩। পৃথিৱীৰ প্ৰধান মণ্ডল কেইটা?
২ টা
১ টা
৪ টা
Answer: ৪ টা
১৪। প্ৰধান প্ৰাকৃতিক উপাদান কেইটা?
২ টা
৫ টা
৩ টা
Answer: ৩ টা
১৫। জলজমণ্ডলক কেইটা স্তৰত ভাগ কৰা হৈছে?
৬ টা
২ টা
৪ টা
Answer; ২ টা
১৬। বায়ুত নাইট্ৰ'জেনৰ পৰিমাণ কিমান?
৮৮%
3%
78%
Answer: 78%
১৭।বায়ুত অক্সিজেনৰ পৰিমাণ কিমান?
২১%
1%
8%
Answer: ২১%
১৮। বায়ুত কাৰ্বন-ডাই-অক্সাইড পৰিমাণ কিমান?
২%
10%
1%
Answer: 1%
১৯। ঋতুৰ ইংৰাজী শব্দ হ'ল?
মৌচম
সূচক
অম্ল
Answer: মৌচম
২০। আমাৰ চৌপাশৰ বায়ুৱে চাপ প্ৰয়োগ কৰে নে নকৰে?
নকৰে
কৰে
ইয়াৰ ভিতৰত এটাও নহয়
Answer: কৰে
0 Comments