বতাহ, ধুমুহা আৰু ঘূৰ্ণিবতাহ


১। কিমান চনত উৰিষ্য়াত দ্বিতীয়টো ঘূৰ্ণিবতাহ আহিছীল?

২০০০

১৯৯৯

১৭৮৯

Answer: ১৯৯৯


২। উৰিষ্য়াত অহা প্ৰথটো ঘূৰ্ণিবতাহে কিমান মানুহক গৃহহীন কৰিছিল?  

১, ০০, ০০০

১০, ০০০

৭, ০০, ০০০

Answer: ৭, ০০, ০০০


৩। ঘূৰ্ণিবতাহ পিছতে কিমান মি. ওখ পানীৰ ঢৌ আহিছিল?

১২

Answer: ৯


৪। গতি কৰি থকা বায়ুক কি বোলে?

বতাহ

জলবায়ু

ইয়াৰ ভিতৰত এটাও নহয়

Answer: বতাহ


৫। বায়ু দেখা পোৱা যায় নে?

যায়

নাযায়

ইয়াৰ ভিতৰত এটাও নহয়

Answer: নাযায়


৬। চুনামী কিহৰ ফলত হয়?

বতাহৰ ফলত

ভূমিকম্পৰ ফলত

ইয়াৰ ভিতৰত এটাও নহয়

Answer: ভূমিকম্পৰ ফলত


৭। বায়ু কি অঞ্চলৰ পৰা কি অঞ্চললৈ বয়?

গৰম অঞ্চলৰ পৰা শীতল অঞ্চললৈ

উচ্চ চাপৰ পৰা নিম্ন চাপলৈ

ইয়াৰ ভিতৰত এটাও নহয়

Answer: উচ্চ চাপৰ পৰা নিম্ন চাপলৈ


৮। বায়ুৰ চাপ বাঢ়িগৈ থাকিলে বায়ুৰ গতি বৃদ্ধি হয় নে নহয়?

নহয়

হয়

ইয়াৰ ভিতৰত এটাও নহয়

Answer: হয়


৯। গৰম বায়ু ঠাণ্ডা বায়ুুতকৈ কি?

পাতল

দাথ

ইয়াৰ ভিতৰত এটাও নহয়

Answer: পাতল


১০। বিষুৱৰ নিকটৱৰ্তি অঞ্চল বোৰৰ বায়ু কেনেকুৱা হয়?

শীতল

উত্তাপ

ইয়াৰ ভিতৰত এটাও নহয়

Answer: উত্তাপ


১১। স্থলভাগ হ'ল?

বায়ু

পানী

মাটি

Answer: মাটি


১২। জলভাগ হ'ল?

পানী

মাটি

বায়ু

Answer; পানী


১৩। পৃথিৱীৰ প্ৰধান মণ্ডল কেইটা?

২ টা

১ টা

৪ টা

Answer: ৪ টা


১৪। প্ৰধান প্ৰাকৃতিক উপাদান কেইটা?

২ টা

৫ টা

৩ টা

Answer: ৩ টা


১৫। জলজমণ্ডলক কেইটা স্তৰত ভাগ কৰা হৈছে?

৬ টা

২ টা

৪ টা

Answer; ২ টা


১৬। বায়ুত নাইট্ৰ'জেনৰ পৰিমাণ কিমান?

৮৮%

3%

78%

Answer: 78%


১৭।বায়ুত অক্সিজেনৰ পৰিমাণ কিমান?

২১%

1%

8%

Answer: ২১%


১৮। বায়ুত কাৰ্বন-ডাই-অক্সাইড পৰিমাণ কিমান?

২%

10%

1%

Answer: 1%


১৯। ঋতুৰ ইংৰাজী শব্দ হ'ল?

মৌচম

সূচক

অম্ল

Answer: মৌচম

 

২০। আমাৰ চৌপাশৰ বায়ুৱে চাপ প্ৰয়োগ কৰে নে নকৰে?

নকৰে

কৰে

ইয়াৰ ভিতৰত এটাও নহয়

Answer: কৰে