আমাৰ পৰিৱেশ
Chapter 4

১) মাংসাহাৰী প্ৰাণীক কি বুলি কোৱা হয়?
    সৰ্বভোজী প্ৰাণী।
    প্ৰথম উপভোক্তা।
    দ্বিতীয় উপভোক্তা।
Answer: দ্বিতীয় উপভোক্তা।

২) পৃথিৱীৰ উপৰিভাগ আগুৰি থকা টান খোলটো কি?
    জলমণ্ডল।
    স্থলমণ্ডল।
    জীৱমণ্ডল।
Answer: স্থলমণ্ডল।    

৩) স্থলমণ্ডলৰ ওপৰৰ তৰপটো কিহেৰে আবৃত?
    মাটি।
    পানী।
    বায়ু।
Answer: মাটি।

৪)  পৃথিৱীক আৱৰি থকা বায়ুৰ পাতল আৱৰণটো কি?
    বায়ুমণ্ডল।
    আগ্নেয়গিৰি।
    জলপ্ৰপাত।
Answer: বায়ুমণ্ডল।

৫)  অসমত কি কাৰণত চিৰসেউজীয়া গছৰ অৰণ্য দেখা যায়?
    অসমত উদ্ভিদৰ পৰিমাণ বেছি  বাবে।
    মৌছুমী জলবায়ুৰ অন্তৰ্গত হোৱাৰ বাবে।
    বিভিন্ন বনাঞ্চল থকাৰ বাবে।
Answer: মৌছুমী জলবায়ুৰ অন্তৰ্গত হোৱাৰ বাবে।

৬) পৰিৱেশৰ অজৈৱিক উপাংশবোৰ কি কি?
    বায়ু, মাটি, পানী।
    চন্দ্ৰ, সূৰ্য, পৃথিৱী।
    নদী, সাগৰ, মহাসাগৰ।

Answer: বায়ু, মাটি, পানী।

৭) মানুহে নিজে নিজৰ বাবে সৃষ্টি কৰা পৰিৱেশক কি বোলে?
    প্ৰাকৃতিক পৰিৱেশ।
    মানৱ সৃষ্টি পৰিৱেশ।
    ওপৰৰ এটাও নহয়।
Answer: মানৱ সৃষ্টি পৰিৱেশ।

৮) মানুহে সকলো কাৰ্যৰ বাবে কাৰ ওপৰত নিৰ্ভৰশীল হয়?
    উদ্ভিদ।
    প্ৰাণী।
    পৰিৱেশ।
Answer: পৰিৱেশ।

৯) প্ৰথম উপভোক্তা বুলি কাক কোৱা হয়?
    মানুহক।
    জীৱ-জন্ত্তক।
    তৃণভোজী প্ৰাণীক।
Answer: তৃণভোজী প্ৰাণীক।

১০) আমাক সূৰ্যৰ ক্ষতিকাৰক প্ৰখৰ ৰশ্মিৰ পৰা কোনে বচায়?   
    পানীয়ে।
    বতাহে।
    বায়ুৱে।
Answer: বায়ুৱে।

১১) স্থলমণ্ডল স্তৰটো কিহৰ দ্বাৰা গঠিত?
    শিল আৰু মণিক।
    মাটি।
    ওপৰৰ এটাও নহয়।
Answer; শিল আৰু মণিক।

১২) উদ্ভিদ আৰু মাংস দুয়োবিধ গ্ৰহণ কৰা প্ৰাণীক কি বোলে?
    সৰ্বভোজী।
    জৈৱিক উপাংশ।
    বিয়োজক।
Answer: সৰ্বভোজী।

১৩) পৰিৱেশৰ অজৈৱিক উপাংশৰ ভিতৰত অপৰিহাৰ্ষ উপাদান কি?
    জলবায়ু।
    উদ্ভিদ।
   পানী।
Answer: পানী।


১৪) বিভিন্ন কৌশলেৰে ৰ'দ, বতাহ,পানী আদিৰ পৰা কি সংগ্ৰহ কৰা হয়?   
     বিভিন্ন সামগ্ৰী।
    শক্তি।
    ওপৰৰ এটাও নহয়।
Answer: শক্তি।

১৫) মানুহে নিজৰ প্ৰয়োজন পুৰাবলৈ কিহক কামত খটুৱায়?
    নিজৰ পৰিৱেশত থকা সমলবোৰ।
    মানৱ সৃষ্ট পৰিৱেশ ওপৰত।
    ওপৰৰ এটাও নহয়।
Answer : নিজৰ পৰিৱেশত থকা সমলবোৰ।

১৬) পৰিৱেশত থকা জৈৱিক উপাদানবোৰ কাৰ ওপৰত নীৰ্ভৰশীল?
    স্থলভাগৰ ওপৰত।
    দক্ষিণ-পশ্চিম মৌছুমী বতাহৰ ওপৰত।
    ওপৰৰ এটাও নহয়।
Answer: স্থলভাগৰ ওপৰত।

১৭) কাৰ্বি পাহৰৰ মানুহে ক ঝুম পদ্ধতিৰে খেতি কৰে।
    শুদ্ধ।
    অশুদ্ধ।
    ওপৰৰ এটাও নহয়
Answer:     শুদ্ধ।

১৮) মানুহৰ লগতে পৰিৱেশৰ সকলো উপাদানৰ মাজত নিবিড় সম্পৰ্ক আছে।
    শুদ্ধ।
    অশুদ্ধ।
Answer: শুদ্ধ।

১৯) বৰ্তমান কাৰ্বন-ডাই-অক্সাইড গেছ বৃদ্ধি হৈ থকা বাবে পৰিৱেশৰ উত্তাপ বাঢ়িছে
    শুদ্ধ।
    অশুদ্ধ।
Answer: শুদ্ধ।

২০) অজৈৱিক উপাদানসমূহৰ ভিতৰত জয়বায়ুৰ প্ৰভাৱ যথেষ্ট।
    শুদ্ধ।
    অশুদ্ধ।
Answer:     শুদ্ধ।


Type By- Lija Bora