মানৱ সম্পদ আৰু ইয়াৰ উন্নয়ন
১। সম্পদ বুলি ক'লে প্ৰথমতে আমাৰ মনলৈ কি সম্পদৰ কথা মনলৈ আহে?
মানৱ সম্পদ
প্ৰাকৃতিক সম্পদ
জলজ সম্পদ
Answer: প্ৰাকৃতিক সম্পদ
২। প্ৰাকৃতিক সম্পদৰ লগতে আৰু কি সম্পদে দেশৰ উন্নতিত প্ৰধান ভূমিকা লয়?
মানৱ সম্পদে
বনজ সম্পদে
জলজ সম্পদে
Answer: মানৱ সম্পদে
৩। কোনো এখন দেশ প্ৰাকৃতিক সম্পদত অতি চহকী হ'ব পাৰে নে নোৱাৰে?
নোৱাৰে
পাৰে
ইয়াৰ ভিতৰত এটাও নহয়
Answer: পাৰে
৪। কি মহাদেশৰ বহুতো দেশত জনসংখ্যা কম?
আমেৰিকা মহাদেশত
ইংলেণ্ড মহাদেশত
ইউৰোপ মহাদেশত
Answer: ইউৰোপ মহাদেশত
৫। কিমান চনত ভাৰতত এজন ব্যক্তিৰ গড় প্ৰত্যাশিত জীৱন কাল আছিল?
১৯৫১
১৯৬৭
১৯২৪
Answer: ৩২ বছৰ
৬। ভাৰতত এজন ব্যক্তিৰ গড় প্ৰত্যাশিত জীৱন কাল আছিল প্ৰায় কিমান বছৰ?
২৮ বছৰ
৩২ বছৰ
৩৮ বছৰ
Answer: ৬২ বছৰ
৭। ভাৰতত এজন ব্যক্তিৰ গড় প্ৰত্যাশিত জীৱন কাল আছিল বৰ্তমান ই কিমান বছৰলৈ বৃদ্ধি পাইছে?
৭৬ বচৰ
৫৪ বছৰ
৬২ বছৰ
Answer: মানৱ সম্পদ
৮। শিক্ষাৰ আহৰণ কি সম্পদ উন্নয়নৰ গুৰুত্বপূৰ্ণ সূচক?
মানৱ সম্পদ
জলজ সম্পদ
প্ৰাকৃতিক সম্পদ
Answer: মানৱ সম্পদ
৯। যিবোৰ কাৰকৰদ্বাৰা মানৱ সম্পদ উন্নয়নৰ জোখ ল'ব পাৰি সেইবোৰ কাৰকক কি সম্পদ উন্নয়নৰ সূচক বোলা হয়?
প্ৰাকৃতিক সম্পদ
মানৱ সম্পদ
বনজ সম্পদ
Answer: মানৱ সম্পদ
১০। নিবনুৱাক লৈ সৃষ্টি হোৱা সমস্যাক কি সমস্যা বোলে?
প্ৰাকৃতিক সমস্যা
ঘৰুৱা সমস্যা
নিবনুৱা সমস্যা
Answer: নিবনুৱা সমস্যা
১১। দেশ এখনৰ প্ৰগতিৰ বাবে কি সম্পদ অতি প্ৰয়োজন ?
মানৱ সম্পদ
প্ৰাকৃতিক সম্পদ
এটাও নহয়
Answer: প্ৰাকৃতিক সম্পদ
১২। শৰাৰীকভাৱে বিকলাঙ্গ লোকসকল মানৱ সম্পদ হ'ব পাৰে নে ?
নোৱাৰে
পাৰে
এটাও নহয়
Answer: পাৰে
১৩। দেশৰ আটাইতকৈ মূল্য়ৱান সম্পদ কি ?
প্ৰাকৃতিক সম্পদ
মানৱ সম্পদ
ঘৰুৱা সম্পদ
Answer: মানৱ সম্পদ
১৪। ভাৰতবৰ্ষৰ জনসংখ্য়া পৃথিৱীৰ ভিতৰত কেইনম্বৰৰ স্থানত আছে ?
প্ৰথম
দ্ধিতীয়
তৃতীয়
Answer: দ্ধিতীয়
১৫। ভাৰতবৰ্ষত এতিয়াও কিমান লোক দৰিদ্ৰ হৈ আছে ?
দুই-তৃতীয়াংশ
এক-তৃতীয়াংশ
তিনি-তৃতীয়াংশ
Answer: এক-তৃতীয়াংশ
১৬। জাপানখন কি সম্পদত চহকী নহয়?
প্ৰাকৃতিক সম্পদত
মানৱ সম্পদত
এটাও নহয়
Answer: প্ৰাকৃতিক সম্পদত
১৭। আফ্ৰিকা মহাদেশখনক কি বুলি কোৱা হয় ?
মুকুটাৰ দেশ
চহকী দেশ
হীৰাৰ দেশ
Answer: হীৰাৰ দেশ
১৮। পঞ্জাৱখন আৰ্থিকভাৱে কেনেকুৱা ৰাজ্য় ?
পিছপৰা
আগবঢ়া
এটাও নহয়
Answer: আগবঢ়া
১৯। মানৱ সম্পদ উন্নয়নৰ আটাইতকৈ গুৰুত্বপূৰ্ণ কাৰক কি ?
শিক্ষা
বৃত্তিমূলক শিক্ষা
ওপৰৰ দুয়োটা
Answer: শিক্ষা
২০। তলৰ ছবিখনত কি শিক্ষাৰ বিষয়ে দেখুওৱা হৈছে ?
আনুষ্ঠানিক শিক্ষা
বৃত্তিমূলক শিক্ষা
শিক্ষা
Answer: বৃত্তিমূলক শিক্ষা
0 Comments