মানৱ সম্পদ আৰু ইয়াৰ উন্নয়ন


১। সম্পদ বুলি ক'লে প্ৰথমতে আমাৰ মনলৈ কি সম্পদৰ কথা মনলৈ আহে?

মানৱ সম্পদ

প্ৰাকৃতিক সম্পদ

জলজ সম্পদ

Answer: প্ৰাকৃতিক সম্পদ


২। প্ৰাকৃতিক সম্পদৰ লগতে আৰু কি সম্পদে দেশৰ উন্নতিত প্ৰধান ভূমিকা লয়?

মানৱ সম্পদে

বনজ সম্পদে

জলজ সম্পদে

Answer: মানৱ সম্পদে


৩। কোনো এখন দেশ প্ৰাকৃতিক সম্পদত অতি চহকী হ'ব পাৰে নে নোৱাৰে?

নোৱাৰে

পাৰে

ইয়াৰ ভিতৰত এটাও নহয়

Answer: পাৰে


৪। কি মহাদেশৰ বহুতো দেশত জনসংখ্যা কম?

আমেৰিকা মহাদেশত

ইংলেণ্ড মহাদেশত

ইউৰোপ মহাদেশত

Answer: ইউৰোপ মহাদেশত


৫। কিমান চনত ভাৰতত এজন ব্যক্তিৰ গড় প্ৰত্যাশিত জীৱন কাল আছিল?

১৯৫১

১৯৬৭

১৯২৪

Answer: ৩২ বছৰ


৬। ভাৰতত এজন ব্যক্তিৰ গড় প্ৰত্যাশিত জীৱন কাল আছিল প্ৰায় কিমান বছৰ?

২৮ বছৰ

৩২ বছৰ

৩৮ বছৰ

Answer: ৬২ বছৰ


৭। ভাৰতত এজন ব্যক্তিৰ গড় প্ৰত্যাশিত জীৱন কাল আছিল বৰ্তমান ই কিমান বছৰলৈ বৃদ্ধি পাইছে?

৭৬ বচৰ

৫৪ বছৰ

৬২ বছৰ

Answer: মানৱ সম্পদ


৮। শিক্ষাৰ আহৰণ কি সম্পদ উন্নয়নৰ গুৰুত্বপূৰ্ণ সূচক?

মানৱ সম্পদ

জলজ সম্পদ

প্ৰাকৃতিক সম্পদ

Answer: মানৱ সম্পদ


৯। যিবোৰ কাৰকৰদ্বাৰা মানৱ সম্পদ উন্নয়নৰ জোখ ল'ব পাৰি সেইবোৰ কাৰকক কি সম্পদ উন্নয়নৰ সূচক বোলা হয়?

প্ৰাকৃতিক সম্পদ

মানৱ সম্পদ

বনজ সম্পদ

Answer: মানৱ সম্পদ


১০। নিবনুৱাক লৈ সৃষ্টি হোৱা সমস্যাক কি সমস্যা বোলে?

প্ৰাকৃতিক সমস্যা

ঘৰুৱা সমস্যা

নিবনুৱা সমস্যা

Answer: নিবনুৱা সমস্যা


১১। দেশ এখনৰ প্ৰগতিৰ বাবে কি সম্পদ অতি প্ৰয়োজন ?

মানৱ সম্পদ

প্ৰাকৃতিক সম্পদ

এটাও নহয়

Answer: প্ৰাকৃতিক সম্পদ


১২। শৰাৰীকভাৱে বিকলাঙ্গ লোকসকল মানৱ সম্পদ হ'ব পাৰে নে ?

নোৱাৰে

পাৰে

এটাও নহয়

Answer: পাৰে


১৩। দেশৰ আটাইতকৈ মূল্য়ৱান সম্পদ কি ?

প্ৰাকৃতিক সম্পদ

মানৱ সম্পদ

ঘৰুৱা সম্পদ

Answer: মানৱ সম্পদ


১৪। ভাৰতবৰ্ষৰ জনসংখ্য়া পৃথিৱীৰ ভিতৰত কেইনম্বৰৰ স্থানত আছে ?

প্ৰথম

দ্ধিতীয়

তৃতীয়

Answer: দ্ধিতীয়


১৫। ভাৰতবৰ্ষত এতিয়াও কিমান লোক দৰিদ্ৰ হৈ আছে ?

দুই-তৃতীয়াংশ

এক-তৃতীয়াংশ

তিনি-তৃতীয়াংশ

Answer: এক-তৃতীয়াংশ


১৬। জাপানখন কি সম্পদত চহকী নহয়?

প্ৰাকৃতিক সম্পদত

মানৱ সম্পদত

এটাও নহয়

Answer: প্ৰাকৃতিক সম্পদত


১৭। আফ্ৰিকা মহাদেশখনক কি বুলি কোৱা হয় ?

মুকুটাৰ দেশ

চহকী দেশ

হীৰাৰ দেশ

Answer: হীৰাৰ দেশ


১৮। পঞ্জাৱখন আৰ্থিকভাৱে কেনেকুৱা ৰাজ্য় ?

পিছপৰা

আগবঢ়া

এটাও নহয়

Answer: আগবঢ়া


১৯। মানৱ সম্পদ উন্নয়নৰ আটাইতকৈ গুৰুত্বপূৰ্ণ কাৰক কি ?

শিক্ষা

বৃত্তিমূলক শিক্ষা

ওপৰৰ দুয়োটা

Answer: শিক্ষা


২০। তলৰ ছবিখনত কি শিক্ষাৰ বিষয়ে দেখুওৱা হৈছে ?

আনুষ্ঠানিক শিক্ষা

বৃত্তিমূলক শিক্ষা

শিক্ষা

Answer: বৃত্তিমূলক শিক্ষা