বিশ্ব-শান্তি আৰু আন্তৰ্জাতিক সহযোগিতা

১। কিমান চনৰ প্ৰথম বিশ্বযুদ্ধত বিভিন্ন দেশ ক্ষতিৰ সন্মুখীন হৈছিল?
১৯২৮
১৯১৪
১৯০২
Answer: ১৯১৪

২। কিমান চনত জাতিংঘ নাম এটা আন্তঃৰাষ্ট্ৰীয় অনুষ্ঠানৰ জন্ম হৈছিল?
১৯২০
১৯২৬
১৯১৫
Answer: ১৯২০

৩। কিমান চনত পৃথিৱীৰ পঞ্চাছখন দেশৰ প্ৰতিনিধিয়ে লগ হৈ ৰাষ্ট্ৰসংঘৰ চনদ গ্ৰহণ কৰে?
১৯৮২
১৯৬৩
১৯৪৫
Answer: ১৯৪৫

৪। কি মাহৰ কিমান তাৰিখে জাতিংঘ নাম এটা আন্তঃৰাষ্ট্ৰীয় অনুষ্ঠানৰ জন্ম হৈছিল?
মাৰ্চ মাহৰ ১৮ তাৰিখে
জানুৱাৰি মাহৰ ১০ তাৰিখে
ছেপ্টেম্বৰ মাহৰ ২৪ তাৰিখে
Answer: জানুৱাৰি মাহৰ ১০ তাৰিখে

৫। ৰাষ্ট্ৰসংঘৰ বৰ্তমান সদস্য ৰাষ্ট্ৰৰ সংখ্যা কিমান?
১৯২
১৮৭
১৪৫
Answer: ১৯২

৬। কি মাহৰ কিমান তাৰিখে পৃথিৱীৰ পঞ্চাছখন দেশৰ প্ৰতিনিধিয়ে লগ হৈ ৰাষ্ট্ৰসংঘৰ চনদ গ্ৰহণ কৰে?
এপ্ৰিল মাহৰ ১২ তাৰিখে
ডিচেম্বৰ মাহৰ ৮ তাৰিখে
অক্ট'বৰ মাহৰ ২৪ তাৰিখে
Answer: অক্ট'বৰ মাহৰ ২৪ তাৰিখে

৭। স্থায়ী সদস্য-ৰাষ্ট্ৰৰ সংখ্যা কিমান?
৮ খন
৫ খন
১২ খন
Answer: ৫ খন

৮। আন্তঃৰাষ্ট্ৰীয় শিক্ষা, বিজ্ঞান আৰু সাংস্কৃতিক সংস্থা কিমান চনত প্ৰতিষ্ঠা হয়?
১৯৪৫
১৯৩৮
১৯৫৬
Answer: ১৯৪৫

৯। আন্তঃৰাষ্ট্ৰীয় ন্যায়ালয়ত কিমান গৰাকী ন্যায়াধীশৰ ব্যৱস্থা আছে?
২০ গৰাকী
১২ গৰাকী
১৫ গৰাকী
Answer: ১৫ গৰাকী

১০। ন্যায়াধীশৰ কাৰ্যকাল কিমান বছৰ?
৫ বছৰ
৯ বছৰ
১১ বছৰ
Answer: ৯ বছৰ

১১। যুদ্ধত ক্ষতিগ্ৰস্ত অঞ্চলৰ শিশুক সহায় কৰিবলৈ কিমান চনত এই সংস্থাটো প্ৰতিষ্ঠা হয়?
১৯৪৬
১৯২৮
১৯৬৯
Answer: ১৯৪৬

১২। চনদ সংশোধনৰ ক্ষেত্ৰত সাধাৰণ সভাৰ কিমান অংশ সদস্যৰ মতামতৰ প্ৰয়োজন?
৩/২
২/৮
২/৩
Answer: ২/৩

১৩। কিমান চনত বিশ্ব-স্বাস্থ্য সংস্থা গঠন কৰা হয়?
১৯৭৫
১৯৪৮
১৯৬৩
Answer: ১৯৪৮

১৪। কিমান তাৰিখে বিশ্ব-স্বাস্থ্য দিৱস হিচাবে পালন কৰা হয়?
৭ তাৰিখে
১২ তাৰিখে
১৫ তাৰিখে
Answer: ৭ তাৰিখে

১৫। আঞ্চলিক সংগঠন কিমান চনত স্থাপিত হৈছিল?
১৯৯৪
১৯৬৮
১৯৮৫
Answer: ১৯৮৫

১৬। পৃথিৱীৰ সকলো মানুহে কি সমাজৰ মাজত বাস কৰিবলৈ ইচ্ছা কৰে ?
অশান্তিৰ মাজত
শান্তিৰ মাজত
নিজৰ ঘৰত
Answer: শান্তিৰ মাজত

১৭। তলৰ ছবিটো কিহৰ প্ৰতীক ?

ৰাষ্ট্ৰসংঘৰ প্ৰতীক
অশোক চক্ৰ
ৰেড চক্ৰ
Answer; ৰাষ্ট্ৰসংঘৰ প্ৰতীক

১৮। ৰাষ্ট্ৰসংঘৰ দিৱস কিমান তাৰিখে পালন কৰা হয় ?
৫ অক্ট'বৰ
২২ অক্ট'বৰ
২৪ অক্ট'বৰ
Answer: ২৪ অক্ট'বৰ

১৯। ৰাষ্ট্ৰসংঘৰ মুখ্য় কাৰ্যালয় কোন চহৰত অৱস্থিত ?
আমেৰিকা যুক্তৰাষ্ট্ৰৰ
আমেৰিকা যুক্তৰাষ্ট্ৰৰ নিউ-ইয়ৰ্ক
ইংলেণ্ড
Answer: আমেৰিকা যুক্তৰাষ্ট্ৰৰ নিউ-ইয়ৰ্ক

 
২০। ৰাষ্ট্ৰসংঘৰ কেইটা অংগই কাম-কাজ পৰিচালনা কৰে ?
ছয়টা
সাতটা
আঠটা
Answer: ছয়টা