দিল্লীৰ চুলতানসকল


১) ভাৰতবৰ্ষত তুৰ্কীসকলে কিমান বছৰ কাল শাসন কৰিছিল?

২৪৬ বছৰ কাল।

৩২০ বছৰ কাল।

৪৫৬ বছৰ কাল।

Answer: ৩২০ বছৰ কাল।


 ২) কুতুবমিনাৰ সজোৱাৰ কাম কোনে আৰম্ভ কৰে?

চুলতান কুতুবুদ্দিন আইবাকে।

ইলটুতমিছে।

ওপৰৰ এটাও নহয়।

Answer: চুলতান কুতুবুদ্দিন আইবাকে।


৩) চুলতানী বংশৰ তৃতীয় বংশটোৰ নাম কি?

টোগলক বংশ।

খিলিজি বংশ।

লোডী বংশ।

Answer: টোগলক বংশ।


৪) লোডী বংশৰ প্ৰতিষ্ঠাপক কোন আছিল?

মোবাৰক ছাহ।

গিয়াঝছুদ্দিন টোগলক।

বাহালূল লোডী।

Answer: বাহালূল লোডী।


৫) চুলতানী যুগত সৰ্বোচ্চ ক্ষমতাৰ অধিকাৰী কোন আছিল?

ৰজা।

সেনাপতি।

প্ৰজা।

Answer: ৰজা।


 ৬) চুলতানসকলৰ কিছুমানৰ ৰাজত্বকালত কি ব্যৱস্থাৰ ভালেমান সালসলনি ঘটিছিল?

যাতায়ত ব্যৱস্থাৰ।

প্ৰশাসন ব্যৱস্থাৰ।

যোগাযোগ ব্যৱস্থাৰ।

Answer: প্ৰশাসন ব্যৱস্থাৰ।


৭) আলাউদ্দিন খিলিজিয়ে বজাৰ নিয়ন্ত্ৰণৰ বাবে কিছুমান গুৰুত্বপূৰ্ণ ব্যৱস্থা গ্ৰহণ কৰিছিল?

শুদ্ধ।

অশুদ্ধ।

Answer: শুদ্ধ।


 ৮) খিলিজি বংশ কিমান খ্ৰীঃৰ পৰা কিমান খ্ৰীঃলৈ আছিল?

১৪১৪-১৪৫১ খ্ৰীঃ।

১৩২০-১৪১৪ খ্ৰীঃ।

১২৯০-১৩২০ খ্ৰীঃ।

Answer: ১২৯০-১৩২০ খ্ৰীঃ।


৯) কাৰ ৰাজত্বকালত দিল্লীৰ চুলতানী শাসন সম্প্ৰসাৰণ ঘটিছিল?

আকবৰৰ ৰাজত্বকালত।

চাহজাহানৰ ৰাজত্বকালত।

কুতুবুদ্দিন আইবাকৰ ৰাজত্বকালত।

Answer: কুতুবুদ্দিন আইবাকৰ ৰাজত্বকালত।


 ১০) চুলতানী যুগ কাক কোৱা হয়?

চুলতান সকলক।

কেইবাটাও চুলতানী ৰাজবংশই শাসন কৰা কালছোৱাক।

ওপৰৰ এটাও নহয়।

Answer: কেইবাটাও চুলতানী ৰাজবংশই শাসন কৰা কালছোৱাক।


১১) দিল্লীৰ সিংহাসনত বহা প্ৰথম আৰু একমাত্ৰ মহিলা কোন?

কনকলতা।

চুলতানা ৰেজিয়া।

মূলাগাভৰু।

Answer: চুলতানা ৰেজিয়া।


১২) লোডী বংশৰ শেষ চুলতান কোন?

ইভনবটুতা।

ইব্ৰাহিম লোডী।

ওপৰৰ এটাও নহয়।

Answer: ইব্ৰাহিম লোডী।


১৩) প্ৰথম তুৰ্কী অভিযান উত্তৰ গুৱাহাটীৰ কানাই বৰশী বোৱা শিলালিপিত উল্লেখ পোৱা যায়।

শুদ্ধ।

অশুদ্ধ।

Answer: শুদ্ধ।


১৪) ইলটুতমিছ কোন?

টোগলক বংশৰ প্ৰথম চুলতান

দাস বংশৰ শ্ৰেষ্ঠ চুলতান।

ওপৰৰ এটাও নহয়।

Answer: দাস বংশৰ শ্ৰেষ্ঠ চুলতান।


১৫) কাৰ মৃত্যুৰ পিছত ছৈয়দ নামৰ আন এটা ৰাজবংশই দিল্লীত ৰাজত্ব কৰিছিল?

মামুদছাহৰ।

আলেকজেণ্ডাৰ।

ওপৰৰ এটাও নহয়।

Answer: মামুদছাহৰ।

 

১৬) ছৈয়দ বংশৰ ৰজাসকলে নিডকে কাৰ জীৱৰীৰ বংশধৰ বুলি চিনাকি দিছিল?

হজৰদ মহম্মদৰ জীৱৰীৰ।

মহম্মদ ঘোৰীৰ জীৱৰীৰ।

ওপৰৰ এটাও নহয়।

Answer: হজৰদ মহম্মদৰ জীৱৰীৰ।


১৭) কোন প্ৰথম তুৰ্কী-আফগান চুলতান আছিল?

দাক্ষিণাত্য জয় কৰা আলাউদ্দি খিলিজি।

মোবাৰক ছাহ।

খিজিৰ খাঁ।

Answer: দাক্ষিণাত্য জয় কৰা আলাউদ্দি খিলিজি।


১৮) চুলতানী যুগত বজাৰ ব্যৱস্থাৰ ভূ-ৰখাৰ বাবে ৰজাই কাক নিয়োগ ৰাখিছিল?

মন্ত্ৰীক।

জনসাধাৰণক।

চোৰাংচোৱাক।

Answer: চোৰাংচোৱাক।


১৯) ফিৰোজছাহ টোগলকে কেইখন নগৰ নিৰ্মাণ কৰিছিল?

৪ খন।

৯ খন।

৫ খন।

Answer: ৫ খন।

 

২০) চুলতান কুতুবুদ্দিনৰ সেনাপতি কোন আছিল?

ইবন-বখ্তিয়াৰ খিলিজি।

চুলতান মামুদ।

ওপৰৰ এটাও নহয়।

Answer: ইবন-বখ্তিয়াৰ খিলিজি।