মোগল ৰাজত্ব কালত ভাৰতবৰ্ষ


১) কিমান খ্ৰীঃত ছেৰছাহৰ জন্ম হৈছিল?

১৪৭৪ খ্ৰীঃত।

১৪৭২ খ্ৰীঃত।

১৩৪৯ খ্ৰীঃত।

Answer: ১৪৭২ খ্ৰীঃত।


২) ভাৰতলৈ অহাৰ আগত বাবৰে ক'ত নিজৰ সাম্ৰাজ্য স্থাপন কৰিছিল?

গুজৰাটত।

কাবুলত।

ওপৰৰ এটাও নহয়।

Answer: কাবুলত।


৩) ছেৰছাহে দিল্লীত কি বংশ প্ৰতিষ্ঠা কৰে?

দাস বংশ।

লোডী বংশ।

শূৰবংশ।

Answer: শূৰবংশ।


৪) বৰ্তমান ভাৰতৰ শাসন ব্যৱস্থাত মোগল শাসন ব্যৱস্থাৰ কিছু প্ৰভাৱ পৰা দেখা যায়।

শুদ্ধ।

অশুদ্ধ।

Answer: শুদ্ধ।


 ৫) ছেৰছাহৰ শাসন ব্যৱস্থা ভাৰতৰ ইতিহাসত এক অউল্লেখনীয় অধ্যায়।

শুদ্ধ।

অশুদ্ধ।

Answer: অশুদ্ধ।


৬) পালাজ কি?

এবিধ ৰবি শস্য।

যি বিলাক মাটিত প্ৰতিবছৰে খেতি হয়।

ওপৰৰ এটাও নহয়।

Answer: যি বিলাক মাটিত প্ৰতিবছৰে খেতি হয়।


৭) আকবৰৰ পূৰ্বৰ সম্ৰাটসকলৰ দিনত কি প্ৰথাৰ প্ৰচলন আছিল?

জায়গীৰ প্ৰথা।

মনচবদাৰী প্ৰথা।

চাৰি বৰ্ণ প্ৰথা।

Answer: জায়গীৰ প্ৰথা।


৮) ঔৰংগজেৱে কোনখন ৰাজ্যক মোগলৰ অধীন অধীন কৰিবলৈ বিচাৰিছিল?

ত্ৰিপুৰা।

মণিপুৰ।

অসম।

Answer: অসম।


৯) অসংখ্য মনচবদাৰ সৃষ্টি হোৱাৰ ফলত কাৰ জনসংখ্যা কমি গৈছিল?

সৰ্বসাধাৰণ লোকৰ।

জায়গীৰৰ।

ওপৰৰ এটাও নহয়।

Answer: জায়গীৰৰ।


 ১০) মোগল সকলৰ ৰাজত্বকালত মাটিৰ গৰাকী কোন আছিল?

জনসাদাৰ

কৃষকসকল।

সম্ৰ্ৰাটসকল।

Answer: সম্ৰ্ৰাটসকল।


১১) কিমান খ্ৰীঃত ঔৰংগজেৱৰ মৃত্যু হৈছিল?

১৭০৭ খ্ৰীঃত।

১৩৪৫ খ্ৰীঃত।

১৬৭৯ খ্ৰীঃত।

Answer: ১৭০৭ খ্ৰীঃত।


১২) মনচবদাৰসকলে পাবলগীয়া পাৰিতোষিক পোৱাত কিহৰ সৃষ্টি হৈছিল?

আনন্দৰ।

সমস্যাৰ।

ওপৰৰ এটাও নহয়,।

Answer: সমস্যাৰ।


১৩) ছেৰছাহে কিমান বছৰ ৰাজত্ব কৰিছিল?

১৩ বছৰ।

৫ বছৰ।

৩০ বছৰ।

Answer: ৫ বছৰ।


১৪) বাবৰে স্থাপন কৰা মোগল সাম্ৰাজ্যৰ ভেটি কোনে সুদৃঢ় কৰিছিল?

হুমায়ুনে।

আকবৰে।

চাহজাহানে।

Answer: আকবৰে।


১৫) ক'ত ছেৰছাহৰ জন্ম হৈছিল?

নালাগেণ্ডত।

পঞ্জাৱত।

কানাডাত।

Answer: পঞ্জাৱত।


১৬) মোগল শাসন ব্যৱস্থাত সমাজত কিমান শ্ৰেণীৰ লোক আছিল?

৪ শ্ৰেণীৰ।

২ শ্ৰেণীৰ।

৩ শ্ৰেণীৰ।

Answer: ৩ শ্ৰেণীৰ।


১৭) মোগল সম্ৰাট সকলৰ শাসন ব্যৱস্থাৰ কিছুমান কি আছিল?

ৰহস্য।

বিশেষ বৈশিষ্ট্য।

ওপৰৰ এটাও নহয়।

Answer: বিশেষ বৈশিষ্ট্য।


১৮) ভাৰতবৰ্ষত চুলতানী আমোলৰ সময়ছোৱা কিমানৰ পৰা কিমানলৈ আছিল?

১২০৬ খ্ৰীঃৰ পৰা ১৫২৮ খ্ৰীঃলৈ।

১৫৪৫ খ্ৰীঃৰ পৰা ১৮৭৪ খ্ৰীঃলৈ।

১২০৬ খ্ৰীঃৰ পৰা ১৫২৬ খ্ৰীঃলৈ।

Answer: ১২০৬ খ্ৰীঃৰ পৰা ১৫২৬ খ্ৰীঃলৈ।


১৯) ঔৰংগজেৱৰ শাসন কালত কোন হাৰাশাস্তিৰ সন্মুখীন হৈছিল?

কৃষকসকল।

ৰাজমিস্ত্ৰীসকল।

ওপৰৰ এটাও নহয়।

Answer: কৃষকসকল।

 

২০) একোটা মনচবত তকিমানৰ পৰা কিমান সৈন্য আছিল?

২০ ৰ পৰা ৩৪ হাজাৰ।

৩৫ ৰ পৰা ৮০ লাখ।

১০ ৰ পৰা ১০ হাজাৰ।

Answer: ১০ ৰ পৰা ১০ হাজাৰ।