ভাৰতবৰ্ষৰ সাংস্কৃতিক দিশত মোগলসকলৰ   অৱদান  


১) ভাৰতত কোনে মোগল সাম্ৰাজ্য প্ৰতিষ্ঠা কৰিছিল?

হুমায়ুন।

আকবৰ।

বাবৰ।

Answer: বাবৰ।


২) মোগল সম্ৰাটসকলৰ বেছি ভাগেই ৰাজনীতিৰ লগত একাকাৰ কৰা না

সাহিত্য়ক।

ধৰ্মক ।

ওপৰৰ এটাও নহয়।

Answer: ধৰ্মক ।


৩) মোগল শাসনৰ সময়ত কি আন্দোলনে ভাৰতবৰ্ষৰ বিভিন্ন ঠাইত বিস্তাৰ লাভ কৰিছিল?

ভাৰত ত্যাগ আন্দোলনে।

অসহযোগ আন্দোলনে।

ভক্তি আন্দোলনে।

Answer: ভক্তি আন্দোলনে।


৪) তানসেন কোন আছিল?

তানসেন এগৰাকী নৃত্যকাৰ আছিল।

তানসেন এগৰাকী ৰাজনীতিবিদ্ আছিল।

তানসেন আকবৰৰ ৰাজসভাৰ এগৰাকী গায়ক আচিল।

Answer: তানসেন আকবৰৰ ৰাজসভাৰ এগৰাকী গায়ক আচিল।


৫) আকবৰে তেওংৰ ধৰ্মৰ প্ৰতি থকা অনুলসন্ধিৎসা কৰিবৰ বাবে কি নিৰ্মাণ কৰিছিল?

গিৰ্জাঘৰ।

মন্দিৰ।

ইবাদখানা।

Answer: ইবাদখানা।


৬) ভক্তিবাদ আচু চুফিবাদ মোগল শাসনৰ কি আছিল?

এক আচৰিত তথ্য।

এক উল্লেখযোগ্য দিশ।

ওপৰৰ এটাও নহয়।

Answer: এক উল্লেখযোগ্য দিশ।


৭) মোগল যুগ শেষৰফালে পাৰ্ছীৰ ঠাইত কি ভাষাই লাহে লাহে গা কৰি উঠিছিল?

হিন্দী ভাই।

কাৰ্বি ভাষাই।

উৰ্দু ভাষাই।

Answer: উৰ্দু ভাষাই।


৮) আকবৰে তানসেক কি বুলি স্বীকৃতি দিছিল?

এজন ৰাক্ষহ বুলি স্বীকৃতি দিছিল।

এজন ভদ্ৰ লোক বুলি সবীকৃতি দিছিল।

সেই যুগৰ শ্ৰেষ্ঠ গায়ক বুলি স্বীকৃতি দিছিল।

Answer: সেই যুগৰ শ্ৰেষ্ঠ গায়ক বুলি স্বীকৃতি দিছিল।


৯) আকবৰ কেনেকৈা মোহিত হৈছিল?

সকলো ধৰ্মৰ সাৰুৱা কথাবোৰ শুনি।

এগৰাকী মোহময়ী নাৰীক দেখি।

ওপৰৰ এটাও নহয়।

Answer: সকলো ধৰ্মৰ সাৰুৱা কথাবোৰ শুনি।


১০) অতীজৰে পৰা ভাৰতত কিহে সমাদৰ লাভ কৰি আহিছে?

নৃত্যই।

সংগীতে।

ইতিহাসে।

Answer: সংগীতে।


১১) হুমায়ুনে পাৰস্যৰ পৰা ভাৰতলৈ কি লৈ আহিছিল?

দুজন সাহিত্য়িক।

চাৰিজন গীতিকাৰ।

দুজন চিত্ৰশিল্পী।

Answer: দুজন চিত্ৰশিল্পী।

 

১২) চিত্ৰশিল্প তদাৰক কৰিবলৈ আকবৰে কি সৃষ্টি কৰিছিল?

চিত্ৰ অংকণ কৰা গৃহ নিৰ্মাণ কৰিছিল।

এটা সুকীয়া বিভাগৰ সৃষ্টি কৰিছিল।

ওপৰৰ এটাও নহয়।

Answer: এটা সুকীয়া বিভাগৰ সৃষ্টি কৰিছিল।

 

১৩) নিৰ্মাতা হিচাপে ছাহজাহানে ভাৰতৰ স্থাপত্য শিল্প জগতত কিহৰ অধিকাৰী হৈছিল?

এক সুকীয়া স্থানৰ।

সাহিত্যিকৰ।

ওপৰৰ এটাও নহয়।

Answer: এক সুকীয়া স্থানৰ।


১৪) কাৰ শাসন কালত মোগল চিত্ৰকলাই চৰম উৎকৰ্য সাধন কৰিছিল?

ঔৰংগজেৱৰ শাসনকালত।

হুনমায়ুনৰ শাসনকালত।

জাহাংগীৰৰ শাসনকালত।

Answer: জাহাংগীৰৰ শাসনকালত।


১৫) উৰ্দু কবিসকলক কি বুলি কোৱা হৈছিল?

সাহিত্যিক।

মুচায়েৰা।

ওপৰৰ এটাও নহয়।

Answer; মুচায়েৰা।


১৬) বাবৰৰ পুত্ৰ হুমায়ুন এগৰাকী চিত্ৰপ্ৰেমী নাছিল।

শুদ্ধ।

অশুদ্ধ।

Answer: অশুদ্ধ।


১৭) মোগলসকলৰ দিনত সাহিত্যৰো উত্তৰণ ঘটিছিল।

শুদ্ধ।

অশুদ্ধ।

Answer: শুদ্ধ।


১৮) গুলবদন বেগম, জেবুন্নিছা আৰু জাহানাৰাই কি কৰিছিল?

সাহিত্য চৰ্ৰ্চা কৰিছিল ।

পাৰ্ছী সাহিত্যলৈ অৱদান আগবঢ়াইছিল।

ওপৰৰ এটাও নহয়।

Answer; পাৰ্ছী সাহিত্যলৈ অৱদান আগবঢ়াইছিল।


১৯) মোগল যুগৰ ভাৰতত স্থাপত্য শিল্পৰ এক বৃহত অংশৰ পৃষ্ঠপোষক কোন আছিল?

মহম্মগ ঘোৰী।

ছাহজাহান।

ওপৰৰ এটাও নহয়।

Answer: ছাহজাহান।


 ২০) কোনজন সম্ৰাটৰ পিছৰ পৰা মোগল স্থাপত্য শিল্পৰ গৌৰৱোজ্জবল যুগৰ অৱসান ঘটে?

বাবৰ।

ছাহজাহান।

ওপৰৰ এটাও নহয়।

Answer: ছাহজাহান।