আমাৰ চৌপাশৰ বজাৰ


১) বিনিময় প্ৰথা কি?

এজনে আনজনৰ লগত ভাতৃত্ববোধ সম্পৰ্ক ৰখা।

সামগ্ৰীৰ সলনি সামগ্ৰী বিনিময় কৰা হয়।

ওপৰৰ এটাও নহয়।

Answer: সামগ্ৰীৰ সলনি সামগ্ৰী বিনিময় কৰা হয়।


২) খুচুৰা বিক্ৰেতাই পাইকাৰী বিক্ৰেতাৰ পৰা সামগ্ৰীবোৰ কি কৰে?

আদান-প্ৰদান কৰে।

ক্ৰয় কৰে।

সলনি কৰে।

Answer: ক্ৰয় কৰে।


৩) পাইকাৰী বিক্ৰেতাই কেনেকুৱা সামগ্ৰী একেলগে সৰহসংখ্যক কিনে?

বেলেগ ধৰণৰ।

একেধৰণৰ।

অধিক মূল্য দি আনিব লগা সামগ্ৰী।

Answer: একেধৰণৰ।


 ৪)  মুদ্ৰা কাক কোৱা হয়?  

বিনিময়ৰ মাধ্যম হিচাপে সকলোৱে গ্ৰহণ কৰা কোনো এটা নিৰ্দিষ্ট বস্তুক মুদ্ৰা বুলি কোৱা হয়।

তামৰ বস্তুক মুদ্ৰা বোলা হয়।

ওপৰৰ এটাও নহয়।

Answer:  বিনিময়ৰ মাধ্যম হিচাপে সকলোৱে গ্ৰহণ কৰা কোনো এটা নিৰ্দিষ্ট বস্তুক মুদ্ৰা বুলি কোৱা হয়।


৫) বস্তুৰ পাইকাৰী দাম খুচুৰা দামতকৈ কম হয়।

শুদ্ধ।

অশুদ্ধ।

Answer: শুদ্ধ।


৬) খুচুৰা বজাৰ কাক বোলে?

বস্তু বিক্ৰী কৰাকে খুচুৰা বজাৰ বোলে।

খুচুৰা ব্যৱসায়ীয়ে য'ত বস্তু বিক্ৰী কৰে তাক খুচুৰা বজাৰ বোলে।

ওপৰৰ এটাও নহয়।

Answer: খুচুৰা ব্যৱসায়ীয়ে য'ত বস্তু বিক্ৰী কৰে তাক খুচুৰা বজাৰ বোলে।


৭) ক্ৰয় দামতকৈ বিক্ৰয় দাম বেছি হ'লে লাভ হয়।

শুদ্ধ।

অশুদ্ধ।

Answer: শুদ্ধ।


৮) উৎপাদনকাৰী আৰু গ্ৰাহকৰ মাজত কোন থাকে?

পাইকাৰী আৰু খুচুৰা ব্যসায়ীসকল থাকে।

বস্তুৰ পাইকাৰী দাম।

ওপৰৰ এটাওনহয়।

Answer: পাইকাৰী আৰু খুচুৰা ব্যসায়ীসকল থাকে।


৯) চাহ বাগিচাৰ মজদূৰ সকলৰ বেতনৰ দিনা বহা বজাৰখনক কি বুলি কোৱা হয়?

দৈনিক বজাৰ।

পষেকীয়া বজাৰ।

ওপৰৰ এটাও নহয়।

Answer: পষেকীয়া বজাৰ।


১০) ব্যৱসায়ীসকলৰ মুূল লক্ষ্য কি?

এটা সুন্দৰ জীৱন নিৰ্বাহ কৰা।

লাভ অৰ্জন কৰি জাীৱন নিৰ্বাহ কৰা।

ওপৰৰ এটাও নহয়।

Answer: লাভ অৰ্জন কৰি জাীৱন নিৰ্বাহ কৰা।


১১) দৈনিক বজাৰ সপ্তাহটোৰ কিমানটা দিনত খোলা থাকে?

৭ টা দিনাত খোলা থাকে।

১৫ টা দিনত খোলা থাকে।

প্ৰায়ভাগ দিনত খোলা থাকে।

Answer:  প্ৰায়ভাগ দিনত খোলা থাকে।


১২) দৈনিক বজাৰক সাধাৰণে কিবিধৰ বজাৰ বুলি কোৱা হয়?

অস্থায়ী বজাৰ।

পাইকাৰী বজাৰ।

স্থায়ী বজাৰ।

Answer: স্থায়ী বজাৰ।


১৩) বজাৰবিলাক কাৰ লগত ওতঃপ্ৰোতভাৱে জড়িত?

পৰিৱেশৰ লগত।

জীৱ-জন্তুৰ লগত।

মানুহৰ দৈন্দনিক জীৱনৰ লগত।

Answer: মানুহৰ দৈন্দনিক জীৱনৰ লগত।


১৪) সাপ্তাহিক বা অৰ্ধ সাপ্তাহিক বজাৰ সপ্তাহৰ কোনকেইটা বাৰত বহে?

মঙলবাৰ আৰু বৃহস্পতিবাৰে বহে।

সপ্তাহটোৰ যিকোনো দুটা বাৰত বহে।

শুক্ৰ বা আৰু দেওবাৰে বহে।

Answer: সপ্তাহটোৰ যিকোনো দুটা বাৰত বহে।


১৫) সাপ্তাহিক বা অৰ্ধ সাপ্তাহিক বজাৰক কি বুলি কোৱা হয়?

হাট।

শ্বপিং মল।

শ্বপিং কমপ্লেক্স।

Answer:  হাট।

 

১৬) দোকানৰ পৰা ক্ৰয় লকৰা কসামগ্ৰীসমূহ ক'ত উৎপাদন হয়?

কাৰাখানত।

 খেতিপথাৰত।

ওপৰৰ এটাও নহয়।

Answer: কাৰাখানত।


১৭) একেবিধ বস্তুৰ দাম স্থান, মান আৰু লকাল ভেদে বেলেগ বেলেগ হ'ব নোৱাৰে।

শুদ্ধ।

অশুদ্ধ

Answer: অশুদ্ধ


১৮) স্থায়ী বজাৰৰ দোকান-পোহাৰ বিলাক ক'ত বহে?

পথাৰত।

স্থায়ী ঘৰত।

নিজান ঠাইত।

Answer: স্থায়ী ঘৰত।

 

১৯) খুচুৰা বিক্ৰেতা বা ফেৰিৱালাবোৰে পাৰইকাৰী বিক্ৰেতাৰ পৰা কম দামত বস্তু ক্ৰয় কৰে।

শুদ্ধ।

অশুদ্ধ।

Answer: শুদ্ধ।


২০) বজাৰৰ পূৰণি ব্যৱস্থা কি?

বিনিময় প্ৰথা।

মুদ্ৰা মাধ্যম।

ওপৰৰ এটাও নহয়।

Answer: বিনিময় প্ৰথা।