পৰিকল্পনা, বাজেট আৰু উন্নয়ন


১) পঞ্চবাৰ্ষিক পৰিকল্পনা বুলি কাক কোৱা হয়?

৫ ৱছৰলৈ মনত পুহি ৰখা সপোনক।

আমাৰ দেশত সাধাৰণে পাঁচ বছৰলৈ পৰিকল্পনা প্ৰস্তুত কৰা হয়।

ওপৰৰ এটাও নহয়।

Answer: আমাৰ দেশত সাধাৰণে পাঁচ বছৰলৈ পৰিকল্পনা প্ৰস্তুত কৰা হয়।


২) আমাৰ দেশত দ্বাদশ পঞ্চবাৰ্ষিক পৰিকল্পনা কিমান চনত আৰম্ভ হৈছিল?

২০৭ চনত।

২০১৪ চনত।

২০১২ চনত।

Answer: ২০১২ চনত।


৩) কাৰ মতে কাম কৰিবলৈ পৰিয়ালসমূহে নিজস্ব বাজেট প্ৰস্তুত কৰে?

চৰকাৰৰ মতে।

পৰিকল্পনাৰ মতে।

ওপৰৰ এটাও নহয়।

Answer: পৰিকল্পনাৰ মতে।


৪) নিজকে মানৱ সম্পদ হিচাপে গঢ়িবলৈ কেনেকুৱা হ'ব লাগে।

এলেহুৱা।

কাৰ্যক্ষম।

অধৈৰ্য্য।

Answer: কাৰ্যক্ষম।


৫) কল্যাণমূলক কাম-কাজসমূহ ভালদৰে ৰূপায়িত কৰিবলৈ চৰকাৰে কি প্ৰস্তুত কৰে?

কিছুমান উন্নয়নমূলক আচনি।

পৰিকল্পনা আৰু বাজেট।

ওপৰৰ এটাও নহয়।

Answer: পৰিকল্পনা আৰু বাজেট।


৬) কিমান চনৰ পৰাই আমাৰ দেশত পঞ্চবাৰ্ষিক পৰিকল্পনা কাৰ্যকৰী হয়?

১৯৫১ চনৰ পৰাই।

২০২৭ চনৰ পৰাই।

২০০০ চনৰ পৰাই।

Answer: ১৯৫১ চনৰ পৰাই।


৭) চৰকাৰে বিভিন্ন কৰ-কাটলৰ ব্যৱস্থাও কৰে।

শু্দ্ধ।

অশুদ্ধ।

Answer: শু্দ্ধ।


৮) পৰিকল্পনাৰ উদ্দেশ্য কি?

উঠি অহা নৱপ্ৰজন্মক আগুৱাই নিয়া।

জনসাধাৰণৰ জীৱন-ধাৰণৰ মান উন্নত কৰি দেশখনক সমৃদ্ধিৰ পথত আগুৱাই নিয়া।

ওপৰৰ এটাও নহয়।

Answer: জনসাধাৰণৰ জীৱন-ধাৰণৰ মান উন্নত কৰি দেশখনক সমৃদ্ধিৰ পথত আগুৱাই নিয়া।


৯) বাৰ্ষিক পৰিকল্পনা কাক বোলে?

বছৰটোৰ ভিতৰত কৰিবলগীয়া কামৰ পৰিকল্পনাক।

এবছৰৰ অন্তৰালত কৰা পৰিকল্পনাক।

ওপৰৰ এটাও নহয়।

Answer: এবছৰৰ অন্তৰালত কৰা পৰিকল্পনাক।


১০) চৰকাৰে কৰা কাম-কাজত কি প্ৰাধান্য থাকে?

কল্যাণমূলক কামবোৰ।

আঁচনিসমূহ।

ওপৰৰ এটাও নহয়।

Answer: কল্যাণমূলক কামবোৰ।


১১) আয় বৃদ্ধি নহ'লে দেশে কল্যাণমূলক কামবোৰত অধিক ব্য়য় কৰিব পাৰে।

শুদ্ধ।

অশুদ্ধ।

Answer: অশুদ্ধ।


১২) নীতি আয়োগৰ অধ্যক্ষ কোন?

প্ৰধানমন্ত্ৰী।

মূখ্যমন্ত্ৰী।

কেন্দ্ৰীয় মন্ত্ৰী।

Answer: প্ৰধানমন্ত্ৰী।


১৩) উপাৰ্জনৰ বুজদন অংশ কৃষি ক'ৰ পৰা উপলদ্ধ হয়?

উদ্যোগ আৰু সেৱাৰ পৰা।

পৰিকল্পনাৰ পৰা।

ওপৰৰ এটাো নহয়।

Answer: উদ্যোগ আৰু সেৱাৰ পৰা।


১৪) সঞ্চয় বাঢ়িলে কি বাঢ়ে?

বিনিয়োগ।

বাজেট।

ওপৰৰ এটাও নহয়।

Answer: বিনিয়োগ।


১৫) উৎপাদন বৃদ্ধিৰ বাবে কাক কাৰ্ষক্ষম কৰি তোলাটো নিতান্তই প্ৰয়োজন?

দেশৰ জনসাধাৰণক।

দুখীয়া শ্ৰেণীৰ লোকক।

ওপৰৰ এটাও নহয়।

Answer: দুখীয়া শ্ৰেণীৰ লোকক।


১৬) আমাৰ দেশত পঞ্চবাৰ্ষিক পৰিকল্পনা কিমান চনত সমাপ্ত হয়?

২০১৬ চনতয।

২০২০ চনতয।

২০১৭ চনত।

Answer: ২০১৭ চনত।


১৭) দেশৰ প্ৰগতিৰ বাবে চৰকাৰে কি গঢ়াত যথেষ্ট গুৰুত্ব দিছে?

মানৱ সম্পদ।

মানৱ সৃষ্টসম্পদ।

জৈৱিক সম্পদ।

Answer: মানৱ সৃষ্টসম্পদ।


১৮) প্ৰত্যকটো পৰিয়ালৰ এটা নিৰ্দিষ্ট সময়ৰ ভিতৰত কৰিবলগীয়া কামৰ কি থাকে?

পৰিকল্পনা।

সপোন।

ওপৰৰ এটাও নহয়।

Answer: পৰিকল্পনা।


১৯) পৰিয়ালৰ লগতে দেশৰ আৰ্থিক উন্নতিৰ সোপান কি?

কৃপণালী।

ধোৱাসলীয়া।

মিতব্যয়িতা।

Answer: মিতব্যয়িতা।


২০) সঞ্চয়ে বিভিন্ন ব্যক্তি বা প্ৰতিষ্ঠানক ধাৰলৈ দি চৰকাৰে কি আদায় কৰে?

সুদ।

জনসাধাৰণৰ পৰা মৰম-ভালপোৱা।

ওপৰৰ এটাও নহয়।

Answer: সুদ।