শ্ৰমৰ সমমৰ্যাদা আৰু সমতুল্য


১) কিমান চনত প্ৰতিভা দেৱীসিং পাটিলৰ জন্ম হয়?

১৯০৬ চনত।

১৯৩৪ চনত।

১৯৮৭ চনত।

Answer: ১৯৩৪ চনত।


২) মামণি ৰয়ছম গোস্বামীয়ে কিমান চনত সাহিত্যৰ সৰ্বশ্ৰেষ্ঠ জ্ঞানপীঠ বটা লাভ কৰে?

২০০৪ চনত।

১৯৯৬ চনত।

২০০২ চনত।

Answer: ২০০২ চনত।


৩) বাচেন্দ্ৰী পালৰ ক'ত জন্ম হৈছিল?

বিহাৰত।

দাৰ্জিলিংত।

গাড়োৱালৰ এখন ভিতৰুৱা গাঁৱত।

Answer: গাড়োৱালৰ এখন ভিতৰুৱা গাঁৱত।


৪) কল্পনা চাওলাৰ কিমান চনত মৃত্যু হয়?

২০০৩ চনত।

২০০১ চনত।

২০০০ চনত।

Answer: ২০০৩ চনত।


৫) কিমান চনৰ কিমান তাৰিলে বাচেন্দ্ৰী পালে এভাৰেষ্ট শৃংগ জয় কৰিছিল?

১৯৫৪ চনৰ ২৩ ফেব্ৰুৱাৰী তাৰিকে।

১৯৮৪ চনৰ ২৩ মে' তাৰিখে।

ওপৰৰ এটাও নহয়।

Answer; '১৯৮৪ চনৰ ২৩ মে' তাৰিখে।


৬) এখন দেশৰ উন্নতিত কাৰ শিক্ষাৰ গুৰুত্ব অপৰিসীম?

ল'ৰা।

ছোৱালী।

ওপৰৰ এটাও নহয়।

Answer: ছোৱালী।


৭) ভাৰতৰ সংবিধানে সমতাৰ অধিকৰক মৌলিক অধিকাৰ হিচাপে স্বীকৃতি দিছে।

শুদ্ধ।

অশুদ্ধ।

Answer: শুদ্ধ।


৮) কাৰল সবলীকৰণ প্ৰক্ৰিয়াত সকলোকে জড়িত কৰাৰৰ কথা প্ৰদান কৰিছে?

দুৰ্বল লোকসকলক।

মহিলাক।

পূৰুষক।

Answer: মহিলাক।


৯) কল্পনা চাওলাৰ কিমান চনত জন্ম হৈছিল?

১৯২২ চনত।

১৯৫৪ চনত।

১৯৬১ চনত।

Answer: ১৯৬১ চনত।


১০) প্ৰতিবা দেৱীসিং পাটিলে কিমান চনৰ পৰা কিমান চনলৈ ৰাজ্যসবাৰ সদস্য হিচাপে সেৱা আগবঢ়ায়?

১৯০০ চনৰ পৰা ২০১৩ চনলৈ।

১৯৮৫ ৰ পৰা ১৯৯০ চনলৈ।

১৯১৪ চনৰ পৰা ১৯২৬ চনলৈ।

Answer:  ১৯৮৫ ৰ পৰা ১৯৯০ চনলৈ।


১১) বাচেনদ্ৰী পালে ১২ বছৰ বয়সত লগৰীয়াবোৰৰ সৈতে আৰোহণ কৰা শৃংগটোৰ কিমান ফুট উচচতা কিমান?

১২,১২৩ ফুট উচ্চতা।

৩,৮৯০ ফুট উচ্চতা।

ওপৰৰ এটাও নহয়।

Answer: ১২,১২৩ ফুট উচ্চতা।


১২) সমাজখনৰ সকলো দিশতে কোনে নিজৰ পৰিচয় দাঙি ধৰিছে?

মহিলাই।

পূৰুষে।

ওপৰৰ এটাও নহয়।

Answer: মহিলাই।


১৩) সমাজত পূৰুষ আৰু মহিলাৰ মৰ্যাদা ভিন্ন হয়।

শুদ্ধ।

অশুদ্ধ।

Answer: অশুদ্ধ।


১৪) কোনখন জিলাত কল্পনা চাওএলাৰ জন্ম হৈছিল।

ওদালগুৰি।

কাৰ্ণাল।

শিৱসাগৰ।

Answer: কাৰ্ণাল।


১৫) বাচেন্দ্ৰী পালে ক'ত প্ৰথম পুৰষ্কাৰ লাভ কৰিছিল?

ফুটবল খেলত জয়ী হৈ।

কলেজীয়া জীৱনত ৰাইফল শ্বুটিঙত।

ওপৰৰ এটাও নহয়।

Answer: কলেজীয়া জীৱনত ৰাইফল শ্বুটিঙত।


১৬) বাচেন্দ্ৰী পালৰ সাহসিকতাই বfশ্বৰ বহু মহিলাক কি কৰি তুলিছে?

শক্তিশালী।

সাহসী।

অনুপ্ৰাণিত।

Answer: অনুপ্ৰাণিত।


১৭) আমাৰ দেশ লক্ষ্মী লাকৰাই কি চলাইছে?

ট্ৰাক।

ৰে'লৰ ইঞ্জিন।

ওপৰৰ এটাও নহয়।

Answer: ৰে'লৰ ইঞ্জিন।


১৮) সমতা গণতন্ত্ৰৰ কি হয়?

সাহস।

এক অন্যতম বৈশিষ্ট্য।

শক্তি।

Answer: এক অন্যতম বৈশিষ্ট্য।


১৯) মহিলাক পূৰুষতকৈ থল বুলি ভবাৰ প্ৰয়োজন নাইনে?

আছে।

নাই।

ওপৰৰ এটাও নহয়।

Answer: নাই।


২০) বৰ্তমান যুগত পুৰুষতকৈ মহিলা পিছপৰা।

শুদ্ধ।

অশুদ্ধ।

Answer: অশুদ্ধ।