গণতন্ত্ৰ নাগৰিক আৰু নাগৰিকত্ব


১) প্ৰাচীন গ্ৰীচৰ নগৰৰাষ্ট্ৰসমূহত কি গণতন্ত্ৰৰ প্ৰচলন আচিল?

পৰোক্ষ গণতন্ত্ৰৰ প্ৰচলন আছিল।

প্ৰত্যক্ষ গণতন্ত্ৰৰ প্ৰচলন আচিল।

ওপৰৰ এটাও নহয়।

Answer: প্ৰত্যক্ষ গণতন্ত্ৰৰ প্ৰচলন আচিল।


২) ৰাজনৈতিক অধিকাৰ সমূহ কি কি?

শিক্ষাৰ অধিকাৰ আৰু মতামত প্ৰকাশৰ অধিকাৰ।

ভোটদানৰ অধিকাৰ, নিৰ্বাচনত প্ৰদ্বন্দিতা কৰাৰ অধিকাৰ।

জীৱনৰক্ষাৰ অধিকাৰ।

Answer: ভোটদানৰ অধিকাৰ, নিৰ্বাচনত প্ৰদ্বন্দিতা কৰাৰ অধিকাৰ।


৩) নাগৰিক কাক বোলে?

গাওঁ এখনৰ স্থায়ী বাসিন্দাক।

যি ব্যক্তিয়ে দেশত স্থায়ীভাৱে বসবাস কৰি সেই দেশৰ সকলো অধিকাৰ ভোগ কৰে।

বিদেশী লোকসকলক।

Answer: যি ব্যক্তিয়ে দেশত স্থায়ীভাৱে বসবাস কৰি সেই দেশৰ সকলো অধিকাৰ ভোগ কৰে।


৪) আদিম মানুহে বসবাস কৰিবলৈ ক'ত আশ্ৰয় লৈছিল?

ঘৰত।

পৰ্বতৰ গুহা, গছৰ খোৰোং আদিত।

ওপৰৰ এটাও নহয়।

Answer: পৰ্বতৰ গুহা, গছৰ খোৰোং আদিত।


৫) গণতন্ত্ৰ কেনেকুৱা ব্যৱস্থা?

য'ত সমাজ এখনে নিজ ইচ্ছাৰে সকলো কাম কৰিব পাৰি

সমাজত বাস কৰা প্ৰতিজন লোকৰে অংশগ্ৰহণ কৰাৰ সুবিধা আছএ।

ওপৰৰ এটাও নহয়।

Answer: সমাজত বাস কৰা প্ৰতিজন লোকৰে অংশগ্ৰহণ কৰাৰ সুবিধা আছএ।


৬) ইংলেণ্ডত কি গণতন্ত্ৰৰ প্ৰচলন আছে?

পৰোক্ষ গণতন্ত্ৰৰ।

প্ৰত্যক্ষ গণতন্ত্ৰৰ।

ওপৰৰ এটাও নহয়।

Answer: পৰোক্ষ গণতন্ত্ৰৰ।


৭) সময় বিৱৰ্তনৰ লগে লগে সমাজৰ বুকুত কাৰ জন্ম হ'ল?

জিলাৰ।

ৰাজ্যৰ।

ৰাষ্ট্ৰৰ।

Answer: ৰাষ্ট্ৰৰ।


৮) গণতান্ত্ৰিক ব্যৱস্থাত কেইটা ৰাজনৈতিক দ'ল থাকে?

১ টা।

দুই বা তাতোধিক।

ওপৰৰ এটাও নহয়।

Answer: দুই বা তাতোধিক।


৯) গণতন্ত্ৰ এক জনকল্যাণমুখী ব্যৱস্থা নহয়।

শুদ্ধ।

অশুদ্ধ।

Answer: অশুদ্ধ।


১০) কি দ'লে গণতন্ত্ৰত বিশেষ ভূমিকা পালন কৰে?

ৰাজনৈতিক দলে।

বিৰোধী দলে।

ওপৰৰ এটাও নহয়।

Answer: বিৰোধী দলে।


১১) যদি কোনোৱে দেশ বিৰোধী কাম কৰে তেন্তে তেওঁক কি কৰা হয়?

শাস্তি প্ৰদান কৰা হয়।

ভাৰতীয় নাগৰিকত্বৰ পৰা বঞ্চিত কৰা হয়।

ওপৰৰ এটাও নহয়।

Answer: ভাৰতীয় নাগৰিকত্বৰ পৰা বঞ্চিত কৰা হয়।


১২) বৰ্তমান গণতন্ত্ৰ শব্দটো কাৰ মনত অতি জনপ্ৰিয় হৈছে?

অসমবাসীৰ মনত।

ভাৰতবাসীৰ মনত।

গোটেই বিশ্ববাসীৰ মনত।

Answer: গোটেই বিশ্ববাসীৰ মনত।


১৩) ৰাষ্ট্ৰৰ অন্তৰ্গত সকলো লোককেই কি আখ্যা দিয়া?

বিদেশী।

স্বদেশী।

নাগৰিক।

Answer: নাগৰিক।


১৪) নাগৰিকে সদায় দেশৰ প্ৰতি কি দেখুৱাবলৈ বাধ্য?

শ্ৰদ্ধা আৰু আনুগত্য।

মৰম।

ওপৰৰ এটাও নহয়।

Answer: শ্ৰদ্ধা আৰু আনুগত্য।


১৫) বিদেশীসকলে কি অধিকাৰ ভোগ কৰিব পাৰে?

পৌৰ অধিকাৰ।

ৰাজনৈতিক অধিকাৰ।

ওপৰৰ এটাও নহয়।

Answer; পৌৰ অধিকাৰ।


১৬)  বৰ্তমান পৃথিৱীৰ বহুতো ৰাষ্ট্ৰই কি প্ৰতিষ্ঠা কৰিবলৈ অবিৰতভাৱে সংগ্ৰাম চলাই আছে?

গণতন্ত্ৰ।

এক অদ্ভুদ সংস্থাপন।

ওপৰৰ এটাও নহয়।

Answer: গণতন্ত্ৰ।


১৭) গণতন্ত্ৰ বুলিলে কা কাক শাসন কৰা বুজো?

সমাজক।

জনগণক।

ওপৰৰ এটাও নহয়।

Answer: জনগণক।


১৮) গণতন্ত্ৰৰ এক অপৰিহাৰ্য অংগ কি?

নিৰ্বাচন।

অধিকাৰ।

শাসন ব্যৱস্থা।

Answer: নিৰ্বাচন।


 ১৯) বহুদিন নিজৰ দেশত অনুপস্থিত থাকিলে কিহৰ পৰা বঞ্চিত হয়?

নিজৰ গাওঁখনৰ পৰা।

নাগৰিকত্বৰ পৰা।

ওপৰৰ এটাও নহয়।

Answer: নিৰ্বাচন।


২০) মাৰ্কিন যুক্তৰাষ্ট্ৰ দেশত প্ৰত্যক্ষ গণতন্ত্ৰৰ প্ৰচলন আছে।

শুদ্ধ।

অশুদ্ধ।

Answer: শুদ্ধ।