গণতন্ত্ৰ আৰু প্ৰচাৰ মাধ্যম


১) অসমৰ পৰা প্ৰকাশিত প্ৰথম বাতৰিকাকত কি?

আইনা।

অৰুণোদয়।

অসমীয়া প্ৰতিদিন।

Answer:অৰুণোদয়।


২) বিশাল পৃথিৱীখনক আজি কালি কি বুলি কোৱা হয়?

গোলকীয় গাওঁ বুলি কোৱা হয়।

এখন আয়তাকাৰ পথাৰ বুলি কোৱা হয়।

ওপৰৰ এটাও নহয়।

Answer: গোলকীয় গাওঁ বুলি কোৱা হয়।


৩) গণতন্ত্ৰৰ মূল ভেটিস্বৰূপ কি?

অহিংসা।

সততা আৰু নিষ্ঠা।

অন্যায়।

Answer: সততা আৰু নিষ্ঠা।


৪) প্ৰচাৰ মাধ্যমক কি বুলি কোৱা হয়?

ৰাইজৰ কন্ঠ বুলি কোৱা হয়।

আদেশ বুলি কোৱা হয়।

বাতৰিকাকত।

Answer: ৰাইজৰ কন্ঠ বুলি কোৱা হয়।


৫) মুদ্ৰিত প্ৰচাৰ মাধ্যম কি?

বাতৰিকাকত, আলোচনী, কিতাপ।

ৰেডিঅ', দূৰদৰ্শন।

ওপৰৰ এটাও নহয়।

Answer: বাতৰিকাকত, আলোচনী, কিতাপ।


৬) ইন্টাৰনেট কি?

ইন্টাৰনেট এনে এবিধ প্ৰক্ৰিয়া যাৰ দ্বাৰা মানুহ উপকৃত হয়।

ইন্টাৰনেট হৈছে বহুসংখ্যং কম্পিউটাৰৰ সহযোগত গঢ়ি উঠা দ্ৰুততম যোগাযোগ ব্যৱস্থা।

ইন্টাৰটেন এনে এবিধ বস্তু যিয়ে সকলোবিলাক কাম কৰে।

Answer: ইন্টাৰনেট হৈছে বহুসংখ্যং কম্পিউটাৰৰ সহযোগত গঢ়ি উঠা দ্ৰুততম যোগাযোগ ব্যৱস্থা।


৭) গণতন্ত্ৰত কোনে গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে?

জনসাধাৰণে।

প্ৰচাৰ মাধ্যমে।

ওপৰৰ এটাও নহয়।

Answer: প্ৰচাৰ মাধ্যমে।


৮) জনমত গণতান্ত্ৰইক শাসনব্যৱস্থাৰ বুনিয়াদস্বৰূপ।

শুদ্ধ।

অশুদ্ধ।

Answer: শুদ্ধ।


৯) কম্পিউটাৰক অসমীয়াত কি বুলি কোৱা হয়?

অনাঁতাৰ যন্ত্ৰ।

পৰিকলন যন্ত্ৰ।

ওপৰৰ এটাও নহয়।

Answer: পৰিকলন যন্ত্ৰ।


১০) দ্য় টাইমছ অৱ ইণ্ডিয়া কি?

এখন আলোচনী।

এখন খ্য়াতিসম্পন্ন বাতৰিকাকত।

এখন কিতাপ।

Answer: এখন খ্য়াতিসম্পন্ন বাতৰিকাকত।


১১) ভাৰতবৰ্ষৰ প্ৰথম প্ৰকাশিত বাতৰিকাকত খনৰ নাম কি?

বেংগল গেজেট।

দ্য হিন্দু সমাচাৰ।

ওপৰৰ এটাও নহয়।

Answer: দ্য হিন্দু সমাচাৰ।


১২) অসমৰ বিপ্লৱী কবি কোন?

অম্বিকাগিৰি ৰায়চৌধুৰী।

ড° ভূপেন হাজৰিকা।

প্ৰতিমা বৰুৱা পাণ্ডে।

Answer: অম্বিকাগিৰি ৰায়চৌধুৰী।


১৩) কাৰ ধ্বনিয়ে সমগ্ৰ ভাৰতবাসীৰ মনত তীব্ৰ দেশপ্ৰেমৰ জোৱাৰ সৃষ্টি কৰিছিল?

বন্দে মাতৰমৰ ধ্বনীয়ে।

ৰাষ্ট্ৰীয় সংগীতৰ ধ্বনিয়ে।

ওপৰৰ এটাও নহয়।

Answer: বন্দে মাতৰমৰ ধ্বনীয়ে।


১৪) কম্পিউটাৰ কোনে আৱিষ্কাৰ কৰিছিল?                            

ইংৰকাজ বিজ্ঞানী ছাৰ্লছ বেবেজে।

ষ্টিফেনচনে।

ওপৰৰ এটাও নহয়।

Answer: ইংৰকাজ বিজ্ঞানী ছাৰ্লছ বেবেজে।


১৫) কেতিয়া ভাৰতবৰ্ষ এখন গণতান্ত্ৰিক ৰাষ্ট্ৰৰূপে প্ৰতিষ্ঠিত হ'ল?

১৯৪৪ চনত।

স্বাধীনোত্তৰ কালত ।

ওপৰৰ এটাও নহয়।

Answer: স্বাধীনোত্তৰ কালত ।


১৬) দি টেলিগ্ৰাফ কি?

এখন আলোচনী।

এখন আন্তৰ্জাতিক খ্যাতিসম্পন্ন বাতিৰ কাকত।

ওপৰৰ এটাও নহয়।

Answer: এখন আন্তৰ্জাতিক খ্যাতিসম্পন্ন বাতিৰ কাকত।


১৭) কাৰ অভাৱনীয় পৰিষ্কাৰসমূহে গোটেই পৃথিৱীখনকেই মানুহৰ নিচেই ওচৰ চপাইছে?

চৰকাৰৰ।

বিজ্ঞান-প্ৰুক্তিৰ।

ওপৰৰ এটাও নহয়।

Answer: বিজ্ঞান-প্ৰুক্তিৰ।


১৮) অতীজৰ দুৰ্গম অৰণ্য পাৰ হৈ বাতৰি পঠিয়াব লগা হ'লে কি কৰিছিল?

পাৰৰ ঠেঙত চিঠি বান্ধি দিছিল।

ডাকঘৰত দিছিল।

ওপৰৰ এটাও নহয়।

Answer: পাৰৰ ঠেঙত চিঠি বান্ধি দিছিল।


১৯) ছপাশাল কেতিয়া আৱিষ্কাৰ কৰিছিল?

১৬শ শতিকাত।

১৮ শতিকাত।

ওপৰৰ এটাও নহয়।

 Answer: ১৬শ শতিকাত।


২০) ভাৰতবৰ্ষত এতিয়ালৈকে কিমান হাজাৰৰু অধঘিক সংবাদপ্ৰত্ৰ পঢ়িবলৈ পাইছে?

৭৬ হাজাৰৰু।

৬২ হাজাৰৰু।

ওপৰৰ এটাও নহয়।

Answer: ৬২ হাজাৰৰু।