গণতন্ত্ৰ আৰু প্ৰচাৰ মাধ্যম
১) অসমৰ পৰা প্ৰকাশিত প্ৰথম বাতৰিকাকত কি?
আইনা।
অৰুণোদয়।
অসমীয়া প্ৰতিদিন।
Answer:অৰুণোদয়।
২) বিশাল পৃথিৱীখনক আজি কালি কি বুলি কোৱা হয়?
গোলকীয় গাওঁ বুলি কোৱা হয়।
এখন আয়তাকাৰ পথাৰ বুলি কোৱা হয়।
ওপৰৰ এটাও নহয়।
Answer: গোলকীয় গাওঁ বুলি কোৱা হয়।
৩) গণতন্ত্ৰৰ মূল ভেটিস্বৰূপ কি?
অহিংসা।
সততা আৰু নিষ্ঠা।
অন্যায়।
Answer: সততা আৰু নিষ্ঠা।
৪) প্ৰচাৰ মাধ্যমক কি বুলি কোৱা হয়?
ৰাইজৰ কন্ঠ বুলি কোৱা হয়।
আদেশ বুলি কোৱা হয়।
বাতৰিকাকত।
Answer: ৰাইজৰ কন্ঠ বুলি কোৱা হয়।
৫) মুদ্ৰিত প্ৰচাৰ মাধ্যম কি?
বাতৰিকাকত, আলোচনী, কিতাপ।
ৰেডিঅ', দূৰদৰ্শন।
ওপৰৰ এটাও নহয়।
Answer: বাতৰিকাকত, আলোচনী, কিতাপ।
৬) ইন্টাৰনেট কি?
ইন্টাৰনেট এনে এবিধ প্ৰক্ৰিয়া যাৰ দ্বাৰা মানুহ উপকৃত হয়।
ইন্টাৰনেট হৈছে বহুসংখ্যং কম্পিউটাৰৰ সহযোগত গঢ়ি উঠা দ্ৰুততম যোগাযোগ ব্যৱস্থা।
ইন্টাৰটেন এনে এবিধ বস্তু যিয়ে সকলোবিলাক কাম কৰে।
Answer: ইন্টাৰনেট হৈছে বহুসংখ্যং কম্পিউটাৰৰ সহযোগত গঢ়ি উঠা দ্ৰুততম যোগাযোগ ব্যৱস্থা।
৭) গণতন্ত্ৰত কোনে গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে?
জনসাধাৰণে।
প্ৰচাৰ মাধ্যমে।
ওপৰৰ এটাও নহয়।
Answer: প্ৰচাৰ মাধ্যমে।
৮) জনমত গণতান্ত্ৰইক শাসনব্যৱস্থাৰ বুনিয়াদস্বৰূপ।
শুদ্ধ।
অশুদ্ধ।
Answer: শুদ্ধ।
৯) কম্পিউটাৰক অসমীয়াত কি বুলি কোৱা হয়?
অনাঁতাৰ যন্ত্ৰ।
পৰিকলন যন্ত্ৰ।
ওপৰৰ এটাও নহয়।
Answer: পৰিকলন যন্ত্ৰ।
১০) দ্য় টাইমছ অৱ ইণ্ডিয়া কি?
এখন আলোচনী।
এখন খ্য়াতিসম্পন্ন বাতৰিকাকত।
এখন কিতাপ।
Answer: এখন খ্য়াতিসম্পন্ন বাতৰিকাকত।
১১) ভাৰতবৰ্ষৰ প্ৰথম প্ৰকাশিত বাতৰিকাকত খনৰ নাম কি?
বেংগল গেজেট।
দ্য হিন্দু সমাচাৰ।
ওপৰৰ এটাও নহয়।
Answer: দ্য হিন্দু সমাচাৰ।
১২) অসমৰ বিপ্লৱী কবি কোন?
অম্বিকাগিৰি ৰায়চৌধুৰী।
ড° ভূপেন হাজৰিকা।
প্ৰতিমা বৰুৱা পাণ্ডে।
Answer: অম্বিকাগিৰি ৰায়চৌধুৰী।
১৩) কাৰ ধ্বনিয়ে সমগ্ৰ ভাৰতবাসীৰ মনত তীব্ৰ দেশপ্ৰেমৰ জোৱাৰ সৃষ্টি কৰিছিল?
বন্দে মাতৰমৰ ধ্বনীয়ে।
ৰাষ্ট্ৰীয় সংগীতৰ ধ্বনিয়ে।
ওপৰৰ এটাও নহয়।
Answer: বন্দে মাতৰমৰ ধ্বনীয়ে।
১৪) কম্পিউটাৰ কোনে আৱিষ্কাৰ কৰিছিল?
ইংৰকাজ বিজ্ঞানী ছাৰ্লছ বেবেজে।
ষ্টিফেনচনে।
ওপৰৰ এটাও নহয়।
Answer: ইংৰকাজ বিজ্ঞানী ছাৰ্লছ বেবেজে।
১৫) কেতিয়া ভাৰতবৰ্ষ এখন গণতান্ত্ৰিক ৰাষ্ট্ৰৰূপে প্ৰতিষ্ঠিত হ'ল?
১৯৪৪ চনত।
স্বাধীনোত্তৰ কালত ।
ওপৰৰ এটাও নহয়।
Answer: স্বাধীনোত্তৰ কালত ।
১৬) দি টেলিগ্ৰাফ কি?
এখন আলোচনী।
এখন আন্তৰ্জাতিক খ্যাতিসম্পন্ন বাতিৰ কাকত।
ওপৰৰ এটাও নহয়।
Answer: এখন আন্তৰ্জাতিক খ্যাতিসম্পন্ন বাতিৰ কাকত।
১৭) কাৰ অভাৱনীয় পৰিষ্কাৰসমূহে গোটেই পৃথিৱীখনকেই মানুহৰ নিচেই ওচৰ চপাইছে?
চৰকাৰৰ।
বিজ্ঞান-প্ৰুক্তিৰ।
ওপৰৰ এটাও নহয়।
Answer: বিজ্ঞান-প্ৰুক্তিৰ।
১৮) অতীজৰ দুৰ্গম অৰণ্য পাৰ হৈ বাতৰি পঠিয়াব লগা হ'লে কি কৰিছিল?
পাৰৰ ঠেঙত চিঠি বান্ধি দিছিল।
ডাকঘৰত দিছিল।
ওপৰৰ এটাও নহয়।
Answer: পাৰৰ ঠেঙত চিঠি বান্ধি দিছিল।
১৯) ছপাশাল কেতিয়া আৱিষ্কাৰ কৰিছিল?
১৬শ শতিকাত।
১৮ শতিকাত।
ওপৰৰ এটাও নহয়।
Answer: ১৬শ শতিকাত।
২০) ভাৰতবৰ্ষত এতিয়ালৈকে কিমান হাজাৰৰু অধঘিক সংবাদপ্ৰত্ৰ পঢ়িবলৈ পাইছে?
৭৬ হাজাৰৰু।
৬২ হাজাৰৰু।
ওপৰৰ এটাও নহয়।
Answer: ৬২ হাজাৰৰু।
0 Comments