প্ৰান্তীয় গোট আৰু গণতান্ত্ৰিক অধিকাৰ


১) কেতিয়াৰে পৰা অসমত চাহ উদ্যোগ গঢ় লৈ উঠিছে?

স্বাধীনতা আন্দোলনৰ পাছত।

দাণ্ডিযাত্ৰাৰ সময়ত।

বৃটিছৰ দিনত।

Answer: বৃটিছৰ দিনত।


২) অসমৰ কিহৰ বাবে পৃথিৱী বিখ্যাত।

এশিঙীয়া গড়ৰ বাবে।

ঐতিহাসিক কূীৰ্তিচিহ্নবোৰৰ বাবে।

চাহখেতিৰ বাবে।

Answer: চাহখেতিৰ বাবে।


৩) কোনে দেশৰ অৰ্থনীতিত বিশেষ অৱদান আগবঢ়াইছে?

চৰকাৰে।

জনসাধাৰণে।

চাহ উদ্যোগে।

Answer: চাহ উদ্যোগে।


৪) সন্ধানহীন হৈ অ'ত ত'ত সিঁচৰতি হৈ পৰা লোক সকল ক'ৰ পৰা বিচ্ছিন্ন হৈ পৰে?

সমাজৰ মূল অংশৰ পৰা।

নিজৰ ওপজা ঠাইখনৰ পৰা।

নিজৰ দেশখনৰ পৰা।

Answer: সমাজৰ মূল অংশৰ পৰা।


৫) জনজাতিসকলৰ আৰ্থ-সামাজিক উন্নতিৰ বাবে কি ব্যৱস্থা লৈছে?

স্বায়ত্ব শাসন ব্যৱস্থা।

এক নতুন উন্নতিকাৰক ব্যৱস্থা।

ওপৰৰ এটাও নহয়।

Answer; স্বায়ত্ব শাসন ব্যৱস্থা।


৬) গণতান্ত্ৰিক লক্ষ্যত উপনীত হ'বলৈ কি কৰিব লাগে?

সকলো নাগৰিকে নিজৰ দেশত খাকিব লাগে।

সকলো নাগৰিকে গণতান্ত্ৰিক অধিকাৰৰ সমান অংশীীদাৰ হ'ব লাগিব।

সকলো নাগৰিকে সমাজখনৰ মিলি থাকিব লাগিব।

Answer: সকলো নাগৰিকে গণতান্ত্ৰিক অধিকাৰৰ সমান অংশীীদাৰ হ'ব লাগিব।


৭) অসমৰ চাহ জনগোষ্ঠীসকলৰ সুৰক্ষাৰ বাবে কি আছে?

এখন সুৰক্ষা আইন।

'অসম চাহ কল্যাণ পৰিষদ'

ওপৰৰ এটাও নহয়।

Answer: 'অসম চাহ কল্যাণ পৰিষদ'


৮) জনজাতি লোকসকলৰ বাবে কি ব্যৱস্থা কৰা হৈছে?

শাসন ব্যৱস্থা।

ভূমি সংৰক্ষণ ব্যৱস্থা।

ওপৰৰ এটাও নহয়।

Answer: ভূমি সংৰক্ষণ ব্যৱস্থা।


৯) বান্ধৱ নামনিৰ অংশত বাস কৰা লোকসকল বিভিন্ন অসুবিধাৰ সন্মুখীন নহয়।

শুদ্ধ।

অশুদ্ধ।

Answer; অশুদ্ধ।


১০) প্ৰৱল বানপানীয়ে মানুহৰ খেতি উছন কৰাৰ লগতে আৰু কি অপকাৰ কৰিছে?                  

খেতি পথাৰৰ উৰ্বৰতাও নাইকিয়া কৰে।

মানুহৰ জীৱন ধ্বংস কৰে।

ওপৰৰ এটাও নহয়।

Answer: খেতি পথাৰৰ উৰ্বৰতাও নাইকিয়া কৰে।


১১)  পেটৰ দায়ত দুৰ্ভগীয়া মানুহবোৰে নিজৰ ঠাই এৰি কেনেকুৱা পৰ্যায়লৈ যায়?

মৃত্যুক আকোৱালী ল'ব লগীয়া হয়।

অইন ক'ৰবাত জীৱিকাৰ সন্ধান কৰিবলৈ বাধ্য হয়।

ওপৰৰ এটাও নহয়।

Answer: অইন ক'ৰবাত জীৱিকাৰ সন্ধান কৰিবলৈ বাধ্য হয়।


১২) চাহখেতিৰ বাবে বৃটিছসকলক কাৰ প্ৰয়োজন হ'ল?

উপযোগী মাটিৰ।

পৰ্যাপ্ত পৰিমাণৰ বনুৱাৰ।

ওপৰৰ এটাও নহয়।

Answer: দেশ আৰু জনসাধাৰণৰ উন্নতি সাধন।


১৩) গণতন্ত্ৰৰ প্ৰধান লক্ষ্য কি?

জনসাধাৰণক সুখী কৰা।

দেশ আৰু জনসাধাৰণৰ উন্নতি সাধন।

ওপৰৰ এটাও নহয়।

Answer: দেশ আৰু জনসাধাৰণৰ উন্নতি সাধন।


১৪) আমাৰ সংবূিধানে জাতীয় বৈশিষ্ট্য়সমূহৰ কি ব্যৱস্থা কৰিছে?

সংৰক্ষণ।

ৰক্ষণাৱেক্ষণ।

ওপৰৰ এটাও নহয়।

Answer: ৰক্ষণাৱেক্ষণ।


১৫) কেনেকুৱা লোকসকলৰ প্ৰান্তীয় গোট হিচাপে অভিহিত কৰিব পৰা যায়?

আৰ্থিক, সামাজিক আৰু শৈক্ষিক অনগ্ৰৰতাত ভোগা লোকসকলক।

গৰাখহনীয়াত উটি অহা লোকসকলক।

ওপৰৰ এটাও নহয়।

Answer; আৰ্থিক, সামাজিক আৰু শৈক্ষিক অনগ্ৰৰতাত ভোগা লোকসকলক।


১৬) ক'ত ভাগ ল'বলৈ প্ৰতিজন নাগৰিকেই দায়বদ্ধ।

এক বিশেষ অনুষ্টানত।

দেশৰ বিকাশত।

ওপৰৰ এটাও নহয়।

Answer; দেশৰ বিকাশত।


১৭) এখন সমাজৰ সামগ্ৰিক বিকাশে সমাজৰ সকলো শ্ৰেণী সকলো অংশৰ লোকক সাঙুৰি লয়?

শুদ্ধ।

অশুদ্ধ।

Answer: শুদ্ধ।


১৮) আমাৰ দেশৰ উন্নতি কেতিয়া হ'ব?

যেতিয়া প্ৰত্য়েকজন নাগৰিক স্বাৱলম্বী হ'ব।

সমাজৰ সকলো শ্ৰেণীৰ লোকে সমানে আগবাঢ়ি যাব আৰু দেশৰ উন্নতিত অৰিহণা যোগাব।

ওপৰৰ এটাও নহয়।

Answer: সমাজৰ সকলো শ্ৰেণীৰ লোকে সমানে আগবাঢ়ি যাব আৰু দেশৰ উন্নতিত অৰিহণা যোগাব।


১৯) জনজাতি লোকসকলৰ বাবে কি প্ৰদান কৰিছে/

খাদ্য

বিশেষ সুবিধা প্ৰদান কৰিছে।

ওপৰৰ এটাও নহয়।

Answer: বিশেষ সুবিধা প্ৰদান কৰিছে।


২০) থলুৱা নিবনুৱা সকলে কিহৰ সুবিধা পায়?

সংস্থাপনৰ।

বাসস্থানৰ।

ওপৰৰ এটাও নহয়।

Answer: সংস্থাপনৰ।