মানৱ সৃষ্ট পৰিৱেশ আৰু মানৱ সম্পদ

 

১) কিছুমান শস্যৰ খেতি গ্ৰীষ্মকালত কৰা হয় ইয়াক কি বোলে?

ৰবি শস্য।

খাৰিফ শস্য।

জায়দ।

 Answer: জায়দ।


২) বাৰিষাকালত অসমত বৃষ্টিপাত হোৱাৰ কাৰণ কি?

অসমত বিভিন্ন নদ-নদী থকাৰ বাবে।

দক্ষিণ-পশ্চিম মৌছুমীৰ প্ৰভাৱত।

ওপৰৰ এটাও নহয়।

Answer: দক্ষিণ-পশ্চিম মৌছুমীৰ প্ৰভাৱত।


৩) খাৰিফ শস্যৰ খেতি কোন মাহত আৰম্ভ কৰা হয়?

জানুৱাৰী মাহত।

অক্টোবৰ মাহত।

এপ্ৰিল-মে' মাহত।

Answer: এপ্ৰিল-মে' মাহত।


৪) মানুহৰ উপকাৰ সাধন কৰা আৰু আৰ্থিক মূল্য থকা দ্ৰব্যসমূহ কি?

প্ৰাকৃতিক উপাদান।

অজৈৱিক উপাংশ।

সম্পদ।

Answer: সম্পদ।


৫) কাৰ্বি আংলং জিলাত কি অৱস্থিত?

নদ-নদী।

পাহাৰ।

জান-জুৰি।

Answer: পাহাৰ।


৬) বাৰিষা কালত অসমত হোৱা এটা প্ৰাকৃতিক দুৰ্যোগ কি?

ভূমিকম্প।

ভূমিস্থলন।

বানপানী।

Answer: বানপানী।


৭) ব্ৰহ্মপুত্ৰ আৰু বৰাক নদীৰ উপত্যকা অঞ্চলত মানুহৰ প্ৰধান জীৱিকা কি?

বাঁহ-বেতৰ কাম কৰা।

কৃষি।

ৰাস্তা-ঘাট নিৰ্মাণ কৰা।

Answer: কৃষি।


৮) অসৰ বহুতো মানুহ কেনেকুৱা অঞ্চলত বাস কৰে?  

পাহাৰীয়া অঞ্চলত।

বান অদ্যুষিত অঞ্চলত।

ওপৰৰ এটাও নহয়।

Answer: বান অদ্যুষিত অঞ্চলত।


৯) কোন দুখন জিলা পাহাৰীয়া ভূ-প্ৰকৃতিৰ?

নগাওঁ আৰু বঙাইগাওঁ জিলা।

ভঙাইগাওঁ আৰু চিৰাং জিলা।

কাৰ্বি আংলং আৰু উত্তৰ কাছাৰ পাৰ্বত্য জিলা।

Answer: কাৰ্বি আংলং আৰু উত্তৰ কাছাৰ পাৰ্বত্য জিলা।


১০) পাহাৰীয়া অঞ্চল সাধাৰণতে কেনেকুৱা?

সমান।

ওখোৰা-মুখোৰা, শিলাময় আৰু গছ-গছনিৰে পৰিপূৰ্ণ।

ওপৰৰ এটাও নহয়।

Answer: ওখোৰা-মুখোৰা, শিলাময় আৰু গছ-গছনিৰে পৰিপূৰ্ণ।


১১) মানুহেও সমাজৰ কল্যাণে কাম কৰা আৰ্থিক মূল্য আছে।

শুদ্ধ।

অশুদ্ধ।

Answer: শুদ্ধ।

১২) আলু, মূলা, কবি আদি খেতি শৃংখলাবদ্ধ ৰূপত গঢ় লোৱা নাই।

শুদ্ধ

অশুদ্ধ।

Answer: শুদ্ধ।


১৩) বানপানীৰ সৈতে সহাৱস্থানৰ উপায় অৱলম্বন কৰি চলিলে  কি হয়?

হিংশ্ৰ জন্ত্তৰ আক্ৰমণৰ পৰা ৰক্ষা পৰে।

বিভিন্ন ক্ষয়-ক্ষতিৰ পৰা হাত সাৰিব পাৰি।

ওপৰৰ এটাও নহয়।

Answer: বিভিন্ন ক্ষয়-ক্ষতিৰ পৰা হাত সাৰিব পাৰি।


১৪) জনসংখ্যা বৃদ্ধি হোৱা মানে মানৱ সম্পদ বৃদ্ধি হোৱাটো নুবুজায়?

শুদ্ধ।

অশুদ্ধ।

Answer: শুদ্ধ।


১৫) নদী উপত্যকা অঞ্চলতদ জনবসতি কেনেকুৱা?

ঘন।

সেৰেঙা।

ওপৰৰ এটাও নহয়।

Answer: ঘন।


১৬) ৰাস্তা-ঘাট, দলং, বাসগৃহ আদি মানৱ সৃষ্ট পৰিৱেশৰ উপাদান।

শুদ্ধ।

অশুদ্ধ।

Answer: শুদ্ধ।


১৭) দেশত গুণগত আৰু আৰু পৰিমাণগত হিচাপত মানৱ সম্পদ থাকিলে কি হয়?

সেই দেশ মানৱ সম্পদত চহকী হয়।

সেই দেশ মানৱ সম্পদত আত্মনীৰ্ভৰশীল।

ওপৰৰ এটাও নহয়।

Answer: সেই দেশ মানৱ সম্পদত আত্মনীৰ্ভৰশীল।


১৮) ব্ৰহ্মপুত্ৰ আৰু বৰাক উপত্যকাৰ ঠাই ঠাই কিছু সংখ্যক শিল্প-উদ্যোগ গঢ় লৈছে?

শুদ্ধ।

অশুদ্ধ।

Answer: শুদ্ধ।


১৯) শাৰীৰিক আৰু মানসিকভাৱে শ্ৰম কৰিব পৰাকৈ কিহৰ অধিকাৰী হোৱাটো দৰকাৰ?

সুস্বাস্থ্য়ৰ।

এদা সুন্দৰ জীৱনৰ।

ওপৰৰ এটাও নহয়।

Answer: সুস্বাস্থ্য়ৰ।


২০) মানৱ সম্পদত চহকী দেশ স্বাভাৱিকতে উন্নত।

শুদ্ধ।

অশুদ্ধ।

Answer: শুদ্ধ।