ভাৰতীয় ধৰ্ম সংস্কাৰ আন্দোলন বা ভক্তিবাদ


১। মধ্যযুগত ভাৰতীয় সামাজিক ক্ষেত্ৰলৈ বিপুল পৰিৱৰ্তন কোনে কঢ়িয়াই আনিছিল?

লৰ্ড কৰ্ণৱালিছ

নৱজাগৰণে

ফ্ৰান্সিছ ডুপ্লে

Answer: নৱজাগৰণে


২। আন্তৰিক শ্ৰদ্ধা আৰু ঐশ্বৰিক প্ৰেমৰ ওপৰত নিৰ্ভৰ কৰি কেইজনমান গুণৱান লোকে কি ধৰ্মৰ ব্যাপক পৰিৱৰ্তন সাধন কৰিছিল?

হিন্দু ধৰ্ম

কছাৰী ধৰ্ম

মুছলমান ধৰ্ম

Answer: হিন্দু ধৰ্ম


 ৩। এই পৰিৱৰ্তনকে ভাৰতীয় ধৰ্মৰ কি বোলা হয়?

শ্ৰদ্ধা

ঐশ্বৰিক

নৱজাগৰণ

Answer:নৱজাগৰণ


 ৪। শ্ৰদ্ধাই মানুহক কি কৰে?

ভাল কৰে

বিনয়ী আৰু সৎ কৰে

বিয়া কৰে

Answer: বিনয়ী আৰু সৎ কৰে


৫। পৰমাত্মাৰ প্ৰতি ঐকান্তিক প্ৰেম আৰু আন্তৰিকতাৰে ভক্তই প্ৰদৰ্শন কৰা শ্ৰদ্ধাক কি বুলিব পাৰি?

ভক্তি

প্ৰদৰ্শন

বিনয়ী

Answer: ভক্তি


৬। উপনিষদত কি সম্পৰ্কে আলোচনা কৰা হৈছে?

সামাজ সম্পৰ্কে

বিনয়ী সম্পৰ্কে

ঈশ্বৰ সম্পৰ্কে

Answer: ঈশ্বৰ সম্পৰ্কে


৭। বৈদিক ৰচনাৱলীৰ একেবাৰে শেষত ৰচিত হৈছিল কাৰণে উপনিষদক সুকীয়াকৈ বুজাবলৈ কি বুলি কোৱা হয়?

নৱজাগৰণ

বেদান্ত

ইয়াৰ ভিতৰত এটাও নহয়

Answer: বেদান্ত


৮। কিমান খ্ৰি.ত বৰ্তমান নগাঁও জিলাৰ অন্তৰ্গত বৰদোৱা অঞ্চলৰ আলিপুখুৰী গাঁৱত শ্ৰীমন্ত শংকৰদেৱৰ জন্ম হয়?

১৪৪৯

১৪৬৭

১৪২৮

Answer: ১৪৪৯


৯। শংকৰদেৱৰ পিতৃৰ নাম কি আছিল?

কৃষ্ণকান্ত সন্দিকৈ

হৰিভক্ত কটুৱাল

কুসুম্বৰ ভুঞা

Answer: কুসুম্বৰ ভুঞা


১০। শংকৰদেৱৰ মাতৃৰ নাম কি আছিল?

নলিনীবালা দেৱী

সত্যসন্ধ্যা

জয়মতী

Answer: সত্যসন্ধ্যা


১১। শংকৰদেৱ ক'ত জন্ম হৈছিল?

আলিপুখুৰীত

যোৰহাটত

তেজপুৰত

Answer; আলিপুখুৰীত


১২। কি শব্দৰ পৰা চুফী শব্দ আহিছে?

বিশিষ্ট

তান্ত্ৰিক

চাফ

Answer: চাফ


১৩। বিভিন্ন কাহিনীৰ ধৰ্ম-চিন্তাক কি কি ৰূপত সজাই প্ৰকাশ কৰাৰ চেষ্টা চলিছিল?

ক ক

ন ন

প ফ

Answer: ন ন


১৪। চুফীবাদৰ মতে ঈশ্বৰ কেইজন?

১ জন

৫ জন

৩ জন

Answer: ১ জন


১৫। কিহে সাংস্কৃতিৰ ক্ষেত্ৰখনলৈ পৰিৱৰ্তন আনিছিল?

হিন্দু-ধৰ্মই

মুছলমান-ধৰ্মই

ভক্তি-ধৰ্মই

Answer: ভক্তি-ধৰ্মই


১৬। তেওঁলোকে সংগীতৰ সহায়ত আনন্দত বিভোৰ হৈ কাক স্মৰণ কৰিছিল?

ভক্তিক

ঈশ্বৰক

ইয়াৰ ভিতৰত এটাও নহয়

Answer: ঈশ্বৰক


১৭। অৱশ্যে চুফীসকলৰ ধৰ্মান্ধ আছিল নে নাছিল?

নাছিল

আছিল

ওপৰত দিয়া আতাইকেইটা

Answer: নাছিল


১৮। বৰদোৱা কি জিলাত অন্তৰ্গত?

লখিমপুৰ জিলাত

বিশ্বনাথ জিলাত

নগাঁও জিলাত

Answer: নগাঁও জিলাত


১৯। কোনে অসমীয়া সমাজত সামাজিক একতা প্ৰতিষ্ঠা কৰিলে?

কৃষ্ণকান্ত সন্দিকৈ

শংকৰদেৱ

হৰিভক্ত কটুলৱাল

Answer: শংকৰদেৱ

 

২০। ভজ শব্দৰ পৰা কি উৎপত্তি হৈছে?

ভক্তি

সংস্কাৰক

সংস্কৃতি

Answer: ভক্তি