আমাৰ দেশৰ শাসন ব্যৱস্থা


১। অসমৰ বিধানসভাৰ মুঠ সমষ্টিৰ সংখ্যা কিমান?

১৪২

১১৪

১২৬

Answer: ১২৬


২। ভাৰতবৰ্ষত বৰ্তমান কিমানখন ৰাজ্যৰ সমষ্টি?

২৯খন

৩৩খন

৩৫খন

Answer: ২৯খন


৩। বিধানসভাৰ সদস্য হিচাবে নিৰ্বাচিত হ'বলৈ ভাৰতীয় নাগৰিক হোৱাৰ উপৰিও কিমান বছৰ হ'ব লাগিব?

১৮ বছৰ

২৫ বছৰ

২০ বছৰ

Answer: ২৫ বছৰ


৪। সংবিধানমতে, বিধানসভাৰ মুঠ সদস্য সংখ্যা কিমান গৰাকীৰ অধিক নাইবা কিমান গৰাকীতকৈ কম হ'ব নোৱাৰে?

৫০০-৬০

৩০০-৪০

৮০০-৯০

Answer: ৫০০-৬০


৫। লোকসভাত নিৰ্বাচিত সদস্যৰ সংখ্যা কিমান গৰাকী?

৩৬০

৫০০

৫৪৫

Answer: ৫৪৫


৬। কিমান গৰাকী কেন্দ্ৰীয় শাসিত অঞ্চলৰপৰা লোকসভালৈ নিৰ্বাচিত হৈ আহে?

৫০ গৰাকী

২০ গৰাকী

১৮ গৰাকী

Answer: ২০ গৰাকী


৭। লোকসভাৰ কাৰ্যকাল কেইবছৰ?

৫  বছৰ

৩ বছৰ

৭ বছৰ

Answer: ৫  বছৰ


৮। অসমৰ সমষ্টিৰ সংখ্যা কেইটা?

১২০ টা

১৫০ টা

১২৬ টা

Answer: ১২৬ টা


৯। একোগৰাকী ৰাষ্ট্ৰপতিৰ কাৰ্যকাল কেইবছৰ?

৩ বছৰ

৫ বছৰ

৮ বছৰ

Answer: ৫ বছৰ


১০। ভাৰতৰ ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থীৰ বাবে কিমান বছৰৰ অধিক হ'ব লাগিব?

৩৫ বছৰ

২৮ বছৰ

৪২ বছৰ

Answer: ৩৫ বছৰ


১১। ভাৰতীয় সংবিধানমতে আমাৰ ৰাষ্ট্ৰৰ মুৰব্বী কোন?

ভাৰতৰ প্ৰধানমন্ত্ৰী

ভাৰতৰ মুখ্যমন্ত্ৰী

ভাৰতৰ ৰাষ্ট্ৰপতি

Answer: ভাৰতৰ ৰাষ্ট্ৰপতি


১২। কিমান চনত ভাৰতীয় সংবিধানৰ আধাৰত বড়ো এলেকা জিলা পৰিষদ গঠন কৰা হৈছিল?

২০১২

২০০৩

২০২৬

Answer: ২০০৩


১৩। এখন ৰাজ্যৰ শাসনৰ মুৰব্বী কোন?

ৰাজ্যপাল

মুখ্যমন্ত্ৰী

M.L.A

Answer: ৰাজ্যপাল


১৪। কি মাহৰ কিমান তাৰিখে ভাৰতীয় সংবিধানৰ আধাৰত বড়ো এলেকা জিলা পৰিষদ গঠন কৰা হৈছিল?

অক্টোবৰ মাহৰ ২১ তাৰিখে

ফ্ৰেব্ৰুয়াৰি মাহৰ ১৩ তাৰিখে

ছেপ্টেম্বৰ মাহৰ ২৮ তাৰিখে

Answer: ছেপ্টেম্বৰ মাহৰ ২৮ তাৰিখে


১৫। কি জনজাতিপ্ৰধান অঞ্চলসমূহক লৈয়ে পৰিষদখন গঠন কৰা হৈছে?

মিচিং জনজাতি

বড়ো জনজাতি

ৰাভা জনজাতি

Answer: বড়ো জনজাতি


১৬। ৰাজ্য় এখনৰ শাসন কোনে চলায় ?

মুখ্য়মন্ত্ৰীয়ে

M.L.A

চৰকাৰে

Answer: চৰকাৰে


১৭। ভাৰত এখন কি দেশ ?

ৰাজতান্ত্ৰিক

গণতান্ত্ৰিক

সমাজ

Answer: গণতান্ত্ৰিক


১৮। পোনপটীয়াকৈ নিৰ্বাচিত প্ৰতিনিধিৰে গঠিত সংসদক কি বোলা হয় ?

নিম্ন সদন

লোকসভা

ওপৰৰ দুয়োটা

Answer: ওপৰৰ দুয়োটা


১৯। বিধায়কক ইংৰাজীত কি বোলে ?

Ministers

M.L.A

President

Answer: M.L.A

 

২০। বিধায়কৰদ্বাৰা নিৰ্বাচিত সাংসদে গঠন কৰা সদনক কি বোলে ?

উচ্চ সদন

ৰাজ্য়সভা

ওপৰৰ দুয়োটা

Answer: ওপৰৰ দুয়োটা