পৰীক্ষিতৰ ব্ৰক্ষশাপ

 


১। পাঠটো কৰ পৰা লোৱা হৈছিল ?

ভাগবতৰ পৰা

ভট্টদেৱৰ কথা ভাগৱতৰ পৰা

ওপৰৰ দুয়োটাই হয়

উত্তৰ-ভট্টদেৱৰ কথা ভাগৱতৰ পৰা

২। ভট্টদেৱৰ সম্পূৰ্ণ নাম কি?

বৈকুণ্ঠ নাথ

বৈকুণ্ঠ নাথ ভাগৱত ভট্টাচাৰ্য

ওপৰৰ দুয়োটাই নহয়

উত্তৰ-বৈকুণ্ঠ নাথ ভাগৱত ভট্টাচাৰ্য

৩। ভট্টদেৱৰ জন্ম ক'ত হৈছিল?

কামৰূপত

নগাঁও ত

শিৱসাগৰত

উত্তৰ-কামৰূপত

৪। ভট্টদেৱ কিমান চনত জন্ম হৈছিল ?

১৬৩৮

২০০১

১৫৫৮

উত্তৰ-১৫৫৮

৫। ভট্টদেৱৰ পিতাকৰ নাম কি আছিল ?

শীলভদ্ৰ

শ্ৰীচন্দ্ৰ ভাৰতী

ওপৰৰ এটাও নহয়

উত্তৰ-শ্ৰীচন্দ্ৰ ভাৰতী

৬। পিতৃৰ নিৰ্দেশ মতে ভট্টদেৱে কাক ওচৰত শৰণ লৈছিল ?

দামোদৰদেৱৰ ওচৰত

শ্ৰী শ্ৰী শংকৰদেৱৰ ওচৰত

শ্ৰী মাধবদেৱৰ ওচৰত

উত্তৰ-দামোদৰদেৱৰ ওচৰত

৭। সকলো শাস্ত্ৰত ভট্টদেৱৰ গভীৰ কি-------- আছিল ?

বুধি

সাহস

ব্যুৎপত্তি

উত্তৰ-ব্যুৎপত্তি

৮। ভট্টদেৱক কি উপাধিৰে বিভূষিত কৰা হৈছিল ?

কবিৰত্ন

ভট্টাচাৰ্য

ওপৰৰ দুয়োটাই হয়

উত্তৰ-ওপৰৰ দুয়োটাই হয়

৯। ভট্টদেৱৰ আগতে কোনো কি ভাষাত গদ্যত পুথি ৰচিত হোৱা নাছিল ?

আৰ্যমূলীয়া ভাৰতীয়

ভাৰতীয়

ওপৰৰ এটাও নহয়

উত্তৰ-আৰ্যমূলীয়া ভাৰতীয়

১০। ভট্টদেৱৰ কিমান চনত মৃত্যু হৈছিল?

১৫৫৮

১৬৩৮

২০১১

উত্তৰ-১৬৩৮

১১। মুনিয়ে চকু মুদি কি কৰি আছিল ?

জ্ঞান

ধ্যান

চকু মুদি বহি আছিল

উত্তৰ-শমীক মুনি

১২। মুনিজনৰ নাম কি ?

শমীক মুনি

শৃংগী মুনি

ওপৰৰ এটাও নহয়

উত্তৰ-শমীক মুনি

১৩। পিয়াহত আকুল হৈ কোনে মুনিক পানী খুজিছিল ?

শৃংগীয়ে

পৰীক্ষিত ৰজাই

ওপৰৰ এটাও নহয়

উত্তৰ-পৰীক্ষিত ৰজাই

১৪। ৰজা পৰীক্ষিত কি কৰিবলৈ বনলৈ গৈছিল ?

ফুৰিবলৈ

পানী খাবলৈ

চিকাৰ কৰিবলৈ

উত্তৰ-চিকাৰ কৰিবলৈ

১৫। ৰজাৰ কথা কাৰ কাণত নপৰিল ?

পৰীক্ষিতৰ

শমীক মুনিৰ

শৃংগীৰ

উত্তৰ-শমীক মুনিৰ

১৬। মৰা সাপ ডাল কাৰ ডিঙিত মেৰিয়াই দিলে ?

শমীক মুনিৰ

শৃংগী মুনিৰ

ওপৰৰ এটাও নহয়

উত্তৰ-শমীক মুনিৰ

১৭। ৰজাক কি নামৰ সাপে দংশন কৰিব বুলি অভিশাপ দিলে?

অজগৰ সাপে

তক্ষক সাপে

ওপৰৰ এটাও নহয়

উত্তৰ-তক্ষক সাপে

১৮। কি ব্যক্তিয়ে আনৰ মহত্ব আৰু নিজৰ দোষহে উপলব্ধি কৰে ?

ভাল ব্যক্তিয়ে

বেয়া ব্যক্তিয়ে

মহৎ ব্যক্তিয়ে

উত্তৰ-মহৎ ব্যক্তিয়ে

১৯ শান্ত শব্দৰ বিপৰীত অৰ্থ কি ?

উচ্চ

নিচ্চ

অশান্ত

উত্তৰ-অশান্ত

২০। প্ৰশংসা শব্দৰ অৰ্থ কি ?

নিন্দা

অন্যায়

ন্যায়

উত্তৰ-নিন্দা