অতীতক নাযাবা পাহৰি


১. বিশিষ্ট প্ৰত্নতত্ত্ববিদ গৰাকীৰ নাম কি?

বিপিন চন্দ্ৰ দাস

সৰ্বপল্লি ৰাধাকৃষ্ণণ

চন্দ্ৰ কুমাৰ আগৰৱালা

উত্তৰ-বিপিন চন্দ্ৰ দাস

২. কিমান বছৰ পুৰণি সম্পদক প্ৰত্নতাত্ত্বিক সম্পদ হিচাপে ধৰে?

৫০০ বছৰ

১০০ বছৰ

২০ বছৰ

উত্তৰ-১০০ বছৰ

৩. পোৰা মাটিৰ কুঁৱাৰ অৱশেষ ক'ত উদ্ধাৰ হৈছিল?

তেজপুৰৰ ওচৰৰ বৰাচুবুৰী গাঁৱত

নগাওঁ জিলাত

মৰিগাঁৱত

উত্তৰ-তেজপুৰৰ ওচৰৰ বৰাচুবুৰী গাঁৱত

৪. নটৰাজ মূৰ্তি ক'ত উদ্ধাৰ হৈছিল?

গুৱাহাটী মহানগৰৰ আমবাৰী অঞ্চলত

গোৱালপাৰা জিলাত

গোলাঘাট জিলাত

উত্তৰ-গুৱাহাটী মহানগৰৰ আমবাৰী অঞ্চলত

৫. আহোম স্বৰ্গদেউৰ ৰাজকীয় সমাধিক্ষেত্ৰ মৈদামসমূহ ক'ত উদ্ধাৰ হৈছিল?

গুৱাহাটীৰ আমবাৰী অঞ্চলত

শিবসাগৰ জিলাৰ চৰাইদেউত

তেজপুৰত

উত্তৰ-শিবসাগৰ জিলাৰ চৰাইদেউত

৬. অ'ভাৰহেড প্ৰজেক্টৰটো কোনে সাজু কৰি দিছিল?

বিঞ্জান শিক্ষক ভূঞা ছাৰে

প্ৰধান শিক্ষকে

কোনেও সাজু কৰি দিয়া নাছিল

উত্তৰ-বিঞ্জান শিক্ষক ভূঞা ছাৰে

৭. অ'ভাৰহেড প্ৰজেক্টৰ মানে কি?

এবিধ প্ৰক্ষেপণ যন্ত্ৰ

এবিধ সাধাৰণ যন্ত্ৰ

এটাও নহয়

উত্তৰ-এবিধ প্ৰক্ষেপণ যন্ত্ৰ

৮. তীৰ্থ-স্থানৰ নাম কবলৈ কোন থিয় হৈছিল?

উত্তৰা

দক্ষিণা

ৰজিনা

উত্তৰ-উত্তৰা

৯. নটৰাজ মূৰ্তিটোৱে কাৰ পিঠিত উঠি নৃত্য়ৰত অৱস্থাত আছিল?

হাতীৰ পিঠিত

শিৱৰ বাহন নন্দীৰ পিঠিত

ঘোৰা পিঠিত

উত্তৰ-শিৱৰ বাহন নন্দীৰ পিঠিত

১০. তলৰ কোনবিধ প্ৰত্নতাত্ত্বিক সম্পদ

প্ৰাচীন মঠ-মন্দীৰ

কিতাপ

আধুনিক মন্দীৰ

উত্তৰ-প্ৰাচীন মঠ-মন্দীৰ

১১. বিদ্য়ালয়ৰ প্ৰধান শিক্ষক কোন?

কমল শৰ্মা

বিপিন চন্দ্ৰ দাস

চন্দ্ৰকান্ত দাস

উত্তৰ-কমল শৰ্মা

১২. প্ৰত্নতত্ত্ব  শব্দৰ অৰ্থ কি ?

প্ৰাচীন কালৰ মুদ্ৰা লিপি

আধুনিক কালৰ মুদ্ৰা লিপি

দুয়োটাই হয়

উত্তৰ-প্ৰাচীন কালৰ মুদ্ৰা লিপি

১৩. উদঘাটন শব্দৰ অৰ্থ কি?

মুকলি কৰা কাৰ্য

আৱদ্ধ কৰা কাৰ্য

পেলাই দিয়া কাৰ্য

উত্তৰ-মুকলি কৰা কাৰ্য

১৪. তলৰ কোনটো আপুৰুগীয়া সম্পদ হয়।

প্ৰাচীন মঠ-মন্দিৰ

বস্ত্ৰ

বাচন

উত্তৰ-প্ৰাচীন মঠ-মন্দিৰ

১৫. সূৰ্য পাহাৰ কোন জিলাত অৱস্থিত?

গোৱালপাৰা জিলাত

মৰিগাঁও জিলাত

নগাঁও জিলাত

উত্তৰ-গোৱালপাৰা জিলাত

১৬. কি জিলাত পাগলাটেকত পোৰা মাটিৰ বৌদ্ধ স্তূপৰ বিৰল ভাস্কৰ্য উদ্ধাৰ হৈছে?

নগাঁও জিলাত

মৰিগাওঁ জিলাত

গোৱালপাৰা জিলাত

উত্তৰ-গোৱালপাৰা জিলাত

১৭. মঠ-মন্দিৰ, লিপি, বাচন-বৰ্তন, আ-অলংকাৰ আদি কি সম্পদ?

প্ৰাকৃতি সম্পদ

মানৱ সম্পদ

প্ৰত্নতাত্ত্বিক সম্পদ

উত্তৰ-প্ৰত্নতাত্ত্বিক সম্পদ

১৮. চিনাকি বিপৰিত শব্দ কি?

অচিনাকি

পুৰনি

প্ৰধান

উত্তৰ-অচিনাকি

১৯. প্ৰাৰম্ভতে প্ৰধান শিক্ষক কমল শৰ্মাই প্ৰত্নতত্ত্ববিদ কাৰ লগত সকলোকে চিনাকি কৰি দিয়ে?

ড° বিপিন

ড° দাস

ড° বৰুৱা

উত্তৰ-ড° দাস

২০. সকলো ছাত্ৰ-ছাত্ৰীয়ে থিয় হৈ তেখেতক কি জনালে?

নমস্কাৰ

শ্রদ্ধাঞ্জলি

ওপৰৰ দুয়োটাই শুদ্ধ

উত্তৰ-নমস্কাৰ