সুখ


১. সুখ বিচাৰোঁতে সংসাৰত কি পোৱা যায়?

দুখ

সুখ

মৰম

উত্তৰ-দুখ

২. সুখ ক'ত থাকে?

হাতত

পকেটত

ঘৰত

উত্তৰ-হাতত

৩. সুখ পাছে পাছে ফুৰিবলৈ হ'লে কি কৰিব লাগিব ?

স্বাৰ্থ বলিদান দিব লাগিব

মানুহক ঘৃণা কৰিব লাগিব

মানুহক লগত অহংকাৰ কৰিব লাগিব

উত্তৰ-স্বাৰ্থ বলিদান দিব লাগিব

৪. কবিতাটোৰ কবি গৰাকী নাম কি?

শ্ৰীমন্ত শংকৰদেব

আনন্দচন্দ্ৰ আগৰৱালা

লক্ষ্মীনাথ বেজবৰুৱা

উত্তৰ-আনন্দচন্দ্ৰ আগৰৱালা

৫. আনন্দচন্দ্ৰ আগৰৱালাৰ জন্ম কিমান চনত হৈছিল?

১৮৭৪ চনত

১৯৭৪

২০০২

উত্তৰ-১৮৭৪ চনত

৬. আনন্দচন্দ্ৰ আগৰৱালাৰ মৃত্য়ু কিমান চনত হৈছিল?

১৯৩৯

২০০০

১৫৯০

উত্তৰ-১৯৩৯

৭. আনন্দচন্দ্ৰ আগৰৱালাৰ পিতৃৰ নাম কি?

কাশীৰাম আগৰৱালা

হেমন্ত আগৰৱালা

কাশীৰাম বৰদলৈ

উত্তৰ-কাশীৰাম আগৰৱালা

৮. আনন্দচন্দ্ৰ আগৰৱালাৰ মাতৃৰ নাম কি?

ৰাধিকা আগৰৱালা

বীণা হাজৰিকা

এটাও নহয়

উত্তৰ-ৰাধিকা আগৰৱালা

৯. জোনাকী কাকতত কোনে কবিতা লিখিছিল?

আনন্দচন্দ্ৰ আগৰৱালা

চন্দ্ৰকুমাৰ আগৰৱালা

লক্ষ্মীনাথ বেজবৰুৱা

উত্তৰ-আনন্দচন্দ্ৰ আগৰৱালা

১০. আনন্দচন্দ্ৰ আগৰৱালাই কিয় 'ভাঙনি কোৱৰ' উপাধি পাইছিল?

ইংৰাজী কবিতা অসমীয়ালৈ ভাঙনি কৰা বাবে

হিন্দী কবিতা অসমীয়ালৈ ভাঙনি কৰা বাবে

অসমীয়া কবিতা লেখাৰ বাবে

উত্তৰ-ইংৰাজী কবিতা অসমীয়ালৈ ভাঙনি কৰা বাবে

১১. পৰক আপোন কৰিব পাৰিলে সংসাৰত কি নাই?

সুখ নাই

দুখ নাই

শান্তি নাই

উত্তৰ-দুখ নাই

১২. কাৰ কাৰণে কান্দিব জানিলে কান্দোনতো সুখ পায়?

পৰৰ কাৰণে

নিজৰ কাৰণে

বন্ধু কাৰণে

উত্তৰ-পৰৰ কাৰণে

১৩. বলিদানৰ শব্দ অৰ্থ কি? 

স্থিৰ

ত্য়াগ

প্ৰকাশ কৰি

উত্তৰ-ত্য়াগ

১৪. বিশ্ৱৰ সকলো কোনে সুখৰ নপৰে ওৰ?

পিতৃ-মাতৃ

শিক্ষক-শিক্ষয়ত্ৰী

ভাই-ভনী

উত্তৰ-ভাই-ভনী

১৫. যিয়ে দিব পাৰে স্বাৰ্থ বলিদান সুখবোৰ কিহৰ ফালে ফুৰে?

আগে আগে

ওচৰে ওচৰে

পিছে পিছে

উত্তৰ-পিছে পিছে

১৬. সুখ সুখ বুলি কোন বলিয়া? 

মানুহ বলিয়া

জীৱ-জন্তু বলিয়া

পশু-পক্ষী বলিয়া

উত্তৰ-মানুহ বলিয়া

১৭. আনন্দচন্দ্ৰ আগৰৱালা এজন কি আছিল?

লেখক

গ্ৰল্পকাৰ

কবি

উত্তৰ-কবি

১৮. পৃথিৱীৰ প্ৰতিগৰাকী মানুহেই ওৰেটো জীৱন কি সন্ধান কৰে?

সুখৰ

দুখৰ

মৰমৰ

উত্তৰ-সুখৰ

১৯. আনন্দচন্দ্ৰ আগৰৱালা কিমান মাহৰ কিমান তাৰিখে জন্ম হৈছিল? 

৫ জানুৱাৰিত

৫ জুলাই

৫ ছেপ্টেম্ৱৰত

উত্তৰ-৫ ছেপ্টেম্ৱৰত

২০. নিস্বাৰ্থৰ বাট, সেন্দুৰীয়া আলি আৰু কি ফুলে?

বকুল ফুলে

সুগন্ধি কুসুম ফুলে

পদুম ফুলে

উত্তৰ-সুগন্ধি কুসুম ফুলে