হোমি জাহাংগীৰ ভাবা


১। শৈশৱ কালত সাধাৰণতে শিশুসকলৰ কি গভীৰ হয়?

টোপনি

পানী

ইয়াৰ ভিতৰত এটাও নহয়

উত্তৰ-টোপনি

২. টোপনি পাতল ল'ৰাজনৰ নাম কি?

ভট্টদেৱ

হোমি জাহাংগীৰ ভাবা

লক্ষ্মীনাথ বেজবৰুৱা

উত্তৰ-হোমি জাহাংগীৰ ভাবা

৩. কিমান চনত হোমি জাহাংগীৰ ভাবাৰ জন্ম হৈছিল?

১৮০৫ চনৰ ৫ জানুৱাৰী

১৯০৯ চনৰ ৩০ অক্টোবত

১৭৬৭ চনৰ ৭ জুন

উত্তৰ-১৯০৯ চনৰ ৩০ অক্টোবত

৪. ক_____ক যুক্তাক্ষৰ বহুৱাই শব্দটো সম্পূৰ্ণ কৰা।

প্ৰ

ণ্ট

ক্ৰ

উত্তৰ-ণ্ট

৫. বি_____ত যুক্তাক্ষৰ বহুৱাই শব্দটো সম্পূৰ্ণ কৰা।

ন্ম

ত্ৰ

শ্ৰু

উত্তৰ-শ্ৰু

৬. প্ৰতি____ যুক্তাক্ষৰ বহুৱাই শব্দটো সম্পূৰ্ণ কৰা।

জ্ঞা

ৰূ

ন্দ

উত্তৰ-জ্ঞা

৭. উপল_____ যুক্তাক্ষৰ বহুৱাই শব্দটো সম্পূৰ্ণ কৰা।

প্ৰ

দ্ধি

স্ত

উত্তৰ-দ্ধি

৮. বিশেষ_____ যুক্তাক্ষৰ বহুৱাই শব্দটো সম্পূৰ্ণ কৰা।

শ্ব

ন্ত

ত্ব

উত্তৰ-ত্ব

৯. ম___ত যুক্তাক্ষৰ বহুৱাই শব্দটো সম্পূৰ্ণ কৰা।

উত্তৰ-

১০. নি____ যুক্তাক্ষৰ বহুৱাই শব্দটো সম্পূৰ্ণ কৰা।

ষ্ক

স্ব

শ্ত

উত্তৰ-স্ব

১১. ___ ___গাৰ যুক্তাক্ষৰ বহুৱাই শব্দটো সম্পূৰ্ণ কৰা।

প্ৰ স্ত

গ্ৰ ন্থা

ব্ব ৰূ

উত্তৰ-গ্ৰ ন্থা

১২. ই____ন যুক্তাক্ষৰ বহুৱাই শব্দটো সম্পূৰ্ণ কৰা।

ন্ধ

ৰূ

প্ৰ

উত্তৰ-ন্ধ

১৩. পল এড্ৰিয়েন মৌৰিচৰ কিমান চনত জন্ম হৈছিল?

১৭৯৯ চনত

১৮৫৭ চনত

১৯০২ চনত

উত্তৰ-১৯০২ চনত

১৪. তেখেতৰ চিঠিখনৰ নাম কি?

টাটা

কেমব্ৰিজ

কোৱাণ্টাম

উত্তৰ-কোৱাণ্টাম

১৫. তেখেতে কিমান চনৰ পৰা কিমান চনলৈ কেমব্ৰিজ বিশ্ববিদ্য়ালয়ৰ গণিতৰ লুকাচিয়ান প্ৰফেচাৰৰ আসন শুৱনি কৰিছিল?

১৮৩৬ চনৰ পৰা ১৮৫৬

১৯৩২ চনৰ পৰা ১৯৬৯

১৭৯৮ চনৰ পৰা ১৮৩৫

উত্তৰ-১৯৩২ চনৰ পৰা ১৯৬৯

১৬. এই আসনখন অতি সন্মানীয় আছিলনে?

নাছিল

আছিল

ইয়াৰ ভিতৰত এটাও নহয়

উত্তৰ-আছিল

১৭. কিমান চনত পল এড্ৰিয়েন মৌৰিচৰ মৃত্য়ু হৈছিল?

১৮৫৬ চনত

১৭৫৩ চনত

১৯৮৪ চনত

উত্তৰ-১৯৮৪ চনত

১৮. তেখেত লণ্ডনলৈ কিয় গৈছিল?

নাচিবলৈ

গাবলৈ

ইঞ্জিনিয়াৰিং পঢ়িবলৈ

উত্তৰ-ইঞ্জিনিয়াৰিং পঢ়িবলৈ

১৯. হোমি জাহাংগীৰ ভাবা কেনেকৈ মৃত্য়ু হৈছিল?

বিমান দুৰ্ঘটনাত

বেমাৰ হয়

পথ দুৰ্ঘটনাত

 উত্তৰ-বিমান দুৰ্ঘটনাত

২০. ভৌতিক শাস্ত্ৰ আৰু গণিত শাস্ত্ৰৰ উপৰি হোমি জাহাংগীৰ ভাবাৰ কিহৰ প্ৰতি ৰুচি আছিল?

নাচ আৰু হাঁহাঁ

সংগীত আৰু চিত্ৰাংকন

পঢ়া আৰু লিখা

উত্তৰ-সংগীত আৰু চিত্ৰাংকন