পাঠঃ ৩ 

এন্ ফ্ৰাঙ্কৰ ডায়েৰি


১। এন্ ফ্ৰাঙ্ক কিমান চনত জন্ম হৈছিল?

(ক) ১৯২৯ চনৰ জুন মাহত

(খ) ১৯১৯ চনৰ জুন মাহত

(গ) ২০০০ চনৰ জুন মাহত

উত্তৰ-১৯২৯ চনৰ জুন মাহত


২। এন্ ফ্ৰাঙ্ক জন্মে সূত্ৰে কৰ আছিল?

(ক) ফ্ৰান্স

(খ) জাপান

(গ) ইহুদী

উত্তৰ-ইহুদী


৩। জাৰ্মান সেনাধক্ষ কোন আছিল?

(ক) এড্লফ হিট্লাৰ

(খ) অট'ফ্ৰাঙ্ক

(গ) লক্ষ্মীনাথ বেজবৰুৱা

উত্তৰ-এড্লফ হিট্লাৰ


৪। এন্ ফ্ৰাঙ্কে পৰিয়ালসহ ক'ত বাস কৰিছিল?

(ক) ইংলেণ্ডত

(খ) হলেণ্ডত

(গ) নেদাৰলেণ্ডত

উত্তৰ-হলেণ্ডত


৫।  ইহুদী সকলে  নাজিবাহিনী পৰা ৰক্ষা পাবলৈ ক'ত লোকাই আছিল ?

(ক) এটা পণ্য়াগাৰত

(খ) এটা অট্টালিকাত

উত্তৰ-এটা পণ্য়াগাৰত


৬। নাজীবাহিনীৰ কৱলৰ পৰা জীৱিত ৰূপত কোন বাচি আহিছিল?

(ক) মাক

(খ) অট, ফ্ৰাঙ্ক

(গ) এন্ ফ্ৰাঙ্ক

উত্তৰ-অট, ফ্ৰাঙ্ক


৭। এন্ ফ্ৰাঙ্কে কিমান চনৰ পৰা দিনলেখা কামটো আৰম্ভ কৰিছিল?

(ক) ১৯৪২ চনৰ ১২ জুনৰ পৰা

(খ) ১৮১৯ চনৰ ১৫ আগষ্ট পৰা

(গ) ১৯৪২ চনৰ ১৪ জুলাই পৰা

উত্তৰ-১৯৪২ চনৰ ১২ জুনৰ পৰা


৮। এন্ ফ্ৰাঙ্কে কিমান চনলৈ ডায়েৰি লিখে?

(ক) ১৯৪৪ চনৰ ১ আগষ্টলৈকে

(খ) ১৯৯৯ চনৰ নবেম্বৰ মাহলৈ

উত্তৰ-১৯৪৪ চনৰ ১ আগষ্টলৈকে


 ৯। এন্ আৰু তেওঁৰ  পৰিয়ালক কিমান তাৰিখে লুকাই থকা স্থানৰ পৰা নাজীবাহিনীৰ লোকে আটক কৰি নিয়ে।  

(ক) ১ আগষ্টত

(খ) ৪ আগষ্টত

(গ) ৫ ছেপ্তেম্বৰত

উত্তৰ-৪ আগষ্টত


১০। এন্ ফ্ৰাঙ্কে ডায়েৰি লিখা কাৰণ কি?

(ক) বন্ধু নথকাৰ বাবে

(খ) মাক-বাপেকৰ বাবে

(গ) ১৬ বছৰীয়া বাইদেউৰ বাবে

উত্তৰ-বন্ধু নথকাৰ বাবে


১১। এন্ ফ্ৰাঙ্কে কাক প্ৰকৃত বন্ধু হিচাপে গণ্য় কৰিছিল?

(ক) মাকক

(খ) দেউতাকক

(গ) ডায়েৰিখনত

উত্তৰ-ডায়েৰিখনত


১২। এন্ ফ্ৰাঙ্কে ডায়েৰিখনৰ নাম কি ৰাখিছিল ?

(ক) 'কিটি'

(খ) প্ৰকৃত বন্ধু

(গ) বিশ্বাসী বন্ধু

উত্তৰ-'কিটি'


১৩। এন্ ৰ আইতাক কেতিয়া অসুখত পৰিল?

(ক) ১৯৪১

(খ) ১৯৪২

(গ) ১৯৪৩

উত্তৰ-১৯৪১


১৪। এন্ ৰ আইতাক কেতিয়া মৃত্য়ু হয়?

(ক) ১৯৪২ চনৰ জুন মাহত

(খ) ১৯৪২ চনৰ জানুৱাৰী মাহত

(গ) মৃত্য়ু হোৱা নাছিল

উত্তৰ-১৯৪২ চনৰ জানুৱাৰী মাহত


১৫। থিৰাং শব্দৰ অৰ্থ লিখা?

(ক) নিশ্চিত

(খ) লোকোৱা

(গ) চোৱা

উত্তৰ-নিশ্চিত


১৬. ১৯৪১ চনত কি সময়ত এন ফ্ৰাঙ্কৰ আইতাক অসুখত পৰিছিল?

(ক) বসন্ত সময়ত

(খ) গ্ৰীষ্ম সময়ত

(গ) হেমন্ত সময়ত

উত্তৰ-গ্ৰীষ্ম সময়ত


১৭. গণ্য় অৰ্থ কি?

(ক) লেখত ল'বলগীয়া

(খ) গধুৰ গুণ

(গ) অমনোযোগী

উত্তৰ-লেখত ল'বলগীয়া


১৮. এন ফ্ৰাঙ্কৰ ডায়েৰি এখন বিশ্ৱবিখ্য়াত কি?

(ক) আলোচনি

(খ) গ্ৰন্থ

(গ) প্ৰবন্ধ

উত্তৰ-গ্ৰন্থ


১৯. এন ফ্ৰাঙ্কৰ চিন্তাৰ পৰিধি কেনেকুৱা আছিল?

(ক) বিশাল আছিল

(খ) সৰু আছিল

(গ) ওপৰৰ দুয়োটাই শুদ্ধ

 উত্তৰ-বিশাল আছিল


২০. এন ফ্ৰাঙ্কৰ বাইদেউকৰ কিমান বয়স আছিল?

(ক) তেৰ বছৰ

(খ) পোন্ধৰ বছৰ

(গ) ষোল্ল বছৰ

উত্তৰ-ষোল্ল বছৰ