জাগা জননীৰ সন্তান


১. কবিয়ে কাক জাগি উঠিবলৈ কৈছে?

(ক) জননীৰ সন্তান

(খ) মৃত্যুক

(গ) জয়জিনি

উত্তৰ-জননীৰ সন্তান


২. দুৰ্জ্জয় অভিযান বুলি কি বুজাইছে?

(ক) দেশক হিংসা কৰা

(খ) দেশৰ অপকাৰ কৰা

(গ) দেশৰ গৌৰৱ

উত্তৰ-দেশৰ গৌৰৱ 


৩. দুৰ্জ্জয় অভিযানেৰে কি কৰিবলৈ কৈছে?

(ক) মৃত্যুক কোছত লবলৈ কৈছে

(খ) মৃত্যুক গছকিবলৈ কৈছে

(গ) মৃত্যুৰ কাসেৰেদি যাবলৈ কৈছে

উত্তৰ-মৃত্যুক গছকিবলৈ কৈছে


৪. জননীৰ সন্তানক কিহে দুৰ্বল কৰাৰ কথা কৈছে?

(ক) এলেহুৱা

(খ) কৰ্মপুৰুষতা

(গ) কৰ্মহীনতা

উত্তৰ-কৰ্মহীনতা


৫. কাৰ জয় নিনাদত শত্ৰু কম্পমান বুলি উল্লেখ কৰিছে?

(ক) স্বদেশপ্ৰেমী জোৱান সকল

(খ) স্বদেশবিৰোধী জোৱান সকল

(গ) স্বদেশক ঘৃণা কৰা জোৱান সকল

উত্তৰ-স্বদেশপ্ৰেমী জোৱান সকল


৬. আপোন পাহৰা বীৰক কি বুলি আখ্যা দিছে?

(ক) নৱ-জোৱান

(খ) দুৰ্ম্মদ বীৰ নৱ-জোৱান

(গ) ইয়াৰ ভিতৰত এটাও নহয়

উত্তৰ-নৱ-জোৱান


৭. মৃত্যুৰ বিপৰীত শব্দ হ'ল

(ক) মৰা

(খ) মৃত্যদণ্ড

(গ) জন্ম

উত্তৰ-জন্ম


৮. জয় বিপৰীত শব্দ হ'ল

(ক) পৰাজয়

(খ) জয় লাভ কৰা

(গ) ইয়াৰ ভিতৰত এটাও নহয়

উত্তৰ-পৰাজয়


৯. কাপুৰুষ বিপৰীত শব্দ হ'ল ?

(ক) শক্তি নথকা

(খ) বীৰ

(গ) অলপ শক্তি থকা

উত্তৰ-বীৰ


১০. শত্ৰু বিপৰীত শব্দ হ'ল

(ক) বন্ধু

(খ) শত্ৰু

(গ) মিত্ৰ

উত্তৰ-মিত্ৰ


১১. দুৰ্বল বিপৰীত শব্দ হ'ল

(ক) সৰল

(খ) সবল

(গ) শক্তি নথকা

উত্তৰ-সবল


১২. জাগা জননীৰ সন্তানটো কবিতাটোৰ কবি কোন?

(ক) জ্য়োতিপ্ৰসাদ আগৰৱালা

(খ) চন্দ্ৰকুমাৰ আগৰৱালা

(গ) যতীন্দ্ৰ নাথ ঠাকুৰ

উত্তৰ-জ্য়োতিপ্ৰসাদ আগৰৱালা


১৩. কবিয়ে কাক গছকি জয়জিনিব দিছে?

(ক) মৃত্য়ুক গছকি

(খ) নৱ-জোৱানক গছকি

(গ) বিবাহক গছকি

উত্তৰ-মৃত্য়ুক গছকি


১৪. সন্ধি ভাঙা নীলাচল?

(ক) নীল + আচল

(খ) নল + ইচল

(গ) নীল + অচল

উত্তৰ-নীল + অচল


১৫. জ্য়োতিপ্ৰসাদ আগৰৱালা কিমান চনত জন্ম হৈছিল?

(ক) ১৯০১ চনত

(খ) ১৯০২ চনত

(গ) ১৯০৩ চনত

উত্তৰ-১৯০৩ চনত


১৬. দুটা শব্দৰ প্ৰথমটো শব্দৰ শেষৰ বৰ্ণ আৰু দ্বিতীয়টো শব্দৰ প্ৰথম বৰ্ণৰ মিলনকে কি বোলে?

(ক) ক্ৰিয়া বোলে

(খ) পদ বোলে

(গ) সন্ধি বোলে

উত্তৰ-সন্ধি বোলে


১৭. 'শোণিত কুঁৱৰী' নাটখন  তেখেতে কিমান বছৰ বয়সত ৰচনা কৰিছিল?

(ক) ১৩ বছৰ

(খ) ১৪ বছৰ

(গ) ১৫ বছৰ

উত্তৰ-১৪ বছৰ


১৮. এটা শব্দত প্ৰকাশ কৰা- যাৰ শক্তি আছে?

(ক) দুসাহসী

(খ) সাহসী

(গ) ওপৰৰ এটাও নহয়

উত্তৰ-সাহসী


১৯. মৃত্য়ু সমাৰ্থ শব্দ কি?

(ক) বেলি

(খ) মৰণ

(গ) জল

উত্তৰ-মৰণ


২০. জ্য়োতিপ্ৰসাদ আগৰৱালা কিমান চনত মৃত্য়ু হৈছিল?

(ক) ১৯৫০ চনত

(খ) ১৯৫১ চনত

(গ) ১৯৫২ চনত

উত্তৰ-১৯৫১ চনত