ভক্ত পহ্লাদ

 

১. নাটিকাখনি কেইটা দৃশ্যত বিভক্ত?

(ক) ৪টা

(খ) ৫টা

(গ) ৬ টা

উত্তৰ-৫টা


২. প্ৰহ্লাডৰ পিতৃৰ নাম কি?

(ক) হিৰণ্যকশিপুৰ

(খ) ষণ্ডামৰ্ক

(গ) চন্তৰীদ্বয়

উত্তৰ-হিৰণ্যকশিপুৰ


৩. হিৰণ্যশিপুৰ ভাতৃৰ নাম কি?

(ক) ষণ্ডামৰ্ক

(খ) পহ্লাদ

(গ) এটাও নহয়

উত্তৰ-এটাও নহয়


৪. হৰিৰ প্ৰতি প্ৰহ্লাদৰ কেনেকুৱা ভক্তি আছিল?

(ক) ভক্তি কৰছিল কিন্তু কম কৰিছিল

(খ) অকনো ভক্তি নাছিল

(গ) একান্ত ভক্তি আছিল

উত্তৰ-একান্ত ভক্তি আছিল


৫. প্ৰহ্লাদক অসুৰৰ শাস্ত্ৰজ্ঞান দিবলৈ কাক নিযুক্তি দিয়া হৈছিল?

(ক) শুক্ৰচাৰ্য দুই পুত্ৰক পঠিয়াইছিল

(খ) শুক্ৰচাৰ্য এজন পুত্ৰক পঠিয়াইছিল

(গ) পঠোয়াই নাছিল

উত্তৰ-শুক্ৰচাৰ্য দুই পুত্ৰক পঠিয়াইছিল


৬. ত্ৰিজগতৰ পতি বুলি প্ৰহ্লাদে কাক কৈছিল?

(ক) ভগৱান বিষ্ণুক কৈছে

(খ) হিৰণ্যশিপুৰক কৈছে

(গ) ভগৱান শিৱক কৈছে

উত্তৰ-ভগৱান বিষ্ণুক কৈছে


৭. স্ফটিক স্তম্ভটোৰ পৰা উলাই অহা আধা মানুহ আধা সিংহৰ ৰূপটোৰ নাম কি?

(ক) মানুহ

(খ) নৰসিংহ

(গ) সিংহ

উত্তৰ-নৰসিংহ


৮. অসুৰৰ শাস্ত্ৰশনৰ নাম কি?

(ক) ভক্তি

(খ) বামানয়

(গ) অসুৰ

উত্তৰ-বামানয়


৯. যাৰ সাহস আছে এটা শব্দত প্ৰকাশ কৰা

(ক) হসী

(খ) দুৰ্বল

(গ) ভয়াতুৰ

উত্তৰ-সাহসী


১০. যি ঈশ্বৰক বিশ্বাস কৰে এটা শব্দত প্ৰকাশ কৰা

(ক) আস্তিক

(খ) পৰবিস্বাসী

(গ) ইয়াৰ ভিতৰত এটাও নহয়

উত্তৰ-আস্তিক


১১. যি বিষ্ণুক উপাখনা কৰে?

(ক) মিছঁলিয়া

(খ) ভক্ত

(গ)বৈষ্ণৱ

উত্তৰ-বৈষ্ণৱ


১২. একে মাকৰ সন্তান

(ক) সহোদৰ

(ক) দুটা সন্তান

(গ) কহুদি

উত্তৰ-সহোদৰ


১৩. যি সঁচা কথা কয়

(ক)মিছলীয়া

(খ) সত্যবাদী

(গ) অস্তিক

উত্তৰ-সত্যবাদী


১৪. যাক দেখা নাযায়

(ক) লুকাই থকা

(খ) নেদে

(গ) নেদেসা

(ঘ) অদৃশ্য

উত্তৰ-অদৃশ্য


১৫. কি ভাবত তন্ময় হৈ আছা প্ৰহ্লাদ এই কথাষাৰ কোনে কাক কৈছিল?

(ক) মহাৰাণীয়ে প্ৰহ্লাদক কৈছিল

(খ) ষণ্ডামৰ্কয়ে হৰিক কৈছিল

(গ) জ্য়েষ্ঠ ভ্ৰাতৃয়ে প্ৰহ্লাদক কৈছিল

উত্তৰ-জ্য়েষ্ঠ ভ্ৰাতৃয়ে প্ৰহ্লাদক কৈছিল


১৬. ষণ্ডামৰ্কৰ পিতৃৰ নাম কি?

(ক) হিৰণ্য়কশিপু

(খ) দৈত্য়গুৰু শুক্ৰাচাৰ্য

(গ) বিষ্ণু

উত্তৰ-দৈত্য়গুৰু শুক্ৰাচাৰ্য


১৭. বিষ্ণৱে প্ৰধানকৈ কেইটা অৱতাৰ ধাৰণ কৰিছিল?

(ক) ৭টা

(খ) ৯টা

(গ) ১০টা

উত্তৰ-১০টা


১৮. বামানয় শাস্ত্ৰ কি?

(ক) বেদ-বিৰুদ্ধে

(খ) মানুহৰ-বিৰুদ্ধে

(গ) ইয়াৰ ভিতৰত এটাও নহয়

উত্তৰ-বেদ-বিৰুদ্ধে


১৯. ষণ্ডামৰ্কই প্ৰহ্ণাদক বামানয় শাস্তৰ পাতি আকৃষ্ট কৰিব পাৰিলেনে?

(ক) পাৰিলে

(খ) নোৱাৰিলে

(গ) ইয়াৰ ভিতৰত এটাও নহয়

উত্তৰ-নোৱাৰিলে


২০. ত্ৰিভুৱন মানে কি?

(ক) তিনিটা মানুহৰ নাম

(খ) তিনি ভুৱনৰ সমাহাৰ

(গ) ইয়াৰ ভিতৰত এটাও নহয়

 উত্তৰ-তিনি ভুৱনৰ সমাহাৰ