শ্ৰী শ্ৰী শংকৰদেৱ


১। শ্ৰী শ্ৰী শংকৰদেৱ পাঠটোৰ কবিৰ নাম?

যতীন্দ্ৰ নাথ দুৱৰা

সত্যনাথ বৰা

কিৰন দেৱী

উত্তৰ-যতীন্দ্ৰ নাথ দুৱৰা

২। লেখকৰ কিমান চনত জন্ম হৈছিল?

১৯৬০

১৮৯২

২০১১

উত্তৰ-১৮৯২

৩। লেখকৰ পিতৃৰ নাম কি?

সত্যনাথ বৰা

শ্যমসুন্দৰ দুৱৰা

ওপৰৰ দুয়োতাই হয়

উত্তৰ-শ্যমসুন্দৰ দুৱৰা

৪। লেখকৰ মাতৃৰ নাম কি?

সৰোজিনী নাইডু

পুনিতা অৰ'ৰা

পুণ্যদা দুৱৰা

উত্তৰ-পুণ্যদা দুৱৰা

৫। লেখক কিমান চনত শিৱসাগৰ উচ্চ ইংৰাজী বিদ্যালয়ৰ পৰা প্ৰৱেশিকা পৰীক্ষা পাছ কৰে?

১৯০৯

১৯১৩

১৯৬৪

উত্তৰ-১৯০৯

৬। ১৯১৩ চনত স্কটিছ চাৰ্চ্চ কলেজৰ পৰা কি ডিগ্ৰী লাভ কৰে।

এম.এ ডিগ্ৰী

স্নাতক ডিগ্ৰী

ওপৰৰ দুয়োতাই হয়

উত্তৰ-স্নাতক ডিগ্ৰী

৭। যতীন্দ্ৰ নাথ দুৱৰাই কি আলোচনীৰ মাধ্যমেৰে সাহিত্য জগতত আত্মপ্ৰকাশ কৰে।

তাল

বাঁহী

ঢোল

উত্তৰ-বাঁহী

৮। লেখকৰ গদ্যপুথিখনৰ নাম কি?

বনফুল

মৰমৰ সুৰ

কথাকবিতা

উত্তৰ-কথাকবিতা

৯। কিমান চনত যতীন্দ্ৰ নাথ দুৱৰাই শেষ নিশ্বাস ত্যাগ কৰে?

১৯৬৪

১৯৫২

১৯১৩

উত্তৰ-১৯৬৪

১০। যতীন্দ্ৰ নাথ দুৱৰাই ১৯৫২ চনত কি পুৰস্কাৰ লাভ কৰে।

সাহিত্য অকাদেমি

জ্ঞানপীঠ বঁটা

ওপৰৰ দয়োটাই  নহয়

উত্তৰ-সাহিত্য অকাদেমি

১১। 'কোন দূৰ অতীতৰ ধ্যান মগ্ন যোগী তুমি' বুলি কবিয়ে কাক কৈছে?

শ্ৰী মাধৱদেৱক

শ্ৰী শ্ৰী শংকৰদেৱক

ওপৰৰ দুয়োটাই হয়

উত্তৰ-শ্ৰী শ্ৰী শংকৰদেৱক

১২। শংকৰদেৱে তব পুণ্য কিৰণেৰে কি কৰিলে?

অপবিত্ৰ ভূমি

পবিত্ৰ ভূমি

এটাও নহয়

উত্তৰ-পবিত্ৰ ভূমি

১৩। শংকৰদেৱে স্বৰ্গৰ বাতৰি ক'ত আনি দিলে?

পৃথিবীত

স্বৰ্গত

মৰতত

উত্তৰ-মৰতত

১৪। গভীৰ উদাৰ সুৰ আজিও ক'ত বাজি উঠিছে?

অসমৰ ঘৰে ঘৰে

ভাৰতৰ ঘৰে ঘৰে

অন্ধপ্ৰদেশৰ ঘৰে ঘৰে

উত্তৰ-অসমৰ ঘৰে ঘৰে

১৫। অসমক কোনে জীৱন দান  কৰিলে?

শ্ৰী মাধবদেৱে

শ্ৰী শ্ৰী শংকৰদেৱে

সত্যনাথ বৰা

উত্তৰ-শ্ৰী শ্ৰী শংকৰদেৱে

১৬। শংকৰদেৱৰ গৰিমা গীত ক'ত বজে ?

ঘৰে ঘৰে

বনে বনে

হ্ৰদয়ে হ্ৰদয়ে

উত্তৰ-হ্ৰদয়ে হ্ৰদয়ে

১৭। শংকৰদেৱে  অশেষ যতনেৰে কাক  দেৱ সজালা ?

জনমভূমি

মৰনভূমি

জগতভূমি

উত্তৰ-জনমভূমি

১৮। শংকৰদেৱৰ  সাজকে পিন্ধি জননীয়ে উলাহত নিজকে চিনাকি দিয়ে---------- জগতত

কান্ধি কান্ধি

চিঞৰি চিঞৰি

হাঁহি হাঁহি

উত্তৰ-হাঁহি হাঁহি

১৯। সন্ন্যাসী শব্দৰ সমাৰ্থক শব্দ কি?

জননী

যোগী

গৰিমা

 উত্তৰ-যোগী

২০। পুণ্য শব্দৰ বিপৰীত অৰ্থ কি?

ঘৃণা

বৰ্তমান

পাৰ্প

উত্তৰ-পাৰ্প