ভয়


১। ভয় পাঠটোৰ গল্পকাৰ কোন?

শীলভদ্ৰ

সত্যনাথ বৰা

ওপৰৰ এটাও নহয়

উত্তৰ-শীলভদ্ৰ

২। শীলভদ্ৰ ৰ প্ৰকৃত নাম কি?

গোপাল মোহন

মোহন দত্ত

ৰেৱতীমোহন দক্ত

উত্তৰ-ৰেৱতীমোহন দক্ত

৩। উচ্চ শিক্ষা লাভ কৰি গল্পকাৰে ক'ত অধ্যাপনা কৰে ?

অসম ইঞিনিয়াৰিং কলেজত

হাই স্কুলত

ওপৰৰ দুয়োটাই হয়

উত্তৰ-অসম ইঞিনিয়াৰিং কলেজত

৪। কিমান চনত গল্পকাৰে সাহিত্য অকাদেমি বঁটা লাভ কৰে।

১৯২৩

১৯৯৪

২০০৮

উত্তৰ-১৯৯৪

৫। কিমান চনত গল্পকাৰৰ মৃত্যু হয়?

১৯২৩

১৯৯৮

২০০৮

উত্তৰ-২০০৮

৬। ৰবীনৰ চৌবিশ ঘণ্টাৰ লগৰীয়া কোন?

সাহস

ভয়

পৰিবাৰ

উত্তৰ-ভয়

৭। ৰবীনৰ পৰিবাৰৰ নাম কি?

বিমলা

ৰমলা

কমলা

উত্তৰ-ৰমলা

৮। ফুটবল খেলি থাকোঁতে কোন ঢুকাল?

সত্য খুৰাৰ ল'ৰাজন

ৰবিনৰ পুতেক

সত্য খুৰাজন

উত্তৰ-সত্য খুৰাৰ ল'ৰাজন

৯। ৰবিনৰ কেইটা সন্তান আছিল?

চাৰিটা

ছয়টা

তিনিটা

উত্তৰ-তিনিটা

১০। ফুৰিবলৈ ওলালে ৰবীনৰ কাৰ লগত তৰ্কা-তৰ্কি হয়?

লৰা-ছোৱালিৰ লগত

ৰমলাৰ লগত

সত্য় খুৰাৰ লগত

উত্তৰ-ৰমলাৰ লগত

১১। চাহ দোকানত ট্ৰাক এখন সোমাই মানুহ কেইজনক মাৰিলে?

মানুহ দুজনক

মানুহ চাৰিজনক

মানুহ পাঁছজনক

উত্তৰ-মানুহ দুজনক

১২। মাজৰাতি ৰবীনে শোৱাৰ পৰা উঠি ক'লৈ যাবলৈ ওলাইছিল?

কমলাৰ ঘৰৰ ফালে

বিমলাৰ ঘৰৰ ফালে

জহীৰুদ্দিনৰ ঘৰৰ ফালে

উত্তৰ-জহীৰুদ্দিনৰ ঘৰৰ ফালে

১৩। ইমান ভয়াতুৰ মানুহ মই জনমত দেখা নাই। কথাষাৰ কোনে কৈছিল?

লৰা-ছোৱালীয়ে কৈছিল

ৰমলাই কৈছিল

ৰবিনে কৈছিল

উত্তৰ-ৰমলাই কৈছিল

১৪। হেৰা শুনিছা ? কোনোবাই চিঞৰা যেন লাগিছে। কথাষাৰ কোনে কৈছিল?

ৰমলাই

ৰবিনে

কমলাই

উত্তৰ-ৰবিনে

১৫। আজি মই তাৰ ল'ৰা-ছোৱালীক ৰক্ষা কৰিবলৈ নগ'লে কাইলৈ মোৰ ল'ৰা-ছোৱালীক ৰক্ষাকৰিবলৈ কোন আহিব? কথাষাৰ কোনে কৈছিল ?

ৰবিনে

পবিনে

ৰমলাই

উত্তৰ-ৰবিনে

১৬। গভীৰ ৰাতি হঠাতে উৎকৰ্ণ হৈ ৰবিনে  কি কৰে ?

জাঁপ মাৰি উঠে

কিবা শুনাৰ চেষ্টা কৰে

ওপৰৰ দুয়োটাই নহয়

উত্তৰ-কিবা শুনাৰ চেষ্টা কৰে

১৭। গল্পকাৰৰ জন্ম ক'ত হৈছিল?

গোৱালপাৰা  জিলাত

মৰিগাঁও জিলাত

নগাঁও জিলাত

উত্তৰ-গোৱালপাৰা  জিলাত

১৮। অসমীয়া চুটিগল্পৰ জনক কোন?

শীলভদ্ৰ

লক্ষ্মীনাথ বেজবৰুৱা

সত্যনাথ বৰা

উত্তৰ-লক্ষ্মীনাথ বেজবৰুৱা

১৯। মৰম শব্দৰ সমাৰ্থক অৰ্থ কি ?

গৰিমা

মধুৰ

প্ৰেম

 উত্তৰ-প্ৰেম

২০। অশেষ শব্দৰ বিপৰীত অৰ্থ কি?

ঘৃণা

পাৰ্প

শেষ

 উত্তৰ-শেষ