প্ৰাচীন কামৰূপ ৰাজ্য়


1.বৰ্তমানৰ  গুৱাহাটী-শ্ৱিলং পথৰ কাষৰ মৈৰাং পাহাৰ অঞ্চলত ............. ৰাজ্য়ৰ ৰাজধানী আছিল।

মহীঙ্গ দানৱ

পুষ্য় বৰ্মন

ভাস্কৰ বৰ্মন

উত্তৰ-মহীঙ্গ দানৱ

2.ৰত্নপালে কি নগৰ প্ৰতিষ্ঠা কৰিছিল ?

দুৰ্জ্জয়

গুৱাহাটী

এটাও নহয়

উত্তৰ-দুৰ্জ্জয়

3.বৰ্মন বংশ কোনে প্ৰতিষ্ঠা কৰিছিল ?

পুষ্য় বৰ্মন

ভাস্কৰ বৰ্মন

মহেন্দ্ৰ বৰ্মন

উত্তৰ-পুষ্য় বৰ্মন

4.কাক কুমাৰ ৰজা বোলা হয় ?

ভুতি বৰ্মন

মহেন্দ্ৰ বৰ্মন

ভাস্কৰ বৰ্মন

উত্তৰ-ভাস্কৰ বৰ্মন

5.পাল বংশ শেষ ৰজা জয়পালৰ আনুমানিক কিমান খ্ৰীঃত মৃত্য়ু হৈছিল ?

১১৪১  খ্ৰীঃত

১১৪২  খ্ৰীঃত

১১৪৩  খ্ৰীঃত

উত্তৰ-১১৪২  খ্ৰীঃত

6. ত্য়াগ সিংহ মৃত্য়ু পিছত কামৰূপৰ ৰাজসিংহাসন কি হৈপৰে ? 

শূন্য় হৈ

পূৰ হৈ

এটাও নহয়

উত্তৰ-শূন্য় হৈ

7. পুষ্য় বৰ্মণক কি বৰ্ণনা কৰা হৈছিল ?

বিষ্ণুৰ দ্বিতীয় ৰূপ

নাৰায়ণ বৰ্মনক চক্ৰপাণি

ওপৰৰ দুইটা

উত্তৰ-ওপৰৰ দুইটা

8. দেবোত্তৰ ভূমি বুলি কাক জনা গৈছিল ?

দেৱতাৰ নামত দামত দান কৰা ভূমিক দেবোত্তৰ ভূমি হিচাপে জনা গৈছিল

ব্ৰহ্মোণসকলক দান কৰা ভূমিক ব্ৰহ্মোত্তৰ ভূমি হিচাপে জনা গৈছিল

মন্দিৰৰ বাবে দান কৰা মাটিক ধৰ্মোত্তৰ ভূমি হিচাপে জনা গৈছিল

উত্তৰ-দেৱতাৰ নামত দামত দান কৰা ভূমিক দেবোত্তৰ ভূমি হিচাপে জনা গৈছিল

9.ভগদত্ত জীয়ৰী নাম কি আছিল ?

চিত্ৰলেখা

ভানুমতী

এটা নহয়

উত্তৰ-ভানুমতী

10.ভগদত্ত জীয়ৰীক কাৰ লৈ বিয়া দিছিল ?

দুৰ্যোধনলৈ

পুষ্য় বৰ্মন লৈ

চন্দ্ৰমুখ বৰ্মল লৈ

উত্তৰ-দুৰ্যোধনলৈ

11. কামৰূপ ৰাজ্য়ৰ উল্লেখযোগ্য় ঐতিহাসিক সমল বোৰ কি কি ? 

শিলালিপি

তাম্ৰলিপি

ওপৰৰ দুইটা

উত্তৰ-ওপৰৰ দুইটা

12. প্ৰাচীন কামৰূপ ৰাজ্য়ত বৰ্মন, শালস্তম্ভ আৰু পালবংশৰ প্ৰায় .......... জন ৰজাই শাসন কৰিছিল ।

৩৩ জন

৩৪ জন

৩৫ জন

উত্তৰ-৩৫ জন

13.ভুমি ৰাজহ আছিল ৰাজ্য়ৰ ......... অন্য়তম উ ৎস

আয়ৰ

শিক্ষা

ওপৰৰ দুইটা

উত্তৰ-আয়ৰ

14.আনুমানিক কিমান খীষ্টাব্দৰ ভিতৰত পুষ্য় বৰ্মনে কামৰূপত এক নতুন যুগৰ সূচনা কৰিছিল ?

৩৮০-৪০৫

৩৫০-৩৮০

৩৫০-৩৮১

উত্তৰ-৩৫০-৩৮০

15.আখ্য়ান অনুসৰি কামৰূপ ৰাজ্য় প্ৰথম ৰজা কোন আছিল ?

মহীৰঙ্গ দানৱ

সমুদ্ৰ বৰ্মন

ত্য়াগ সিংহ

উত্তৰ-মহীৰঙ্গ দানৱ

16.প্ৰাচীন কামৰূপৰ লোকসকলৰ প্ৰধান জীৱিকা কি ?

চাকৰী

কৃষি

ওপৰৰ দুইটা

উত্তৰ-কৃষি

17.প্ৰাচীন কামৰূপত কি শাসন ব্য়ৱস্থা প্ৰচলন আছিল ? 

ৰাজতান্ত্ৰিক

গণতান্ত্ৰিক

ওপৰৰ দুইটা

উত্তৰ-ৰাজতান্ত্ৰিক

18.দত্তদেৱী কাৰ পত্নী আছিল ?

পুষ্য় বৰ্মন

কল্য়াণ বৰ্মন

সমুদ্ৰ বৰ্মন

উত্তৰ-সমুদ্ৰ বৰ্মন

19.পাল বংশৰ শেষ ৰজা কোন আছিল ?

ব্ৰহ্মপাল

ৰত্নপাল

জয়পাল

উত্তৰ-জয়পাল

 20.মন্ত্ৰী আৰু উচ্চ পদস্থ ৰাজবিষয়াসকলক কি নামেৰে জনা যায় ?

অমাত্য়, সচিব

মহাপ্ৰতিহাৰী, মন্ত্ৰী

ওপৰৰ দুইটা

উত্তৰ-ওপৰৰ দুইটা