মধ্য়যুগৰ অসম

 


১। খ্ৰীষ্টীয় কিমান শতিকাত আহোমসকল অসমলৈ আহিছিল ?

বাৰশ শতিকাত

ত্ৰয়োদশ শতিকাত

এটাও নহয়

উত্তৰ-ত্ৰয়োদশ শতিকাত

২। আহোম ৰাজ্য় কোনে প্ৰতিষ্ঠা কৰিছিল ? 

স্বৰ্গদেউ চুকাফাই

বুঢ়াগোঁহাই

এটাও নহয়

উত্তৰ-স্বৰ্গদেউ চুকাফাই

৩। চুকাফাই পোন প্ৰথমে ক'ত ৰাজধানী স্থাপন কৰিছিল ?

ৰংপুৰত

চৰাইদেউত

এটাও নহয়

উত্তৰ-চৰাইদেউত

৪। চুকাফাৰ পাছত কিমান জন ৰজাই আহোম ৰাজ্য় ৰাজত্ব কৰিছিল ?

৩৯ জন ৰজাই

২৯ জন ৰজাই

এটাও নহয়

উত্তৰ-৩৯ জন ৰজাই

৫। স্বৰ্গদেউ চুহুংমুঙে গ্ৰহণ কৰা অসমীয়া নামতো কি ?

বৰপাত্ৰ গোহাঁই

স্বৰ্গ নাৰায়ণ

এটাও নহয়

উত্তৰ-স্বৰ্গ নাৰায়ণ

৬। কোচ ৰাজ্য় কোনে প্ৰতিষ্ঠা কৰিছিল ?

বিশ্বসিংহই

মল্লদেৱে

এটাও নহয়

উত্তৰ-বিশ্বসিংহই

৭। বিশ্বসিংহৰ কেইজন পুতেক আছিল ?

সোতৰজন

ওঠৰজন

এটাও নহয়

উত্তৰ-ওঠৰজন

৮। কোচসকলৰ শ্ৰেষ্ঠ ৰজা কোন আছিল ?

নৰনাৰায়ণ

বিশ্বসিংহ

এটাও নহয়

উত্তৰ-নৰনাৰায়ণ

৯। কমতাপুৰ ৰাজ্য়খন কিমান শতিকাত দুভাগত বিভক্ত হৈছিল ?

চতুদৰ্শ শতিকাত

ত্ৰয়োদশ শতিকাত

এটাও নহয়

উত্তৰ-চতুদৰ্শ শতিকাত

১০। ৰুদ্ৰসিংহৰ পাছত আহোম ৰাজ্য়ত কোন ৰজা হয় ?

বিশ্বসিংহ

শিৱসিংহ

এটাও নহয়

উত্তৰ-শিৱসিংহ

১১। ইয়াণ্ডাবু সন্ধি আগচোৱাক এই সময়খিনিক কি বুলি কোৱা হয় ?

মধ্য়যুগ

ইয়াণ্ডাবু সন্ধি

ওপৰৰ এটাও নহয়

উত্তৰ-মধ্য়যুগ

১২। আহোমসকলে কিমান বছৰ কাল ৰাজত্ব কৰিছিল ?

২০০ বছৰ কাল

৯০০ বছৰ কাল

৬০০ বছৰ কাল

উত্তৰ-৬০০ বছৰ কাল

১৩। চুকাফা অসমলৈ আহোতে লগত কেই জন মন্ত্ৰী আনিছিল ?

চাৰিজন

তিনিজন

দুজন

উত্তৰ-দুজন

১৪। আহোমসকলে কোন দেৱতাক পূজা-অৰ্চনা কৰিছিল ?

চোমদেউ দেৱতাক

কেচাইখাঁতী গোসানীক

কাকো নকৰে

উত্তৰ-চোমদেউ দেৱতাক

১৫। কাৰ দিনৰ পৰা আহোম ৰজাসকলে আহোম নামৰ লগতে হিন্দু নামো গ্ৰহণ কৰিছিল ?

গৌৰী নাৰায়ণ

ধৰ্মনাৰায়ণ

চুহুংমুং

উত্তৰ-চুহুংমুং

১৬। শৰাইঘাটৰ যুদ্ধ কিমান চনত হৈছিল ?

১৬৭১ চনত

১৫৫১ চনত

১৮৭১ চনত

উত্তৰ-১৬৭১ চনত

১৭। স্বৰ্গদেউ ৰুদ্ৰসিংহয়ে ক'ত ৰাজধানী পাতিছিল ?

চৰাইদেউত

ৰংপুৰত

যোৰহাটত

উত্তৰ-ৰংপুৰত

১৮। কিমান শতিকাত কমতা ৰাজ্য়খন দুভাগত ভিভক্ত কৰিছিল ?

দ্ধিতীয় শতিকাত

চতুৰ্দশ শতিকাত

পঞ্চদশ শতিকাত

উত্তৰ-চতুৰ্দশ শতিকাত

১৯। ভূঞা শব্দৰ অৰ্থ কি ?

মাটিৰ মালিক

সম্পত্তিৰ গৰাকী

ওপৰৰ এটাও নহয়

উত্তৰ-মাটিৰ মালিক

 ২০। তুলাৰাম সেনাপতিয়ে কিমান খ্ৰীষ্টাব্দলৈ ভূভাগত শাসন কৰিছিল ?

১৫২৩ খ্ৰীষ্টাব্দলৈ

১৮৫৪ খ্ৰীষ্টাব্দলৈ

১১৪০ খ্ৰীষ্টাব্দলৈ

উত্তৰ-১৮৫৪ খ্ৰীষ্টাব্দলৈ