মধ্য়যুগৰ অসম
১। খ্ৰীষ্টীয় কিমান শতিকাত আহোমসকল অসমলৈ আহিছিল ?
বাৰশ শতিকাত
ত্ৰয়োদশ শতিকাত
এটাও নহয়
উত্তৰ-ত্ৰয়োদশ শতিকাত
২। আহোম ৰাজ্য় কোনে প্ৰতিষ্ঠা কৰিছিল ?
স্বৰ্গদেউ চুকাফাই
বুঢ়াগোঁহাই
এটাও নহয়
উত্তৰ-স্বৰ্গদেউ চুকাফাই
৩। চুকাফাই পোন প্ৰথমে ক'ত ৰাজধানী স্থাপন কৰিছিল ?
ৰংপুৰত
চৰাইদেউত
এটাও নহয়
উত্তৰ-চৰাইদেউত
৪। চুকাফাৰ পাছত কিমান জন ৰজাই আহোম ৰাজ্য় ৰাজত্ব কৰিছিল ?
৩৯ জন ৰজাই
২৯ জন ৰজাই
এটাও নহয়
উত্তৰ-৩৯ জন ৰজাই
৫। স্বৰ্গদেউ চুহুংমুঙে গ্ৰহণ কৰা অসমীয়া নামতো কি ?
বৰপাত্ৰ গোহাঁই
স্বৰ্গ নাৰায়ণ
এটাও নহয়
উত্তৰ-স্বৰ্গ নাৰায়ণ
৬। কোচ ৰাজ্য় কোনে প্ৰতিষ্ঠা কৰিছিল ?
বিশ্বসিংহই
মল্লদেৱে
এটাও নহয়
উত্তৰ-বিশ্বসিংহই
৭। বিশ্বসিংহৰ কেইজন পুতেক আছিল ?
সোতৰজন
ওঠৰজন
এটাও নহয়
উত্তৰ-ওঠৰজন
৮। কোচসকলৰ শ্ৰেষ্ঠ ৰজা কোন আছিল ?
নৰনাৰায়ণ
বিশ্বসিংহ
এটাও নহয়
উত্তৰ-নৰনাৰায়ণ
৯। কমতাপুৰ ৰাজ্য়খন কিমান শতিকাত দুভাগত বিভক্ত হৈছিল ?
চতুদৰ্শ শতিকাত
ত্ৰয়োদশ শতিকাত
এটাও নহয়
উত্তৰ-চতুদৰ্শ শতিকাত
১০। ৰুদ্ৰসিংহৰ পাছত আহোম ৰাজ্য়ত কোন ৰজা হয় ?
বিশ্বসিংহ
শিৱসিংহ
এটাও নহয়
উত্তৰ-শিৱসিংহ
১১। ইয়াণ্ডাবু সন্ধি আগচোৱাক এই সময়খিনিক কি বুলি কোৱা হয় ?
মধ্য়যুগ
ইয়াণ্ডাবু সন্ধি
ওপৰৰ এটাও নহয়
উত্তৰ-মধ্য়যুগ
১২। আহোমসকলে কিমান বছৰ কাল ৰাজত্ব কৰিছিল ?
২০০ বছৰ কাল
৯০০ বছৰ কাল
৬০০ বছৰ কাল
উত্তৰ-৬০০ বছৰ কাল
১৩। চুকাফা অসমলৈ আহোতে লগত কেই জন মন্ত্ৰী আনিছিল ?
চাৰিজন
তিনিজন
দুজন
উত্তৰ-দুজন
১৪। আহোমসকলে কোন দেৱতাক পূজা-অৰ্চনা কৰিছিল ?
চোমদেউ দেৱতাক
কেচাইখাঁতী গোসানীক
কাকো নকৰে
উত্তৰ-চোমদেউ দেৱতাক
১৫। কাৰ দিনৰ পৰা আহোম ৰজাসকলে আহোম নামৰ লগতে হিন্দু নামো গ্ৰহণ কৰিছিল ?
গৌৰী নাৰায়ণ
ধৰ্মনাৰায়ণ
চুহুংমুং
উত্তৰ-চুহুংমুং
১৬। শৰাইঘাটৰ যুদ্ধ কিমান চনত হৈছিল ?
১৬৭১ চনত
১৫৫১ চনত
১৮৭১ চনত
উত্তৰ-১৬৭১ চনত
১৭। স্বৰ্গদেউ ৰুদ্ৰসিংহয়ে ক'ত ৰাজধানী পাতিছিল ?
চৰাইদেউত
ৰংপুৰত
যোৰহাটত
উত্তৰ-ৰংপুৰত
১৮। কিমান শতিকাত কমতা ৰাজ্য়খন দুভাগত ভিভক্ত কৰিছিল ?
দ্ধিতীয় শতিকাত
চতুৰ্দশ শতিকাত
পঞ্চদশ শতিকাত
উত্তৰ-চতুৰ্দশ শতিকাত
১৯। ভূঞা শব্দৰ অৰ্থ কি ?
মাটিৰ মালিক
সম্পত্তিৰ গৰাকী
ওপৰৰ এটাও নহয়
উত্তৰ-মাটিৰ মালিক
২০। তুলাৰাম সেনাপতিয়ে কিমান খ্ৰীষ্টাব্দলৈ ভূভাগত শাসন কৰিছিল ?
১৫২৩ খ্ৰীষ্টাব্দলৈ
১৮৫৪ খ্ৰীষ্টাব্দলৈ
১১৪০ খ্ৰীষ্টাব্দলৈ
উত্তৰ-১৮৫৪ খ্ৰীষ্টাব্দলৈ
0 Comments