মধ্য়যুগৰ অসমীয়া সমাজ
১. মধ্য়যুগ বুলিলে কোনখিনি সময়ক বুজা যায় ?
ত্ৰয়োদশ শতিকাৰ আগভাগৰপৰা ১৯ শতিকাৰ আগভাগলৈ
ত্ৰয়োদশ শতিকাৰপৰা ১৯ শতিকাৰ আগভাগলৈ
এটাও নহয়
উত্তৰ- ত্ৰয়োদশ শতিকাৰপৰা ১৯ শতিকাৰ আগভাগলৈ
২. মধ্য়যুগৰ শাসন ব্য়ৱস্থা কেনেকুৱা আছিল ?
অৰ্থনৈতিক
ৰাজতান্ত্ৰিক
এটাও নহয়
উত্তৰ- ৰাজতান্ত্ৰিক
৩. ১৫ বছৰৰপৰা ৫০ বছৰলৈ সকলো সক্ষম পুৰুষক কি বুলি কোৱা হয় ?
পাইক
পাইকাৰী
এটাও নহয়
উত্তৰ- পাইক
৪. ৰজা আছিল ৰাজ্য়ৰ _____________ ।
কৰ্তা
সৰ্বময় কৰ্তা
এটাও নহয়
উত্তৰ- সৰ্বময় কৰ্তা
৫. মধ্য়যুগৰ সামাজিক দৃষ্টিভংগী কেনে আছিল ?
উদাৰ
প্ৰশাসন
এটাও নহয়
উত্তৰ- উদাৰ
৬. ___________ অসমৰ মহিলাক সন্মানৰ চকুৰে চোৱা হৈছিল ।
মধ্য়যুগত
ৰজা-মহাৰজাৰ দিনত
এটাও নহয়
উত্তৰ- মধ্য়যুগত
৭. বৰ্তমান বড়োসকলে কি পৰিধান কৰে ?
চাদৰ-মেখেলা
দখনা
এটাও নহয়
উত্তৰ- দখনা
৮. মধ্য়যুগত অসমৰ অৰ্থনীতিৰ মূল ভেটি কি আছিল ?
কৃষি
চিকাৰ কৰা
এটাও নহয়
উত্তৰ- কৃষি
৯. নগাবোৰক দান কৰা মাটিক কি বোলা হৈছিল ?
নগাখাটি
নগাখাটা
এটাও নহয়
উত্তৰ- এটাও নহয়
১০. ৩ বা ৪ জন পাইক লগ হৈ কি গঠন কৰিছিল ?
গোট
বৰা
এটাও নহয়
উত্তৰ- গোট
১১। মধ্য়যুগত কি শাসন আছিল ?
গণতান্ত্ৰিক
ৰাজতান্ত্ৰিক
ওপৰৰ এটাও নহয়
উত্তৰ- ৰাজতান্ত্ৰিক
১২। আহোম শাসন ব্য়ৱস্থা মধ্য় যুগৰ কি ব্য়ৱস্থা আছিল ?
বৃহৎ ব্য়ৱস্থা
সৰ্বোৎকৃষ্ট ব্য়ৱস্থা
ওপৰৰ দুয়োটা
উত্তৰ- ওপৰৰ দুয়োটা
১৩। আহোমসকলে কেইজন মন্ত্ৰীৰ দ্বাৰা ৰাজ্য়খন পৰিচালনা কৰিছিল ?
এজন
পাঁচ জন
তিনিজন
উত্তৰ- এজন
১৪। আহোম যুগৰ সমান্তবাদী সমাজখন ঘাইকৈ কেইটা শ্ৰেণীত বিভক্ত ?
দুটা শ্ৰেণীত
ছয়টা শ্ৰেণীচ
চাৰিটা শ্ৰেণীত
উত্তৰ- দুটা শ্ৰেণীত
১৫। মধ্য়যুগত মহিলাৰ স্থান কি আছিল ?
নিম্ন
উচ্চ
এটাও নহয়
উত্তৰ- উচ্চ
১৬। দখনা কোন জাতিয়ে পৰিধান কৰে ?
তিৱা
ডিমাছা
বড়ো
উত্তৰ-বড়ো
১৭। অসমীয়া সমাজত ব্য়ৱহৃত টঙালি, হাঁচতি আদি কাৰ অৱদান ?
আহোমসকলৰ
বাৰভূঞাসকলৰ
কোচঁসকলৰ
উত্তৰ- বাৰভূঞাসকলৰ
১৮। পোৰা মাটিৰ শিল্পই আহোম ভাস্কৰ্যক কি কৰি থৈ গৈছে ?
চহকী
দুখীয়া
ওপৰৰ এটাও নহয়
উত্তৰ- চহকী
১৯। অসমীয় ভাষাত ৰামায়ণ কোনে ৰচনা কৰিছিল ?
কবিৰত্ন সৰস্বতীয়ে
মাধৱ কন্দলিয়ে
হেম সৰস্বতীয়ে
উত্তৰ- মাধৱ কন্দলিয়ে
২০। হস্তী বিদ্য়াৰ্ণৱ পুথি কোনে ৰচনা কৰিছিল ?
মাধৱ কন্দলি
ভট্টদেৱ
সুকুমাৰ বৰকাইথ
উত্তৰ-সুকুমাৰ বৰকাইথ
0 Comments