মধ্য়যুগৰ অসমীয়া সমাজ

 


১. মধ্য়যুগ বুলিলে কোনখিনি সময়ক বুজা যায় ?

ত্ৰয়োদশ শতিকাৰ আগভাগৰপৰা ১৯ শতিকাৰ আগভাগলৈ

ত্ৰয়োদশ শতিকাৰপৰা ১৯ শতিকাৰ আগভাগলৈ

এটাও নহয়

উত্তৰ- ত্ৰয়োদশ শতিকাৰপৰা ১৯ শতিকাৰ আগভাগলৈ

২. মধ্য়যুগৰ শাসন ব্য়ৱস্থা কেনেকুৱা আছিল ?   

অৰ্থনৈতিক

ৰাজতান্ত্ৰিক

এটাও নহয়

উত্তৰ- ৰাজতান্ত্ৰিক

৩. ১৫ বছৰৰপৰা ৫০ বছৰলৈ সকলো সক্ষম পুৰুষক কি বুলি কোৱা হয় ? 

পাইক

পাইকাৰী

এটাও নহয়

উত্তৰ- পাইক

৪. ৰজা আছিল ৰাজ্য়ৰ _____________ ।

কৰ্তা

সৰ্বময় কৰ্তা

এটাও নহয়

উত্তৰ- সৰ্বময় কৰ্তা

৫. মধ্য়যুগৰ সামাজিক দৃষ্টিভংগী কেনে আছিল ?

উদাৰ

প্ৰশাসন

এটাও নহয়

উত্তৰ- উদাৰ

৬. ___________ অসমৰ মহিলাক সন্মানৰ চকুৰে চোৱা হৈছিল ।

মধ্য়যুগত

ৰজা-মহাৰজাৰ দিনত

এটাও নহয়

উত্তৰ- মধ্য়যুগত

৭. বৰ্তমান বড়োসকলে কি পৰিধান কৰে ?

চাদৰ-মেখেলা

দখনা

এটাও নহয়

উত্তৰ- দখনা

৮. মধ্য়যুগত অসমৰ অৰ্থনীতিৰ মূল ভেটি কি আছিল ?

কৃষি

চিকাৰ কৰা

এটাও নহয়

উত্তৰ- কৃষি

৯. নগাবোৰক দান কৰা মাটিক কি বোলা হৈছিল ?

নগাখাটি

নগাখাটা

এটাও নহয়

উত্তৰ- এটাও নহয়

১০. ৩ বা ৪ জন পাইক লগ হৈ কি গঠন কৰিছিল ? 

গোট

বৰা

এটাও নহয়

উত্তৰ- গোট

১১। মধ্য়যুগত কি শাসন আছিল ? 

গণতান্ত্ৰিক

ৰাজতান্ত্ৰিক

ওপৰৰ এটাও নহয়

উত্তৰ- ৰাজতান্ত্ৰিক

১২। আহোম শাসন ব্য়ৱস্থা মধ্য় যুগৰ কি ব্য়ৱস্থা আছিল ?

বৃহৎ ব্য়ৱস্থা

সৰ্বোৎকৃষ্ট ব্য়ৱস্থা

ওপৰৰ দুয়োটা

উত্তৰ- ওপৰৰ দুয়োটা

১৩। আহোমসকলে কেইজন মন্ত্ৰীৰ দ্বাৰা ৰাজ্য়খন পৰিচালনা কৰিছিল ?

এজন

পাঁচ জন

তিনিজন

উত্তৰ- এজন

১৪। আহোম যুগৰ সমান্তবাদী সমাজখন ঘাইকৈ কেইটা শ্ৰেণীত বিভক্ত ?

দুটা শ্ৰেণীত

ছয়টা শ্ৰেণীচ

চাৰিটা শ্ৰেণীত

উত্তৰ- দুটা শ্ৰেণীত

১৫। মধ্য়যুগত মহিলাৰ স্থান কি আছিল ?

নিম্ন

উচ্চ

এটাও নহয়

উত্তৰ- উচ্চ

১৬। দখনা কোন জাতিয়ে পৰিধান কৰে ?

তিৱা

ডিমাছা

বড়ো

উত্তৰ-বড়ো

১৭। অসমীয়া সমাজত ব্য়ৱহৃত টঙালি, হাঁচতি আদি কাৰ অৱদান ?

আহোমসকলৰ

বাৰভূঞাসকলৰ

কোচঁসকলৰ

উত্তৰ- বাৰভূঞাসকলৰ

১৮। পোৰা মাটিৰ শিল্পই আহোম ভাস্কৰ্যক কি কৰি থৈ গৈছে ?

চহকী

দুখীয়া

ওপৰৰ এটাও নহয়

উত্তৰ- চহকী

১৯। অসমীয় ভাষাত ৰামায়ণ কোনে ৰচনা কৰিছিল ?

কবিৰত্ন সৰস্বতীয়ে

মাধৱ কন্দলিয়ে

হেম সৰস্বতীয়ে

উত্তৰ- মাধৱ কন্দলিয়ে

২০। হস্তী বিদ্য়াৰ্ণৱ পুথি কোনে ৰচনা কৰিছিল ?

মাধৱ কন্দলি

ভট্টদেৱ

সুকুমাৰ বৰকাইথ

উত্তৰ-সুকুমাৰ বৰকাইথ