ভাৰতবৰ্ষলৈ ইউৰোপীয় ব্য়ৱসায়ীসকলৰ আগমন
১. কনষ্টাণ্টিনোপলক বৰ্তমান কি নামেৰে জনা যায় ?
ইউৰোপ
ইস্তানবুল
এটাও নহয়
উত্তৰ-ইস্তানবুল
২. কি কোম্পানীৰ শাসনৰ সময়ত ভাৰতীয় কুটিৰ শিল্প ধ্বংসৰ পিনে গতি কৰিছিল ?
বৃটিছ ইষ্ট ইণ্ডিয়া কোম্পানী
ইণ্ডিয়া কোম্পানী
এটাও নহয়
উত্তৰ-বৃটিছ ইষ্ট ইণ্ডিয়া কোম্পানী
৩. কিমান খ্ৰীষ্টাব্দত পৰ্তুগীজ নাৱিক 'ভাস্কো-ডা-গামাই' ভাৰতবৰ্ষৰ লগত বেহা-বেপাৰৰ উদ্দেশ্য় সামুদ্ৰিক পথ আৱিষ্কাৰ কৰিছিল ?
১৪৯৮ খ্ৰীষ্টাব্দত
১৪৯২ খ্ৰীষ্টাব্দত
এটাও নহয়
উত্তৰ-১৪৯৮ খ্ৰীষ্টাব্দত
৪. কিমান শতিকাৰপৰা কিমান শতিকালৈ পশ্চিম ইউৰোপৰ অৰ্থনীতি বাণিজ্য়ক প্ৰসাৰ নীতিৰ ওপৰত প্ৰতিষ্ঠিত আছিল ?
ষোল্ল শতিকাৰপৰা ওঠৰ শতিকাৰ শেষলৈ
ষোল্ল শতিকাৰপৰা ওঠৰ শতিকাৰ মাজভাগলৈ
এটাও নহয়
উত্তৰ-ষোল্ল শতিকাৰপৰা ওঠৰ শতিকাৰ শেষলৈ
৫. বৰ্তমান নেদাৰলেণ্ডৰপৰা অহা ওলন্দাজ বেপাৰীসকলে __________ খ্ৰীষ্টাব্দত ভাৰতবৰ্ষৰ পুলিকটত তেওঁলোকৰ প্ৰথমটো দুৰ্গ সাজে ।
১৫৯৯
১৬০৯
এটাও নহয়
উত্তৰ-১৬০৯
৬. ইষ্ট-ইণ্ডিয়া কোম্পানী নামৰ বেচৰকাৰী কোম্পানীতো কিমান খ্ৰীষ্টাব্দত প্ৰতিষ্ঠা কৰিছিল ?
১৫৯৯
১৬০৯
এটাও নহয়
উত্তৰ-১৫৯৯
৭. মাদ্ৰাজক বৰ্তমান কি নামেৰে জনা যায় ?
মুম্বাই
ইস্তানবুল
এটাও নহয়
উত্তৰ-এটাও নহয়
৮. উনৈশ শতিকাৰ প্ৰথম ভাগত গ্ৰেট বৃটেইনৰ পৰা ভাৰতলৈ সাগৰেৰে আহিবলৈ কিমান সময় লাগিছিল ?
৬ৰ পৰা ৭ মাহ
৬ৰ পৰা ৮ মাহ
এটাও নহয়
উত্তৰ-৬ৰ পৰা ৮ মাহ
৯. ভাৰতবৰ্ষত প্ৰথম ফৰাচী ঘাটি কিমান চনত স্থাপিত হৈছিল ?
১৬৬৭ খ্ৰীষ্টাব্দত
১৬৬৪ খ্ৰীষ্টাব্দত
এটাও নহয়
উত্তৰ-১৬৬৭ খ্ৰীষ্টাব্দত
১০. আজিও বৰ্তমান ক'ত ফৰাচী মূলৰ লোক বাস কৰাৰ লগতে ফৰাচী প্ৰভাৱ পৰিলক্ষিত হয় ?
চুৰাটত
মাদ্ৰাজত
এটাও নহয়
উত্তৰ-এটাও নহয়
১১। কিমান চনত কলম্বাছৰ দ্বাৰা আমেৰিকা আৱিষ্কৃত হৈছিল ?
১৪৯২ খ্ৰীষ্টাব্দত
১৪৯৮ খ্ৰীষ্টাব্দত
১৪৫৩ খ্ৰীষ্ট্ৰাব্দত
উত্তৰ-১৪৯২ খ্ৰীষ্টাব্দত
১২। ভাৰতবৰ্ষত পোন প্ৰথমে কোনে খোপনি পাতিছিল ?
ইউৰোপীয় সকলে
পৰ্তুগাল সকলে
ওলন্দাজসকলে
উত্তৰ-পৰ্তুগাল সকলে
১৩। ওলন্দাজসকল ক'ৰ পৰা আহিছিল ?
আমেৰিকাৰ পৰা
নেদাৰলেণ্ডৰ পৰা
আফ্ৰিকাৰ পৰা
উত্তৰ-নেদাৰলেণ্ডৰ পৰা
১৪। ওলন্দাজসকলে ভাৰতৰ পৰা কিহৰ জৰিয়তে যথেষ্ট লাভবান হৈছিল ?
মছলা আৰু ৰেছমৰ জৰিয়তে
চাউলৰ জৰিয়তে
এটাও নহয়
উত্তৰ-মছলা আৰু ৰেছমৰ জৰিয়তে
১৫। বৃটিছ ইষ্ট-ইণ্ডিয়া কোম্পানী নামৰ বেচৰকাৰী কোম্পানীটো কিমান চনত প্ৰতিষ্ঠা কৰা হৈছিল ?
১৭১৬ খ্ৰীষ্টাব্দত
১৫৯৯ খ্ৰীষ্টাব্দত
১৬০০ খ্ৰীষ্টাব্দত
উত্তৰ-১৫৯৯ খ্ৰীষ্টাব্দত
১৬। মাদ্ৰাজ চহৰখন বৰ্তমান কি নামেৰে জনা যায় ?
বাংলাদেশ
ৰাচিয়া
চেন্নাই
উত্তৰ-চেন্নাই
১৭। ভাৰতবৰ্ষলৈ ইউৰোপীয় সকল কিয় আহিছিল ?
নিজৰ শাসন চলাবলৈ
বেহা-বেপাৰ কৰিবলৈ
আক্ৰমণ কৰিবলৈ
উত্তৰ-বেহা-বেপাৰ কৰিবলৈ
১৮। ব্য়ৱসায়-বাণিজ্য় আৰু উপনিৱেশ স্থাপনৰ ক্ষেত্ৰত ভাৰতবৰ্ষত বৃটিছসকলৰ মুখ্য় প্ৰতিদ্বন্দী কোন আছিল ?
বৃটিছসকল
ওলন্দাজসকল
ফৰাচীসকল
উত্তৰ-ফৰাচীসকল
১৯। কিমান খ্ৰীষ্টাব্দত ফ্ৰান্সত ফৰাচী ইষ্ট ইণ্ডিয়া কোম্পানী প্ৰতিষ্ঠা কৰা হৈছিল ?
১৬৬৪ খ্ৰীষ্টাব্দত
১৬৬৭ খ্ৰীষ্টাব্দত
১৬৭৪ খ্ৰীষ্টাব্দত
উত্তৰ-১৬৬৪ খ্ৰীষ্টাব্দত
২০। বৃটিছ ইষ্ট ইণ্ডিয়া কোম্পানীৰ শাসনৰ সময়ত ভাৰতীয় কুটিৰ শিল্প কোন পিনে গতি কৰিছিল ?
ভালৰ পিনে
ধ্বংসৰ পিনে
উন্নতি পথত