ভাৰতবৰ্ষলৈ ইউৰোপীয় ব্য়ৱসায়ীসকলৰ আগমন 

 


১. কনষ্টাণ্টিনোপলক বৰ্তমান কি নামেৰে জনা যায় ?

ইউৰোপ

ইস্তানবুল

এটাও নহয়

উত্তৰ-ইস্তানবুল

২. কি কোম্পানীৰ শাসনৰ সময়ত ভাৰতীয় কুটিৰ শিল্প ধ্বংসৰ পিনে গতি কৰিছিল ?

বৃটিছ ইষ্ট ইণ্ডিয়া কোম্পানী

ইণ্ডিয়া কোম্পানী

এটাও নহয়

উত্তৰ-বৃটিছ ইষ্ট ইণ্ডিয়া কোম্পানী

৩. কিমান খ্ৰীষ্টাব্দত পৰ্তুগীজ নাৱিক 'ভাস্কো-ডা-গামাই' ভাৰতবৰ্ষৰ লগত বেহা-বেপাৰৰ উদ্দেশ্য় সামুদ্ৰিক পথ আৱিষ্কাৰ কৰিছিল ?

১৪৯৮ খ্ৰীষ্টাব্দত

১৪৯২ খ্ৰীষ্টাব্দত

এটাও নহয়

উত্তৰ-১৪৯৮ খ্ৰীষ্টাব্দত

৪. কিমান শতিকাৰপৰা কিমান শতিকালৈ পশ্চিম ইউৰোপৰ অৰ্থনীতি বাণিজ্য়ক প্ৰসাৰ নীতিৰ ওপৰত প্ৰতিষ্ঠিত আছিল ? 

ষোল্ল শতিকাৰপৰা ওঠৰ শতিকাৰ শেষলৈ

ষোল্ল শতিকাৰপৰা ওঠৰ শতিকাৰ মাজভাগলৈ

এটাও নহয়

উত্তৰ-ষোল্ল শতিকাৰপৰা ওঠৰ শতিকাৰ শেষলৈ

৫. বৰ্তমান নেদাৰলেণ্ডৰপৰা অহা ওলন্দাজ বেপাৰীসকলে __________ খ্ৰীষ্টাব্দত ভাৰতবৰ্ষৰ পুলিকটত তেওঁলোকৰ প্ৰথমটো দুৰ্গ সাজে ।

১৫৯৯

১৬০৯

এটাও নহয়

উত্তৰ-১৬০৯

৬. ইষ্ট-ইণ্ডিয়া কোম্পানী নামৰ বেচৰকাৰী কোম্পানীতো কিমান খ্ৰীষ্টাব্দত প্ৰতিষ্ঠা কৰিছিল ?

১৫৯৯

১৬০৯

এটাও নহয়

উত্তৰ-১৫৯৯

৭. মাদ্ৰাজক বৰ্তমান কি নামেৰে জনা যায় ?

মুম্বাই

ইস্তানবুল

এটাও নহয়

উত্তৰ-এটাও নহয়

৮. উনৈশ শতিকাৰ প্ৰথম ভাগত গ্ৰেট বৃটেইনৰ পৰা ভাৰতলৈ সাগৰেৰে আহিবলৈ কিমান সময় লাগিছিল ?

৬ৰ পৰা ৭ মাহ

৬ৰ পৰা ৮ মাহ

এটাও নহয়

উত্তৰ-৬ৰ পৰা ৮ মাহ

৯. ভাৰতবৰ্ষত প্ৰথম ফৰাচী ঘাটি কিমান চনত স্থাপিত হৈছিল ?

১৬৬৭ খ্ৰীষ্টাব্দত

১৬৬৪ খ্ৰীষ্টাব্দত

এটাও নহয়

উত্তৰ-১৬৬৭ খ্ৰীষ্টাব্দত

১০. আজিও বৰ্তমান ক'ত ফৰাচী মূলৰ লোক বাস কৰাৰ লগতে ফৰাচী প্ৰভাৱ পৰিলক্ষিত হয় ?

চুৰাটত

মাদ্ৰাজত

এটাও নহয়

উত্তৰ-এটাও নহয়

১১। কিমান চনত কলম্বাছৰ দ্বাৰা আমেৰিকা আৱিষ্কৃত হৈছিল ?

১৪৯২ খ্ৰীষ্টাব্দত

১৪৯৮ খ্ৰীষ্টাব্দত

১৪৫৩ খ্ৰীষ্ট্ৰাব্দত

উত্তৰ-১৪৯২ খ্ৰীষ্টাব্দত

১২। ভাৰতবৰ্ষত পোন প্ৰথমে কোনে খোপনি পাতিছিল ?

ইউৰোপীয় সকলে

পৰ্তুগাল সকলে

ওলন্দাজসকলে

উত্তৰ-পৰ্তুগাল সকলে

১৩।  ওলন্দাজসকল ক'ৰ পৰা আহিছিল ?

আমেৰিকাৰ পৰা

নেদাৰলেণ্ডৰ পৰা

আফ্ৰিকাৰ পৰা

উত্তৰ-নেদাৰলেণ্ডৰ পৰা

১৪। ওলন্দাজসকলে ভাৰতৰ পৰা কিহৰ জৰিয়তে যথেষ্ট লাভবান হৈছিল ?

মছলা আৰু ৰেছমৰ জৰিয়তে

চাউলৰ জৰিয়তে

এটাও নহয়

উত্তৰ-মছলা আৰু ৰেছমৰ জৰিয়তে

১৫।  বৃটিছ ইষ্ট-ইণ্ডিয়া কোম্পানী নামৰ বেচৰকাৰী কোম্পানীটো কিমান চনত প্ৰতিষ্ঠা কৰা হৈছিল ?

১৭১৬ খ্ৰীষ্টাব্দত

১৫৯৯ খ্ৰীষ্টাব্দত

১৬০০ খ্ৰীষ্টাব্দত

উত্তৰ-১৫৯৯ খ্ৰীষ্টাব্দত

১৬। মাদ্ৰাজ চহৰখন বৰ্তমান কি নামেৰে জনা যায় ?

বাংলাদেশ

ৰাচিয়া

চেন্নাই

উত্তৰ-চেন্নাই

১৭। ভাৰতবৰ্ষলৈ ইউৰোপীয় সকল কিয় আহিছিল ?

নিজৰ শাসন চলাবলৈ

বেহা-বেপাৰ কৰিবলৈ

আক্ৰমণ কৰিবলৈ

উত্তৰ-বেহা-বেপাৰ কৰিবলৈ

১৮। ব্য়ৱসায়-বাণিজ্য় আৰু উপনিৱেশ স্থাপনৰ ক্ষেত্ৰত ভাৰতবৰ্ষত বৃটিছসকলৰ মুখ্য় প্ৰতিদ্বন্দী কোন আছিল ?

বৃটিছসকল

ওলন্দাজসকল

ফৰাচীসকল

উত্তৰ-ফৰাচীসকল

১৯। কিমান খ্ৰীষ্টাব্দত ফ্ৰান্সত ফৰাচী ইষ্ট ইণ্ডিয়া কোম্পানী প্ৰতিষ্ঠা কৰা হৈছিল ? 

১৬৬৪ খ্ৰীষ্টাব্দত

১৬৬৭ খ্ৰীষ্টাব্দত

১৬৭৪ খ্ৰীষ্টাব্দত

উত্তৰ-১৬৬৪ খ্ৰীষ্টাব্দত

২০। বৃটিছ ইষ্ট ইণ্ডিয়া কোম্পানীৰ শাসনৰ সময়ত ভাৰতীয় কুটিৰ শিল্প কোন পিনে গতি কৰিছিল ?

ভালৰ পিনে

ধ্বংসৰ পিনে

উন্নতি পথত

উত্তৰ-ধ্বংসৰ পিনে