ভাৰতবৰ্ষত বৃটিছ শাসনৰ প্ৰতিষ্ঠা, সম্প্ৰসাৰণ আৰু দৃঢ়ীকৰণ

 


১। মোগল সাম্ভ্ৰাজ্য় কোনে প্ৰতিষ্ঠা কৰিছিল ?

ঔৰংজেৱে

বাবৰে

এটাও নহয়

উত্তৰ-বাবৰে

২। ফৰাচীসকলৰ প্ৰধান ঘাটি ক'ত আছিল ?

পণ্ডিচেৰী আৰু চন্দননগৰ

পুডুচেৰী আৰু চেন্নাই

এটাও নহয়

উত্তৰ-পণ্ডিচেৰী আৰু চন্দননগৰ

৩। কিমান খ্ৰীষ্টাব্দত অষ্ট্ৰিয়াত উত্তৰাধিকাৰী যুদ্ধ আৰম্ভ হৈছিল ?

১৭৪০ খ্ৰীষ্টাব্দত

১৭৪৫ খ্ৰীষ্টাব্দত

এটাও নহয়

উত্তৰ-১৭৪০ খ্ৰীষ্টাব্দত

৪। নৱাবৰ দোস্ত আলীৰ জোৱায়েকৰ নাম কি আছিল ?

চান্দ আলি

চান্দ

এটাও নহয়

উত্তৰ-এটাও নহয়

৫। ১৭৫৬ খ্ৰীষ্টাব্দত ইউৰোপত আৰম্ভ হোৱা ______________ ৰণৰ প্ৰতিক্ৰিয়া ভাৰততো দেখা দিয়ে ।

সাত বছৰীয়া

ৰাজনৈতিক

এটাও নহয়

উত্তৰ-

৬। কি যুদ্ধই ভাৰতবৰ্ষত ফৰাচী প্ৰভাৱ লুপ্ত কৰিলে বুলি ক'ব পাৰি ?

কৰ্ণাটকৰ প্ৰথম যুদ্ধ

ৱান্দিয়াছৰ যুদ্ধই

এটাও নহয়

উত্তৰ-

৭। কি যুদ্ধ চলি থকাৰ সময়ত বংগদেশৰ ৰাজনৈতিক পৰিস্থিতি দুৰ্বল হৈ পৰিছিল ? 

ৱান্দিয়াছৰ যুদ্ধ

পলাশী যুদ্ধৰ

এটাও নহয়

উত্তৰ-

৮। ১৭৫৭ খ্ৰীষ্টাব্দত মুৰ্ছিদাবাদৰ পৰা ২৩ মাইল দক্ষিণে ভাগিৰথী নদীৰ পাৰৰ কি নামৰ ঠাইত নৱাবৰ সৈন্য়ৰ লগত ইংৰাজৰ যুদ্ধ হয় ?

পলাশী

বংগদেশ

এটাও নহয়

উত্তৰ-

৯। ভাৰতত ইষ্ট ইণ্ডিয়া কোম্পানীৰ শাসন নিয়ন্ত্ৰণ তথা সুদৃঢ় কৰাৰ বাবে বৃটিছ সংসদে কি নামে এখন আইন প্ৰণয়ন কৰি বলবৎ কৰিছিল ?

পিটৰ ভাৰত শাসন আইন

নিয়ন্ত্ৰক মণ্ডলী

এটাও নহয়

উত্তৰ-এটাও নহয়

১০। পিটৰ ভাৰত শাসন আইন কিমান খ্ৰীষ্টাব্দত বলবৎ কৰা হৈছিল ?

১৭৮৪ খ্ৰীষ্টাব্দত

১৭৭৩ খ্ৰীষ্টাব্দত

এটাও নহয়

উত্তৰ-১৭৮৪ খ্ৰীষ্টাব্দত

১১। ইউৰোপীয় ব্য়ৱসায়সকল বেহা-বেপাৰ কৰিবলৈ আহি কিহৰ লগত জড়িত হৈ পৰিছিল ?

আৰ্থ-সামাজিক

ৰাজনীতি

ওপৰৰ দুয়োটা

উত্তৰ-ওপৰৰ দুয়োটা

১২। উত্তৰাধিকাৰী যুদ্ধত কোন কোন পক্ষই যোগ দিছিল ?

বৃটিছ আৰু ফৰাচীসকল

ইংৰাজ আৰু ওলন্দাজসকল

পৰ্তুগীজ আৰু ফৰাচীসকল

উত্তৰ-বৃটিছ আৰু ফৰাচীসকল

১৩। ফৰাচীসকলে বৃটিছৰপৰা দখল কৰা ঠাইবোৰ পুনৰ ঘূৰাইি দিয়াক কি বুলি জনা যায় ?

উত্তৰাধিকাৰী যুদ্ধ

কৰ্ণাটকৰ প্ৰথম যুদ্ধ

ৱান্দিয়াছৰ যুদ্ধ

উত্তৰ-কৰ্ণাটকৰ প্ৰথম যুদ্ধ

১৪। ষষ্ঠ চাৰ্লছৰ কন্য়াৰ নাম কি আছিল ?

চান্দ চাহিব

আনোৱাৰাউদ্দিন

মাৰিয়া থেৰেচা অষ্ট্ৰিয়াকে

উত্তৰ-মাৰিয়া থেৰেচা অষ্ট্ৰিয়াকে

১৫। কৰ্ণাটকৰ নৱাব চান্দ চাহিবে ফৰাচীসকলক পণ্ডিচেৰীৰ আশে পাশে থকা কেইখন গাঁৱৰ কৰ্তৃত্ব সমপৰ্ণ কৰিছিল ?

২০ খন গাঁৱৰ

৪০ খন গাঁৱৰ

৮০ খন গাঁৱৰ

উত্তৰ-৮০ খন গাঁৱৰ

১৬। কৰ্ণাটকৰ অভিযানৰ দায়িত্ব কাক দিছিল ?

ডুপ্লেক

ৰবাৰ্ট ক্লাইৱক

কাকো দিয়া নাছিল

উত্তৰ-ৰবাৰ্ট ক্লাইৱক

১৭। ৱান্দিয়াছৰ যুদ্ধই ভাৰতবৰ্ষত কিহৰ প্ৰভাৱ লুপ্ত কৰিলে বুলি ক'ব পাৰি ?

ফৰাচীৰ প্ৰভাৱ

বৃটিছৰ প্ৰভাৱ

এটাও নহয়

উত্তৰ-ফৰাচীৰ প্ৰভাৱ

১৮। বক্সাৰ যুদ্ধত বংগৰ নৱাবৰ লগতে আৰু কোন ইংৰাজাৰ হাতলৈ পৰাস্ত হৈছিল ?

ফৰাচীসকল

মোগলসকল

ইংৰাজসকল

উত্তৰ-মোগলসকল

১৯। বংগদেশত গৱৰ্ণৰ জেনেৰেলৰ পৰিষদৰ সদস্য় সংখ্য়া চাৰিজনৰ ঠাইত কিমান জনলৈ হ্ৰাস কৰা হয় ?

তিনিজনলৈ

চাৰিজনলৈ

পাঁচজনলৈ

উত্তৰ-তিনিজনলৈ

২০। কিমান খ্ৰীষ্টাব্দত ফোৰ্ট উইলিয়াম দুৰ্গ দখল কৰে ?

১৭৫৬ খ্ৰীষ্টাব্দত

১৭৫৭ খ্ৰীষ্টাব্দত

১৮৩৪ খ্ৰীষ্টাব্দত

উত্তৰ-১৭৫৬ খ্ৰীষ্টাব্দত