ভাৰতবৰ্ষত বৃটিছ শাসনৰ প্ৰতিষ্ঠা, সম্প্ৰসাৰণ আৰু দৃঢ়ীকৰণ
১। মোগল সাম্ভ্ৰাজ্য় কোনে প্ৰতিষ্ঠা কৰিছিল ?
ঔৰংজেৱে
বাবৰে
এটাও নহয়
উত্তৰ-বাবৰে
২। ফৰাচীসকলৰ প্ৰধান ঘাটি ক'ত আছিল ?
পণ্ডিচেৰী আৰু চন্দননগৰ
পুডুচেৰী আৰু চেন্নাই
এটাও নহয়
উত্তৰ-পণ্ডিচেৰী আৰু চন্দননগৰ
৩। কিমান খ্ৰীষ্টাব্দত অষ্ট্ৰিয়াত উত্তৰাধিকাৰী যুদ্ধ আৰম্ভ হৈছিল ?
১৭৪০ খ্ৰীষ্টাব্দত
১৭৪৫ খ্ৰীষ্টাব্দত
এটাও নহয়
উত্তৰ-১৭৪০ খ্ৰীষ্টাব্দত
৪। নৱাবৰ দোস্ত আলীৰ জোৱায়েকৰ নাম কি আছিল ?
চান্দ আলি
চান্দ
এটাও নহয়
উত্তৰ-এটাও নহয়
৫। ১৭৫৬ খ্ৰীষ্টাব্দত ইউৰোপত আৰম্ভ হোৱা ______________ ৰণৰ প্ৰতিক্ৰিয়া ভাৰততো দেখা দিয়ে ।
সাত বছৰীয়া
ৰাজনৈতিক
এটাও নহয়
উত্তৰ-
৬। কি যুদ্ধই ভাৰতবৰ্ষত ফৰাচী প্ৰভাৱ লুপ্ত কৰিলে বুলি ক'ব পাৰি ?
কৰ্ণাটকৰ প্ৰথম যুদ্ধ
ৱান্দিয়াছৰ যুদ্ধই
এটাও নহয়
উত্তৰ-
৭। কি যুদ্ধ চলি থকাৰ সময়ত বংগদেশৰ ৰাজনৈতিক পৰিস্থিতি দুৰ্বল হৈ পৰিছিল ?
ৱান্দিয়াছৰ যুদ্ধ
পলাশী যুদ্ধৰ
এটাও নহয়
উত্তৰ-
৮। ১৭৫৭ খ্ৰীষ্টাব্দত মুৰ্ছিদাবাদৰ পৰা ২৩ মাইল দক্ষিণে ভাগিৰথী নদীৰ পাৰৰ কি নামৰ ঠাইত নৱাবৰ সৈন্য়ৰ লগত ইংৰাজৰ যুদ্ধ হয় ?
পলাশী
বংগদেশ
এটাও নহয়
উত্তৰ-
৯। ভাৰতত ইষ্ট ইণ্ডিয়া কোম্পানীৰ শাসন নিয়ন্ত্ৰণ তথা সুদৃঢ় কৰাৰ বাবে বৃটিছ সংসদে কি নামে এখন আইন প্ৰণয়ন কৰি বলবৎ কৰিছিল ?
পিটৰ ভাৰত শাসন আইন
নিয়ন্ত্ৰক মণ্ডলী
এটাও নহয়
উত্তৰ-এটাও নহয়
১০। পিটৰ ভাৰত শাসন আইন কিমান খ্ৰীষ্টাব্দত বলবৎ কৰা হৈছিল ?
১৭৮৪ খ্ৰীষ্টাব্দত
১৭৭৩ খ্ৰীষ্টাব্দত
এটাও নহয়
উত্তৰ-১৭৮৪ খ্ৰীষ্টাব্দত
১১। ইউৰোপীয় ব্য়ৱসায়সকল বেহা-বেপাৰ কৰিবলৈ আহি কিহৰ লগত জড়িত হৈ পৰিছিল ?
আৰ্থ-সামাজিক
ৰাজনীতি
ওপৰৰ দুয়োটা
উত্তৰ-ওপৰৰ দুয়োটা
১২। উত্তৰাধিকাৰী যুদ্ধত কোন কোন পক্ষই যোগ দিছিল ?
বৃটিছ আৰু ফৰাচীসকল
ইংৰাজ আৰু ওলন্দাজসকল
পৰ্তুগীজ আৰু ফৰাচীসকল
উত্তৰ-বৃটিছ আৰু ফৰাচীসকল
১৩। ফৰাচীসকলে বৃটিছৰপৰা দখল কৰা ঠাইবোৰ পুনৰ ঘূৰাইি দিয়াক কি বুলি জনা যায় ?
উত্তৰাধিকাৰী যুদ্ধ
কৰ্ণাটকৰ প্ৰথম যুদ্ধ
ৱান্দিয়াছৰ যুদ্ধ
উত্তৰ-কৰ্ণাটকৰ প্ৰথম যুদ্ধ
১৪। ষষ্ঠ চাৰ্লছৰ কন্য়াৰ নাম কি আছিল ?
চান্দ চাহিব
আনোৱাৰাউদ্দিন
মাৰিয়া থেৰেচা অষ্ট্ৰিয়াকে
উত্তৰ-মাৰিয়া থেৰেচা অষ্ট্ৰিয়াকে
১৫। কৰ্ণাটকৰ নৱাব চান্দ চাহিবে ফৰাচীসকলক পণ্ডিচেৰীৰ আশে পাশে থকা কেইখন গাঁৱৰ কৰ্তৃত্ব সমপৰ্ণ কৰিছিল ?
২০ খন গাঁৱৰ
৪০ খন গাঁৱৰ
৮০ খন গাঁৱৰ
উত্তৰ-৮০ খন গাঁৱৰ
১৬। কৰ্ণাটকৰ অভিযানৰ দায়িত্ব কাক দিছিল ?
ডুপ্লেক
ৰবাৰ্ট ক্লাইৱক
কাকো দিয়া নাছিল
উত্তৰ-ৰবাৰ্ট ক্লাইৱক
১৭। ৱান্দিয়াছৰ যুদ্ধই ভাৰতবৰ্ষত কিহৰ প্ৰভাৱ লুপ্ত কৰিলে বুলি ক'ব পাৰি ?
ফৰাচীৰ প্ৰভাৱ
বৃটিছৰ প্ৰভাৱ
এটাও নহয়
উত্তৰ-ফৰাচীৰ প্ৰভাৱ
১৮। বক্সাৰ যুদ্ধত বংগৰ নৱাবৰ লগতে আৰু কোন ইংৰাজাৰ হাতলৈ পৰাস্ত হৈছিল ?
ফৰাচীসকল
মোগলসকল
ইংৰাজসকল
উত্তৰ-মোগলসকল
১৯। বংগদেশত গৱৰ্ণৰ জেনেৰেলৰ পৰিষদৰ সদস্য় সংখ্য়া চাৰিজনৰ ঠাইত কিমান জনলৈ হ্ৰাস কৰা হয় ?
তিনিজনলৈ
চাৰিজনলৈ
পাঁচজনলৈ
উত্তৰ-তিনিজনলৈ
২০। কিমান খ্ৰীষ্টাব্দত ফোৰ্ট উইলিয়াম দুৰ্গ দখল কৰে ?
১৭৫৬ খ্ৰীষ্টাব্দত
১৭৫৭ খ্ৰীষ্টাব্দত
১৮৩৪ খ্ৰীষ্টাব্দত
উত্তৰ-১৭৫৬ খ্ৰীষ্টাব্দত
0 Comments