১৮৫৭ চনৰ বিদ্ৰোহ


১। কিমান শতিকাৰপৰা ইষ্ট ইণ্ডিয়া কোম্পানীয়ে ভাৰতত ৰাজনৈতিক আৰু অৰ্থনৈতিক প্ৰাধান্য় প্ৰতিষ্ঠাৰ বাবে চেষ্টা কৰি আহিছিল ?

অষ্টাদশ শতিকাৰ মাজভাগৰপৰা

অষ্টাদশ শতিকাৰপৰা

এটাও নহয়

উত্তৰ-অষ্টাদশ শতিকাৰ মাজভাগৰপৰা

২। চিপাহী শব্দটো কোনে ব্য়ৱহাৰ কৰিছিল ?

সৈন্য়সকলে

ইংৰাজ সৈন্য়সকলে

এটাও নহয়

উত্তৰ-ইংৰাজ সৈন্য়সকলে

৩। চিপাহী বিদ্ৰোহৰ প্ৰথম ছহিদ কোন আছিল ?

মঙ্গল পাণ্ডে

অমৰ সিঙে

এটাও নহয়

উত্তৰ-মঙ্গল পাণ্ডে

৪। ১৮৫৭ চনত হোৱা বিদ্ৰোহত এলাবাদত কোনে নেতৃত্ব দিছিল ?

মৌলৱী লিয়াকট আলিয়ে

ৰাণা বেণীমাধৱ সিঙে

এটাও নহয়

উত্তৰ-মৌলৱী লিয়াকট আলিয়ে

৫। কি কি কাৰণত ১৮৫৭ চনৰ বিদ্ৰোহৰ সূত্ৰপাত হৈছিল ?

সাম্ভ্ৰতিক, ঐতিহ্য়িক

অৰ্থনৈতিক, সামাজিক, ৰাজনৈতিক, সামৰিক, ধৰ্মীয় আদি

এটাও নহয়

উত্তৰ-অৰ্থনৈতিক, সামাজিক, ৰাজনৈতিক, সামৰিক, ধৰ্মীয় আদি

৬। অসমত চিপাহী বিদ্ৰোহৰ নেতৃত্ব কোনে দিছিল ?

মণিৰাম দেৱানে

নানা চাহিবে

এটাও নহয়

উত্তৰ-মণিৰাম দেৱানে

৭। ১৮৫৭ চনৰ বিদ্ৰোহক কি বিদ্ৰোহ হিচাপে অভিহিত কৰিছে ?

কৃষক বিদ্ৰোহ

চিপাহী বিদ্ৰোহ

এটাও নহয়

উত্তৰ-চিপাহী বিদ্ৰোহ

৮। ১৮৫৭ চনৰ বিদ্ৰোহক কি বুলি আখ্য়া দিয়া হৈছে ?

ভাৰতৰ প্ৰথম স্বাধীনতা সংগ্ৰাম

জাতীয় সংগ্ৰাম

এটাও নহয়

উত্তৰ-ভাৰতৰ প্ৰথম স্বাধীনতা সংগ্ৰাম

৯। অসমৰ কৃষক বিদ্ৰোহসমূহ পৰিচালনা কৰিছিল ___________ ।

পথৰুঘাটত হোৱা কৃষক বিদ্ৰোহে

ৰাইজ মেলসমূহে

এটাও নহয়

উত্তৰ-ৰাইজ মেলসমূহে

১০। ১৮৫৭ চনৰ বিদ্ৰোহৰ _____________ আছিল এনফিল্ড ৰাইফলৰ গুলিৰ ব্য়ৱহাৰ ।

তৎকালীন কাৰণটো

ধৰ্মীয় দৃষ্টিকোণৰপৰা

এটাও নহয়

উত্তৰ-তৎকালীন কাৰণটো

১১। প্ৰাক্ বৃটিছ যুগত ভাৰতবৰ্ষ এখন গ্ৰাম্য় প্ৰধান ___________?

উদ্য়োগিক দেশ

কৃষিভিত্তিক দেশ

ওপৰৰ দুয়োটা

উত্তৰ-কৃষিভিত্তিক দেশ

১২। কাৰ শাসনকালত এচাম দেশীয় ৰজাৰ ৰাজকীয় মৰ্যাদা, উপাধি, পেন্সন আদি কাঢ়ি লোৱা হৈছিল ?

ডেলহাউচি

গজাধৰ সিংহ

নানা চাহেব

উত্তৰ-ডেলহাউচি

১৩। ১৮৫৭ চনৰ বিদ্ৰোহৰ তৎকালীন কাৰণটো কি আছিল ?

গুলিৰ ব্য়ৱহাৰ

এনফিল্ড ৰাইফলৰ গুলিৰ ব্য়ৱহাৰ

অস্ত্ৰ-শস্ত্ৰৰ ব্য়ৱহাৰ

উত্তৰ-এনফিল্ড ৰাইফলৰ গুলিৰ ব্য়ৱহাৰ

১৪। এনফিল্ড ৰাইফল গুলিৰ ব্য়ৱহাৰ পোনতে কোনে কৰিছিল ?

তেজপুৰ সেনা ছাউনীত

বেৰেকপুৰ সেনা ছাউনীত

দমদম সেনা ছাউনীত

উত্তৰ-দমদম সেনা ছাউনীত

১৫। ১৮৫৭ চনৰ মূল চালিকা শক্তি কোন আছিল ?

সেনাপতি

ৰজা

চিপাহীসকল

উত্তৰ-চিপাহীসকল

১৬। চিপাহী বিদ্ৰোহৰ প্ৰথম ছহিদ কোন আছিল ?

মঙ্গল পাণ্ডে

নানা চাহিব

বেগম হজৰত মহলে

উত্তৰ-মঙ্গল পাণ্ডে

১৭। মানৰ অত্য়াচাৰৰ পৰা দেশ ৰক্ষা কৰিবলৈ অসমবাসীয়ে কাক নিমন্ত্ৰণ কৰি আনিছিল ?

বৃটিছসকলক

ইংৰাজসকলক

মোগলসকলক

উত্তৰ-ইংৰাজসকলক

১৮। কিমান চনত ইয়াণ্ডাবু সন্ধি হৈছিল ?

১৮৫৭ চনত

১৮২৬ চনত

১৭৫৭ চনত

উত্তৰ-১৮২৬ চনত

১৯। কিমান শতিকাৰ পৰা অসমত এলানি কৃষক বিদ্ৰোহে গা কৰি উঠিছিল ?

১৫ শতিকাৰ পৰা

১৯ শতিকাৰ পৰা

১৮ শতিকাৰ পৰা

উত্তৰ-১৯ শতিকাৰ পৰা

২০। অসমৰ প্ৰথমটো বিদ্ৰোহ ক'ত হৈছিল ?

দৰঙত

ৰঙিয়া

ফুলগুৰিত

উত্তৰ-ফুলগুৰিত