১৮৫৭ চনৰ বিদ্ৰোহ
১। কিমান শতিকাৰপৰা ইষ্ট ইণ্ডিয়া কোম্পানীয়ে ভাৰতত ৰাজনৈতিক আৰু অৰ্থনৈতিক প্ৰাধান্য় প্ৰতিষ্ঠাৰ বাবে চেষ্টা কৰি আহিছিল ?
অষ্টাদশ শতিকাৰ মাজভাগৰপৰা
অষ্টাদশ শতিকাৰপৰা
এটাও নহয়
উত্তৰ-অষ্টাদশ শতিকাৰ মাজভাগৰপৰা
২। চিপাহী শব্দটো কোনে ব্য়ৱহাৰ কৰিছিল ?
সৈন্য়সকলে
ইংৰাজ সৈন্য়সকলে
এটাও নহয়
উত্তৰ-ইংৰাজ সৈন্য়সকলে
৩। চিপাহী বিদ্ৰোহৰ প্ৰথম ছহিদ কোন আছিল ?
মঙ্গল পাণ্ডে
অমৰ সিঙে
এটাও নহয়
উত্তৰ-মঙ্গল পাণ্ডে
৪। ১৮৫৭ চনত হোৱা বিদ্ৰোহত এলাবাদত কোনে নেতৃত্ব দিছিল ?
মৌলৱী লিয়াকট আলিয়ে
ৰাণা বেণীমাধৱ সিঙে
এটাও নহয়
উত্তৰ-মৌলৱী লিয়াকট আলিয়ে
৫। কি কি কাৰণত ১৮৫৭ চনৰ বিদ্ৰোহৰ সূত্ৰপাত হৈছিল ?
সাম্ভ্ৰতিক, ঐতিহ্য়িক
অৰ্থনৈতিক, সামাজিক, ৰাজনৈতিক, সামৰিক, ধৰ্মীয় আদি
এটাও নহয়
উত্তৰ-অৰ্থনৈতিক, সামাজিক, ৰাজনৈতিক, সামৰিক, ধৰ্মীয় আদি
৬। অসমত চিপাহী বিদ্ৰোহৰ নেতৃত্ব কোনে দিছিল ?
মণিৰাম দেৱানে
নানা চাহিবে
এটাও নহয়
উত্তৰ-মণিৰাম দেৱানে
৭। ১৮৫৭ চনৰ বিদ্ৰোহক কি বিদ্ৰোহ হিচাপে অভিহিত কৰিছে ?
কৃষক বিদ্ৰোহ
চিপাহী বিদ্ৰোহ
এটাও নহয়
উত্তৰ-চিপাহী বিদ্ৰোহ
৮। ১৮৫৭ চনৰ বিদ্ৰোহক কি বুলি আখ্য়া দিয়া হৈছে ?
ভাৰতৰ প্ৰথম স্বাধীনতা সংগ্ৰাম
জাতীয় সংগ্ৰাম
এটাও নহয়
উত্তৰ-ভাৰতৰ প্ৰথম স্বাধীনতা সংগ্ৰাম
৯। অসমৰ কৃষক বিদ্ৰোহসমূহ পৰিচালনা কৰিছিল ___________ ।
পথৰুঘাটত হোৱা কৃষক বিদ্ৰোহে
ৰাইজ মেলসমূহে
এটাও নহয়
উত্তৰ-ৰাইজ মেলসমূহে
১০। ১৮৫৭ চনৰ বিদ্ৰোহৰ _____________ আছিল এনফিল্ড ৰাইফলৰ গুলিৰ ব্য়ৱহাৰ ।
তৎকালীন কাৰণটো
ধৰ্মীয় দৃষ্টিকোণৰপৰা
এটাও নহয়
উত্তৰ-তৎকালীন কাৰণটো
১১। প্ৰাক্ বৃটিছ যুগত ভাৰতবৰ্ষ এখন গ্ৰাম্য় প্ৰধান ___________?
উদ্য়োগিক দেশ
কৃষিভিত্তিক দেশ
ওপৰৰ দুয়োটা
উত্তৰ-কৃষিভিত্তিক দেশ
১২। কাৰ শাসনকালত এচাম দেশীয় ৰজাৰ ৰাজকীয় মৰ্যাদা, উপাধি, পেন্সন আদি কাঢ়ি লোৱা হৈছিল ?
ডেলহাউচি
গজাধৰ সিংহ
নানা চাহেব
উত্তৰ-ডেলহাউচি
১৩। ১৮৫৭ চনৰ বিদ্ৰোহৰ তৎকালীন কাৰণটো কি আছিল ?
গুলিৰ ব্য়ৱহাৰ
এনফিল্ড ৰাইফলৰ গুলিৰ ব্য়ৱহাৰ
অস্ত্ৰ-শস্ত্ৰৰ ব্য়ৱহাৰ
উত্তৰ-এনফিল্ড ৰাইফলৰ গুলিৰ ব্য়ৱহাৰ
১৪। এনফিল্ড ৰাইফল গুলিৰ ব্য়ৱহাৰ পোনতে কোনে কৰিছিল ?
তেজপুৰ সেনা ছাউনীত
বেৰেকপুৰ সেনা ছাউনীত
দমদম সেনা ছাউনীত
উত্তৰ-দমদম সেনা ছাউনীত
১৫। ১৮৫৭ চনৰ মূল চালিকা শক্তি কোন আছিল ?
সেনাপতি
ৰজা
চিপাহীসকল
উত্তৰ-চিপাহীসকল
১৬। চিপাহী বিদ্ৰোহৰ প্ৰথম ছহিদ কোন আছিল ?
মঙ্গল পাণ্ডে
নানা চাহিব
বেগম হজৰত মহলে
উত্তৰ-মঙ্গল পাণ্ডে
১৭। মানৰ অত্য়াচাৰৰ পৰা দেশ ৰক্ষা কৰিবলৈ অসমবাসীয়ে কাক নিমন্ত্ৰণ কৰি আনিছিল ?
বৃটিছসকলক
ইংৰাজসকলক
মোগলসকলক
উত্তৰ-ইংৰাজসকলক
১৮। কিমান চনত ইয়াণ্ডাবু সন্ধি হৈছিল ?
১৮৫৭ চনত
১৮২৬ চনত
১৭৫৭ চনত
উত্তৰ-১৮২৬ চনত
১৯। কিমান শতিকাৰ পৰা অসমত এলানি কৃষক বিদ্ৰোহে গা কৰি উঠিছিল ?
১৫ শতিকাৰ পৰা
১৯ শতিকাৰ পৰা
১৮ শতিকাৰ পৰা
উত্তৰ-১৯ শতিকাৰ পৰা
২০। অসমৰ প্ৰথমটো বিদ্ৰোহ ক'ত হৈছিল ?
দৰঙত
ৰঙিয়া
ফুলগুৰিত
উত্তৰ-ফুলগুৰিত
0 Comments