মানৱ সম্পদ উন্নয়ন, মানৱ সম্পদৰ উন্নয়নৰ নিৰ্দেশক আৰু মানৱ সম্পদ উন্নয়নত বৃত্তিমূলক শিক্ষাৰ ভূমিকা
১। উৎপাদন প্ৰক্ৰিয়াৰ এক অন্য়তম কাৰক কি ?
কৃষি
শ্ৰম
এটাও নহয়
উত্তৰ -শ্ৰম
২। সম্পদ হ'বলৈ মানুহক কিহৰ প্ৰয়োজন ?
গুণৰ প্ৰয়োজন
অধিকাৰ প্ৰয়োজন
এটাও নহয়
উত্তৰ -গুণৰ প্ৰয়োজন
৩। প্ৰথম পৰিয়ালৰ মুৰব্বীজন কি বৃত্তিত জড়িত ?
কৃষি
বিদ্য়ালয়ৰ শিক্ষক
এটাও নহয়
উত্তৰ -বিদ্য়ালয়ৰ শিক্ষক
৪। চৰকাৰী চাকৰিৰ পিছে পিছে কোনে দৌৰি ফুৰিছে ?
প্ৰথম পৰিয়ালৰ ল'ৰাকেইজনে
দ্বিতীয় পৰিয়ালৰ ল'ৰাজনে
এটাও নহয়
উত্তৰ -প্ৰথম পৰিয়ালৰ ল'ৰাকেইজনে
৫। দ্বিতীয় পৰিয়ালৰ মুৰব্বীজন কি বৃত্তিৰ লগত জড়িত ?
বিদ্য়ালয়ৰ শিক্ষক
কৃষি
এটাও নহয়
উত্তৰ -কৃষি
৬। ভাৰতৰ মুঠ জনসংখ্য়া কিমান ?
১২১,০১,৯৩,৪২২ জন
১২১, ১০, ৩৯, ৪২২ জন
এটাও নহয়
উত্তৰ -১২১,০১,৯৩,৪২২ জন
৭। উৎপাদনৰ মূল উপাদান কেইটা ?
তিনিটা
চাৰিটা
এটাও নহয়
উত্তৰ -চাৰিটা
৮। _________ আয়ৰ বৃদ্ধিয়ে দেশ এখন ___________ হোৱাত সহায় কৰে ।
ৰাষ্ট্ৰীয় আৰু স্বাৱলম্বী
ৰাষ্ট্ৰীয় আৰু উপাৰ্জনক্ষম
এটাও নহয়
উত্তৰ -ৰাষ্ট্ৰীয় আৰু স্বাৱলম্বী
৯। ভাৰতৰ মুঠ আয়তন কিমান ?
৩২,৭৮,২৮৩ বৰ্গ কিল'মিটাৰ
৩২,৭৮,২৬৩ বৰ্গ কিল'মিটাৰ
এটাও নহয়
উত্তৰ -৩২,৭৮,২৬৩ বৰ্গ কিল'মিটাৰ
১০। আমাৰ চৰকাৰে কিমান শতাংশ ব্য়ক্তিক জটিল অক্ষমতাগ্ৰস্ত ব্য়ক্তি বুলি বিবেচনা কৰিছে ?
৮০ শতাংশ বা ততোধিক অক্ষমতা থকা ব্য়ক্তিক
৬০ শতাংশ
এটাও নহয়
উত্তৰ -৮০ শতাংশ বা ততোধিক অক্ষমতা থকা ব্য়ক্তিক
১১। দ্বিতীয় পৰিয়ালৰ ছোৱালীজনীৰ অৱস্থা কেনেকুৱা আছিল ?
ভৰিখন অলপ চুটি
অন্ধ আছিল
এটাও নহয়
উত্তৰ -ভৰিখন অলপ চুটি
১২। দ্বিতীয় পৰিয়ালৰ ছোৱালীজনীয়ে কি কৰে ?
চৰকাৰী চাকৰি
ইঞ্জিনিয়াৰ
বিউটিপাৰ্লাৰ দোকান
উত্তৰ -বিউটিপাৰ্লাৰ দোকান
১৩। ২০১৬ চনত ভাৰতৰ শিশুৰ মৃত্য়ুৰ হাৰ কিমান ?
৪৪ টা
৫৫ টা
৩৪ টা
উত্তৰ -৩৪ টা
১৪। ৰাষ্ট্ৰীয় আয়ৰ বৃদ্ধিয়ে দেশ এখন কি হোৱাত সহায় কৰে ?
ধ্বংস হোৱাত
স্বাৱলম্বী হোৱাত
এটাও নহয়
উত্তৰ -স্বাৱলম্বী হোৱাত
১৫। ২০১১ চনত ভাৰতত মুঠ শিক্ষিত হাৰ কিমান ?
৭৪.০৪ শতাংশ
৮২.১৪ শতাংশ
৬৫.৪৬ শতাংশ
উত্তৰ -৭৪.০৪ শতাংশ
১৬। দৰিদ্ৰতাই মানৱ সম্পদ উন্নয়নত কি কৰে?
সহায় কৰে
বাধাৰ সৃষ্টি কৰে
ধ্বংস কৰে
উত্তৰ - বাধাৰ সৃষ্টি কৰে
১৭। অসমত কিমান শতকৰা জন মানুহ দৰিদ্ৰ সীমাৰেখাৰ তলত বাস কৰে?
৮৭ জন
৪৫ জন
৩৪ জন
উত্তৰ -৩৪ জন
১৮। জীৱন ধাৰণৰ বাবে ব্য়ক্তি এজনে যি কাম কৰে তাক সেই মানুহজনৰ কি বোলে ?
ব্য়ৱসায়
বৃত্তি বোলে
এটাও নহয়
উত্তৰ -বৃত্তি বোলে
১৯। আনুষ্ঠানিক শিক্ষাৰ উপৰি যি শিক্ষাৰ দ্বাৰা উপাৰ্জনৰ পথ মুকলি কৰা হয় তাক কি বোলে ?
বৃত্তি
অফিচ
বৃত্তিমূলক শিক্ষা
উত্তৰ - বৃত্তিমূলক শিক্ষা
২০। ২০১১ চনৰ লোকপিয়লৰ হিচাপ মতে অসমৰ জনসংখ্য়া কিমান ?
৩,১১,৬৯,২৭২ জন
১২১.০১,৯৩,৪২২ জন
৩২,৭৮,২৬৩ জন
উত্তৰ -৩,১১,৬৯,২৭২ জন