মানৱ সম্পদ উন্নয়ন, মানৱ সম্পদৰ উন্নয়নৰ নিৰ্দেশক আৰু মানৱ সম্পদ উন্নয়নত বৃত্তিমূলক শিক্ষাৰ ভূমিকা



১। উৎপাদন প্ৰক্ৰিয়াৰ এক অন্য়তম কাৰক কি ?

কৃষি

শ্ৰম

এটাও নহয়

উত্তৰ -শ্ৰম

২। সম্পদ হ'বলৈ মানুহক কিহৰ প্ৰয়োজন ?

গুণৰ প্ৰয়োজন

অধিকাৰ প্ৰয়োজন

এটাও নহয়

উত্তৰ -গুণৰ প্ৰয়োজন

৩। প্ৰথম পৰিয়ালৰ মুৰব্বীজন কি বৃত্তিত জড়িত ?

কৃষি

বিদ্য়ালয়ৰ শিক্ষক

এটাও নহয়

উত্তৰ -বিদ্য়ালয়ৰ শিক্ষক

৪। চৰকাৰী চাকৰিৰ পিছে পিছে কোনে দৌৰি ফুৰিছে ?

প্ৰথম পৰিয়ালৰ ল'ৰাকেইজনে

দ্বিতীয় পৰিয়ালৰ ল'ৰাজনে

এটাও নহয়

উত্তৰ -প্ৰথম পৰিয়ালৰ ল'ৰাকেইজনে

৫। দ্বিতীয় পৰিয়ালৰ মুৰব্বীজন কি বৃত্তিৰ লগত জড়িত ?

বিদ্য়ালয়ৰ শিক্ষক

কৃষি

এটাও নহয়

উত্তৰ -কৃষি

৬। ভাৰতৰ মুঠ জনসংখ্য়া কিমান ?  

১২১,০১,৯৩,৪২২ জন

১২১, ১০, ৩৯, ৪২২ জন

এটাও নহয়

উত্তৰ -১২১,০১,৯৩,৪২২ জন

৭। উৎপাদনৰ মূল উপাদান কেইটা ?

তিনিটা

চাৰিটা

এটাও নহয়

উত্তৰ -চাৰিটা

৮। _________ আয়ৰ বৃদ্ধিয়ে দেশ এখন ___________ হোৱাত সহায় কৰে ।

ৰাষ্ট্ৰীয় আৰু স্বাৱলম্বী

ৰাষ্ট্ৰীয় আৰু উপাৰ্জনক্ষম

এটাও নহয়

উত্তৰ -ৰাষ্ট্ৰীয় আৰু স্বাৱলম্বী

৯। ভাৰতৰ মুঠ আয়তন কিমান ?

৩২,৭৮,২৮৩ বৰ্গ কিল'মিটাৰ

৩২,৭৮,২৬৩ বৰ্গ কিল'মিটাৰ

এটাও নহয়

উত্তৰ -৩২,৭৮,২৬৩ বৰ্গ কিল'মিটাৰ

১০। আমাৰ চৰকাৰে কিমান শতাংশ ব্য়ক্তিক জটিল অক্ষমতাগ্ৰস্ত ব্য়ক্তি বুলি বিবেচনা কৰিছে ? 

৮০ শতাংশ বা ততোধিক অক্ষমতা থকা ব্য়ক্তিক

৬০ শতাংশ

এটাও নহয়

উত্তৰ -৮০ শতাংশ বা ততোধিক অক্ষমতা থকা ব্য়ক্তিক

১১। দ্বিতীয় পৰিয়ালৰ ছোৱালীজনীৰ অৱস্থা কেনেকুৱা আছিল ?

ভৰিখন অলপ চুটি

অন্ধ আছিল

এটাও নহয়

উত্তৰ -ভৰিখন অলপ চুটি

১২। দ্বিতীয় পৰিয়ালৰ ছোৱালীজনীয়ে কি কৰে ?

চৰকাৰী চাকৰি

ইঞ্জিনিয়াৰ

বিউটিপাৰ্লাৰ দোকান

উত্তৰ -বিউটিপাৰ্লাৰ দোকান

১৩। ২০১৬ চনত ভাৰতৰ শিশুৰ মৃত্য়ুৰ হাৰ কিমান ?

৪৪ টা

৫৫ টা

৩৪ টা

উত্তৰ -৩৪ টা

১৪। ৰাষ্ট্ৰীয় আয়ৰ বৃদ্ধিয়ে দেশ এখন কি হোৱাত সহায় কৰে ?

ধ্বংস হোৱাত

স্বাৱলম্বী হোৱাত

এটাও নহয়

উত্তৰ -স্বাৱলম্বী হোৱাত

১৫। ২০১১ চনত ভাৰতত মুঠ শিক্ষিত হাৰ কিমান ?

৭৪.০৪ শতাংশ

৮২.১৪ শতাংশ

৬৫.৪৬ শতাংশ

উত্তৰ -৭৪.০৪ শতাংশ

১৬। দৰিদ্ৰতাই মানৱ সম্পদ উন্নয়নত কি কৰে?

সহায় কৰে

বাধাৰ সৃষ্টি কৰে

ধ্বংস কৰে

উত্তৰ - বাধাৰ সৃষ্টি কৰে

১৭। অসমত কিমান শতকৰা জন মানুহ দৰিদ্ৰ সীমাৰেখাৰ তলত বাস কৰে?

৮৭ জন

৪৫ জন

৩৪ জন

উত্তৰ -৩৪ জন

১৮। জীৱন ধাৰণৰ বাবে ব্য়ক্তি এজনে যি কাম কৰে তাক সেই মানুহজনৰ কি বোলে ?

ব্য়ৱসায়

বৃত্তি বোলে

এটাও নহয়

উত্তৰ -বৃত্তি বোলে

১৯। আনুষ্ঠানিক শিক্ষাৰ উপৰি যি শিক্ষাৰ দ্বাৰা উপাৰ্জনৰ পথ মুকলি কৰা হয় তাক কি বোলে ?

বৃত্তি

অফিচ

বৃত্তিমূলক শিক্ষা

উত্তৰ - বৃত্তিমূলক শিক্ষা

২০। ২০১১ চনৰ লোকপিয়লৰ হিচাপ মতে অসমৰ জনসংখ্য়া কিমান ?

৩,১১,৬৯,২৭২ জন

১২১.০১,৯৩,৪২২ জন

৩২,৭৮,২৬৩ জন

উত্তৰ -৩,১১,৬৯,২৭২ জন