আৰ্থ-সামাজিক উন্নয়নত বিত্তীয় অনুষ্ঠান-প্ৰতিষ্ঠানৰ ভূমিকা 

 


১। উৎপাদন বৃদ্ধি হোৱা মানে কি ?

দেশৰ আয় বৃদ্ধি হোৱা

মানৱ সম্পদ বৃদ্ধি হোৱা

এটাও নহয়

উত্তৰ-দেশৰ আয় বৃদ্ধি হোৱা

২। দেশৰ জনসংখ্য়া বৃদ্ধিৰ হাৰতকৈ ৰাষ্ট্ৰীয় আয় বৃদ্ধিৰ হাৰ অধিক হ'লে কি বৃদ্ধি হয় ?

জনমূৰি আয় বৃদ্ধি পায়

জনসংখ্য়া

এটাও নহয়

উত্তৰ-জনমূৰি আয় বৃদ্ধি পায়

৩। বৰ্ধিত জনমূৰি আয় কি ?

ব্য়ৱহাৰ কৰি ৰৈ যোৱা

দেশত আৰ্থিক উন্নয়নৰ আন এটা সূচক

এটাও নহয়

উত্তৰ-দেশত আৰ্থিক উন্নয়নৰ আন এটা সূচক

৪। চূড়ান্ত দ্ৰব্য়বোৰ ___________ উপভোগ কৰিবলৈ উৎপাদন কৰা হয় ।

প্ৰত্য়ক্ষভাৱে

পৰোক্ষভাৱে

এটাও নহয়

উত্তৰ-প্ৰত্য়ক্ষভাৱে

৫। ধাৰ লোৱা টকাক কি বুলি কোৱা হয় ?

ঋণ

সুদ

এটাও নহয়

উত্তৰ-ঋণ

৬। ভাৰতবৰ্ষত প্ৰথম বেংক কিমান চনত স্থাপন কৰা হৈছিল ?

১৯২৬ চনত

১৭৭০ চনত

এটাও নহয়

উত্তৰ-১৭৭০ চনত

৭। ভাৰতবৰ্ষৰ প্ৰথম বেংকটোৰ নাম কি ?

বেংক অব হিন্দুস্থান

ভাৰতীয় ৰিজাৰ্ভ বেংক

এটাও নহয়

উত্তৰ-বেংক অব হিন্দুস্থান

৮। এখন দেশৰ সমগ্ৰ বেংক ব্য়ৱস্থাটোৰ মুৰব্বী বা শীৰ্ষস্থানীয় বেকংটো কি ?

ৰাজ্য়িক বেংক

কেন্দ্ৰীয় বেংক

এটাও নহয়

উত্তৰ-কেন্দ্ৰীয় বেংক

৯। 'ৰিজাৰ্ভ বেংক অব ইণ্ডিয়া' এই বেংকটো কিমান চনত স্থাপিত হৈছিল ?

১৯২৬ চনত

১৯৩৫ চনত

এটাও নহয়

উত্তৰ-১৯৩৫ চনত

১০। সঞ্চয়কাৰী আৰু বিনিয়োগকাৰীৰ মাজত ____________ এক যোগসূত্ৰ স্থাপন কৰে ।

বেংকে

আত্মসহায়ত গোটে

এটাও নহয়

উত্তৰ-বেংকে

১১। উৎপাদন বৃদ্ধি হোৱা মানে দেশৰ ________?

আয় বৃদ্ধি হোৱা

ধন বৃদ্ধি হোৱা

ধান-চাউল বৃদ্ধি হোৱা

উত্তৰ-আয় বৃদ্ধি হোৱা

১২। কোনো অৰ্থব্য়ৱস্থা যিবোৰ উৎপাদনকাৰী গোটৰ আৰ্জিত আয়তকৈ ব্য়য়ৰ পৰিমাণ কম হয়, ইয়াক কি বোলে?

ঘাটি গোট

নাবাৰ্ড

ৰাহিগোট

উত্তৰ-ৰাহিগোট

১৩। অসমত থলুৱা প্ৰচেষ্টাত গঢ় লৈ উঠা অসমৰ গুৱাহাটী বেংকটো কিমান চনত প্ৰতিষ্ঠা কৰা হৈছিল?

১৭৭০ চনত

১৯২৬ চনত

১৯৮০ চনত

উত্তৰ-১৯২৬ চনত

১৪। গ্ৰাহকসকলক কি বুলি কোৱা ?

ক্ৰেতা

আমানতকাৰী

ওপৰৰ দুয়োটা

উত্তৰ-ওপৰৰ দুয়োটা

১৫। কিহৰ অবিহনে এজন ব্য়ক্তিয়ে নিজৰ ফালৰপৰা বৃহৎ পুঁজি বিনিয়েগ কৰিব নোৱাৰে ?

ধনৰ অবিহনে

চৰকাৰী সাহায্য় অবিহনে

চৰকাৰী সহায় অবিহনে

উত্তৰ-চৰকাৰী সাহায্য় অবিহনে

১৬। আমাৰ ভাৰতৰ কেন্দ্ৰীয় বেংকটোৰ নাম কি ?

ৰিজাৰ্ভ বেংক অব ইণ্ডিয়া

ষ্টেট বেংক অব ইণ্ডিয়া

পঞ্জাৱ নেচনেল বেংক

উত্তৰ-ৰিজাৰ্ভ বেংক অব ইণ্ডিয়া

১৭। নাবাৰ্ড কিমান চনত প্ৰতিষ্ঠা কৰা হৈছিল ?

১৯৮০ চনত

১৯৮২ চনত

এটাও নহয়

উত্তৰ-১৯৮২ চনত

১৮। ভাৰতৰ বেংক ব্য়ৱস্থাৰ সৰ্ববৃহৎ অংশটো কি বেংকৰ দ্বাৰা পৰিচালিত হয় ? 

কেন্দ্ৰীয় বেংক

বাণিজ্য়িক বেংক

সমবায় বেংক

উত্তৰ-বাণিজ্য়িক বেংক

১৯। সমবায় বেংকে গ্ৰাহকসকলক কি ঋণ যোগান ধৰে ?

দীৰ্ঘকালীন ঋণ

হস্বকালীন ঋণ

এটাও নহয়

উত্তৰ-হস্বকালীন ঋণ

২০। নেড্ফিৰ মুখ্য় কাৰ্যালয় ক'ত অৱস্থিত ?

শ্বিলঙত

নগাওঁত

গুৱাহাটীত

উত্তৰ-গুৱাহাটীত