অসমৰ নদ-নদী
১. ব্ৰহ্মপুত্ৰৰ উৎসৰ পৰা মোহানালৈকে দৈৰ্ঘ্য প্ৰায় কিমান কিল'মিটাৰ ?
৩,৮৭০ কিল'মিটাৰ
২,৬০৯ কিল'মিটাৰ
২,৯০৬ কিল'মিটাৰ
উত্তৰ-২,৯০৬ কিল'মিটাৰ
২. বৰ্তমান মাটিকালি প্ৰায় কিমান বৰ্গ কিল'মিটাৰ ?
৫১৪ বৰ্গ কিল'মিটাৰ
৫২৩ বৰ্গ কিল'মিটাৰ
৭৬৫ বৰ্গ কিল'মিটাৰ
উত্তৰ-৫১৪ বৰ্গ কিল'মিটাৰ
৩. কিমান চনৰ ভূমিকম্পৰ পাছত হোৱা গৰাখহনীয়া আৰু অৱক্ষেপণে ব্ৰহ্মপুত্ৰৰ গতিপথ আৰু প্লাৱনভূমিত পৰিৱৰ্তন সাধন কৰে?
১৯৮৬ চনত
১৯৫০ চনত
১৫৬৯ চনত
উত্তৰ-১৯৫০ চনত
৪. বাংলাদেশত ব্ৰহ্মপুত্ৰৰ দৈৰ্ঘ্য কিমান কিল'মিটাৰ ?
৫৬৯ কিল'মিটাৰ
৮৮৪ কিল'মিটাৰ
৪৫০ কিল'মিটাৰ
উত্তৰ-৪৫০ কিল'মিটাৰ
৫. বৰাক নৈৰ প্ৰায় কিমান কিল'মিটাৰ দীঘল ?
৮৯০ কিল'মিটাৰ দীঘল
৯০০ কিল'মিটাৰ দীঘল
৬৭৮ কিল'মিটাৰ দীঘল
উত্তৰ-৯০০ কিল'মিটাৰ দীঘল
৬. বৰাক নৈৰ অসম অংশত প্ৰায় কিমান খন উপনৈ আছে ?
৩৩ খন
৩৪ খন
২৭ খন
উত্তৰ-২৭ খন
৭. ব্ৰহ্মপুত্ৰ নৈৰ অসমত অংশত প্ৰায় কিমান খন উপনৈ আছে ?
৯০ খন
৩০ খন
৩৪ খন
উত্তৰ-৯০ খন
৮. উৎসৰ পৰা নৈখনে উত্তৰৰ তিব্বত মালভূমি আৰু দক্ষিণে অৱস্থিত হিমালয় পৰ্বতৰ মাজেৰে পূব দিশে প্ৰায় কিমান কিল'মিটাৰ দূৰত্ব বৈ আহিছে ?
২,৭৬৫ কিল'মিটাৰ
১,৭০০ কিল'মিটাৰ
১,৯০০ কিল'মিটাৰ
উত্তৰ-১,৭০০ কিল'মিটাৰ
৯. নৈৰ খনন আৰু অৱক্ষেপন কাৰ্যৰ ফলস্বৰূপে শাখা নৈসূহৰ গতিপথ সঘনে পৰিৱৰ্তন হৈ ?
থাকে
নাথাকে
এটাও নহয়
উত্তৰ-থাকে
১০. নৈৰ দুয়োপাৰৰ মাটিৰ গঠন কোমল হোৱা বাবে নৈখনে দুয়োপাৰে তীব্ৰ খহনীয়া সৃষ্টি ?
নকৰে
কৰে
ওপৰৰ এটাও নহয়
উত্তৰ-কৰে
১১ অসমত ব্ৰহ্মপুত্ৰ নৈৰ তলি খননৰ পৰিমাণ ?
কম
বেছি
ওপৰত দিয়া এটাও নহয়
উত্তৰ-কম
১২. অসমত নৈখনৰ গতিপথৰ দূৰত্ব প্ৰায় কিমান কিল'মিটাৰ ?
৭৫৬ কিল'মিটাৰ
৮৭৬ কিল'মিটাৰ
৬৪০ কিল'মিটাৰ
উত্তৰ-৬৪০ কিল'মিটাৰ
১৩. শদিয়াৰ পৰা ধুবুৰীলৈ নৈখনৰ ঢাল প্ৰতি কিল'মিটাৰত গড়ে মাত্ৰ কিমান চেণ্টিমিটাৰ ?
১৩-১৭ চেণ্টিমিটাৰ
১৩-১৪ চেণ্টিমিটাৰ
২৫-১৫ চেণ্টিমিটাৰ
উত্তৰ-১৩-১৪ চেণ্টিমিটাৰ
১৪. সমভূমি অঞ্চলত ব্ৰহ্মপুত্ৰ আৰু উপনৈসমূহৰ নদীতল আৰু দাঁতিকাষৰীয়া ঠাইবোৰত এই গেদ জমা ?
হয়
নহয়
এটাও নহয়
উত্তৰ-হয়
১৫. উচ্চগতি অঞ্চলত নদীৰ গতিপথৰ আকৃতি কেনেকুৱা ?
ইংৰাজী S আকৃতি দৰে
ইংৰাজী U আকৃতি দৰে
ইংৰাজী V আকৃতি দৰে
উত্তৰ-ইংৰাজী V আকৃতি দৰে
১৬. বৰাক নৈ অসমৰ কেইখন জিলাৰ মাজেৰে বৈ গৈছে ?
২ খন
৩ খন
৪ খন
উত্তৰ-৩ খন
১৭. জুনৰ পৰা ছেপ্টেম্বৰ মাহৰ ভিতৰত প্ৰায় কিমান শতাংশ জল এই নৈৰে প্ৰবাহিত হয় ?
৮০-৯০ শতাংশ
৬৫-৮৫ শতাংশ
৭০-৮০ শতাংশ
উত্তৰ-৭০-৮০ শতাংশ
১৮. কিমান চনৰ ভূমিকম্পৰ পিছৰে পৰা নদীখনৰ তলি বাম হৈ অহা বাবে বৰ্তমান বছৰটোৰ সকলো সময়তে নিমাতীলৈহে ডাঙৰ জাহাজ চলাচল কৰিব পাৰে ?
১৯৬৮ চনত
১৯৫০ চনত
২০০৪ চনত
উত্তৰ-১৯৫০ চনত
১৯. কৃষিৰ ক্ষেত্ৰত অসমৰ নদ-নদীসমূহৰ বিশেষ ভূমিকা ?
নাই
আছে
এটাও নহয়
উত্তৰ-আছে
২০. বৰাক নৈখন প্ৰায় কিমান মিটাৰ পৰা কিমান মিটাৰ পৰ্যন্ত বহল ?
৩০ ৰ পৰা ৭৯০ মিটাৰ
৪৫ ৰ পৰা ৯০০ মিটাৰ
৩০ ৰ পৰা ৩০০ মিটাৰ
0 Comments