অসমৰ নদ-নদী

 


১. ব্ৰহ্মপুত্ৰৰ উৎসৰ পৰা মোহানালৈকে দৈৰ্ঘ্য প্ৰায় কিমান কিল'মিটাৰ ?

৩,৮৭০ কিল'মিটাৰ

২,৬০৯ কিল'মিটাৰ

২,৯০৬  কিল'মিটাৰ

উত্তৰ-২,৯০৬  কিল'মিটাৰ


২. বৰ্তমান মাটিকালি প্ৰায় কিমান বৰ্গ  কিল'মিটাৰ ?

৫১৪ বৰ্গ  কিল'মিটাৰ

৫২৩ বৰ্গ  কিল'মিটাৰ

৭৬৫ বৰ্গ  কিল'মিটাৰ

উত্তৰ-৫১৪ বৰ্গ  কিল'মিটাৰ


৩. কিমান চনৰ ভূমিকম্পৰ পাছত হোৱা গৰাখহনীয়া আৰু অৱক্ষেপণে ব্ৰহ্মপুত্ৰৰ গতিপথ আৰু  প্লাৱনভূমিত পৰিৱৰ্তন সাধন কৰে?

১৯৮৬ চনত

১৯৫০ চনত

১৫৬৯ চনত

উত্তৰ-১৯৫০ চনত


৪. বাংলাদেশত ব্ৰহ্মপুত্ৰৰ দৈৰ্ঘ্য কিমান কিল'মিটাৰ ?  

৫৬৯ কিল'মিটাৰ

৮৮৪ কিল'মিটাৰ

৪৫০ কিল'মিটাৰ

উত্তৰ-৪৫০ কিল'মিটাৰ


৫. বৰাক নৈৰ প্ৰায় কিমান কিল'মিটাৰ দীঘল ?

৮৯০ কিল'মিটাৰ দীঘল

৯০০  কিল'মিটাৰ দীঘল

৬৭৮ কিল'মিটাৰ দীঘল

উত্তৰ-৯০০  কিল'মিটাৰ দীঘল


৬. বৰাক নৈৰ অসম অংশত প্ৰায় কিমান খন উপনৈ আছে ?

৩৩ খন

৩৪ খন

২৭ খন

উত্তৰ-২৭ খন


৭. ব্ৰহ্মপুত্ৰ নৈৰ অসমত অংশত প্ৰায় কিমান খন উপনৈ আছে ?

৯০ খন

৩০ খন

৩৪ খন

উত্তৰ-৯০ খন


৮. উৎসৰ পৰা নৈখনে উত্তৰৰ তিব্বত মালভূমি আৰু দক্ষিণে অৱস্থিত হিমালয় পৰ্বতৰ মাজেৰে পূব দিশে প্ৰায় কিমান কিল'মিটাৰ দূৰত্ব বৈ আহিছে ?

২,৭৬৫ কিল'মিটাৰ

১,৭০০  কিল'মিটাৰ

১,৯০০ কিল'মিটাৰ

উত্তৰ-১,৭০০  কিল'মিটাৰ


৯. নৈৰ খনন আৰু অৱক্ষেপন কাৰ্যৰ ফলস্বৰূপে শাখা নৈসূহৰ গতিপথ সঘনে পৰিৱৰ্তন হৈ ?

থাকে

নাথাকে

এটাও নহয়

উত্তৰ-থাকে


১০. নৈৰ দুয়োপাৰৰ মাটিৰ গঠন কোমল হোৱা বাবে নৈখনে দুয়োপাৰে তীব্ৰ খহনীয়া সৃষ্টি ?

নকৰে

কৰে

ওপৰৰ এটাও নহয়

উত্তৰ-কৰে


১১ অসমত ব্ৰহ্মপুত্ৰ নৈৰ তলি খননৰ পৰিমাণ ?

কম

বেছি

ওপৰত দিয়া এটাও নহয়

উত্তৰ-কম


১২. অসমত নৈখনৰ গতিপথৰ দূৰত্ব প্ৰায় কিমান কিল'মিটাৰ ?

৭৫৬  কিল'মিটাৰ

৮৭৬  কিল'মিটাৰ

৬৪০  কিল'মিটাৰ

উত্তৰ-৬৪০  কিল'মিটাৰ


১৩. শদিয়াৰ পৰা ধুবুৰীলৈ নৈখনৰ ঢাল প্ৰতি কিল'মিটাৰত গড়ে মাত্ৰ কিমান চেণ্টিমিটাৰ ?

১৩-১৭ চেণ্টিমিটাৰ

১৩-১৪ চেণ্টিমিটাৰ

২৫-১৫ চেণ্টিমিটাৰ

উত্তৰ-১৩-১৪ চেণ্টিমিটাৰ


১৪. সমভূমি অঞ্চলত ব্ৰহ্মপুত্ৰ আৰু উপনৈসমূহৰ নদীতল আৰু দাঁতিকাষৰীয়া  ঠাইবোৰত এই গেদ জমা ?

হয়

নহয়

এটাও নহয়

উত্তৰ-হয়


১৫. উচ্চগতি  অঞ্চলত নদীৰ গতিপথৰ আকৃতি কেনেকুৱা ?

ইংৰাজী S আকৃতি দৰে

ইংৰাজী U আকৃতি দৰে

ইংৰাজী  V আকৃতি দৰে

উত্তৰ-ইংৰাজী  V আকৃতি দৰে


১৬. বৰাক নৈ অসমৰ কেইখন জিলাৰ মাজেৰে বৈ গৈছে ?  

২ খন

৩ খন

৪ খন

উত্তৰ-৩ খন


১৭. জুনৰ পৰা ছেপ্টেম্বৰ মাহৰ ভিতৰত প্ৰায় কিমান শতাংশ জল এই নৈৰে প্ৰবাহিত হয় ?

৮০-৯০ শতাংশ

৬৫-৮৫ শতাংশ

৭০-৮০ শতাংশ

উত্তৰ-৭০-৮০ শতাংশ


১৮. কিমান চনৰ ভূমিকম্পৰ পিছৰে পৰা নদীখনৰ তলি বাম হৈ অহা বাবে বৰ্তমান বছৰটোৰ সকলো সময়তে নিমাতীলৈহে ডাঙৰ জাহাজ চলাচল কৰিব পাৰে ?

১৯৬৮ চনত

১৯৫০ চনত

২০০৪ চনত

 উত্তৰ-১৯৫০ চনত


১৯. কৃষিৰ ক্ষেত্ৰত অসমৰ নদ-নদীসমূহৰ বিশেষ ভূমিকা ?

নাই

আছে

এটাও নহয়

 উত্তৰ-আছে


২০. বৰাক নৈখন প্ৰায় কিমান মিটাৰ পৰা কিমান মিটাৰ পৰ্যন্ত বহল ?

৩০ ৰ পৰা ৭৯০ মিটাৰ

৪৫ ৰ পৰা ৯০০ মিটাৰ

৩০ ৰ পৰা ৩০০ মিটাৰ

উত্তৰ-৩০ ৰ পৰা ৩০০ মিটাৰ