১)যশোদাই কাক বান্ধি থৈছিল ?

(ক) নিজৰ পুত্ৰক

(খ) গৰু পোৱালীকেইতাক

(গ) নন্দ ৰজাক

উত্তৰঃ (ক) নিজৰ পুত্ৰক


২) শিশুলীলা পাঠটিৰ লেখক কোন আছিল ?

(ক) শ্ৰী শ্ৰী মাধৱ দেৱ

(খ) শ্ৰী শ্ৰী শংকৰদেৱ

(গ) এজনো নহয়

উত্তৰঃ (খ) শ্ৰী শ্ৰী শংকৰদেৱ


৩) অসমীয়া জাতিৰ সংগঠক কোন ?

(ক) চন্দ্ৰকুমাৰ আগৰৱালা

(খ) শ্ৰীমন্ত শংকৰদেৱ

(খ) শ্ৰী শ্ৰী মাধৱ দেৱ

উত্তৰঃ (খ) শ্ৰীমন্ত শংকৰদেৱ


৪)  শ্ৰীমন্ত শংকৰদেৱৰ  কিমান চনত জন্ম হৈছিল ?

(ক) ১৪৪৮

(খ) ১৪৪৯

(গ) ১৪৮৯

উত্তৰঃ (গ) ১৪৮৯


৫) নন্দ জায়া কোন ?

(ক) নন্দ ৰজাৰ পত্নী

(খ) নন্দ ৰজাৰ ভাগিনী

(গ) নন্দ ৰজাৰ মাহী

উত্তৰঃ (ক) নন্দ ৰজাৰ পত্নী

৬)  কৃষ্ণ'ই ক'ত কিহত বহি মাখন খাই আছিল ?

(ক) গছৰ ওপৰত বহি

(খ) উড়লৰ ওপৰত বহি

(গ) চকীত বহি

উত্তৰঃ (খ) উড়লৰ ওপৰত বহি


৭) ক্ষৌম বস্ত্ৰ মানে কি ?

(ক) পাটৰ কাপোৰ

(খ) কপাহী কাপোৰ

(গ) পাতৰ কাপোৰ

উত্তৰঃ (ক) পাটৰ কাপোৰ


৮) শংকৰ দেৱৰ শ্ৰেষ্ঠ মূলক গ্ৰন্থখনৰ নাম কি ? 

(ক) নামঘোষা

(খ) ৰামবিজয়

(গ) ভক্তি ৰত্নাকৰ

উত্তৰঃ (গ) ভক্তি ৰত্নাকৰ


৯) শংকৰদেৱৰ সংলাপবিহীন নাটক খনৰ নাম ক ?

(ক) পাৰিজাত হৰণ

খ) ৰামবীজয়

(গ) চিহ্নযাত্ৰা

উত্তৰঃ (গ) চিহ্নযাত্ৰা


১০)  নন্দ ৰজাৰ পত্নীৰ নাম কি আছিল ?

(ক) যশোদা

(খ) মিনতী

(গ) দৌপদ্ৰী

উত্তৰঃ (ক) যশোদা


১১)  শংকৰ দেৱৰ কীৰ্তিস্তম্ভ কি ?

(ক) নাম-ঘোষা

(খ) সৰস্বতী

(গ) কীৰ্ত্তন ঘোষা 

উত্তৰঃ (গ) কীৰ্ত্তন ঘোষা

১২)  শংকৰ দেৱৰ কোনখন নাটকে নাট্যবুৰঞ্জীৰ পাতনি মেলিছিল ?

(ক) চিহ্নযাত্ৰা

(খ) কেলিগোপাল

(গ) কলিদমন

উত্তৰঃ (ক) চিহ্নযাত্ৰা


১৩)  বদন মানে কি ?

(ক) দুখ

(খ) সুখ

(গ) মুখ

উত্তৰঃ (গ) মুখ


১৮)  শংকৰ দেৱৰ জন্ম হোৱা জিলা ঠাইখনৰ নাম ?

(ক) মৰিগাঁও

(খ) তিনিচুকীয়া

(গ) নগাঁও

উত্তৰঃ (গ) নগাঁও


১৯) শিশুলীলা পাঠটিত কোনে মাখন চুৰি কৰি খাইছিল ?

(ক) নন্দৰাজে

(খ) যশোদাই

(গ) এটাও শুদ্ধ নহয়

উত্তৰঃ (গ) এটাও শুদ্ধ নহয়


২০)  আখি শব্দৰ অৰ্থ কি 

(ক) মনি

(খ) চকু

(গ) মুখ

উত্তৰঃ (খ) চকু