১। আমাৰ চৌদিশে কি আগুৰি আছে ?

(ক) জলবায়ু

(খ) বায়ু

(গ) পানী

উত্তৰঃ (খ) বায়ু


২। বায়ুমণ্ডল ভূপৃষ্ঠৰ পৰা প্ৰায় কিমান কি.মি. উচ্চতা পৰ্যন্ত প্ৰসাৰিত হৈ আছে ?

(ক) ১০,০০০ কি.মি.

(খ) ১২,০০০ কি.মি.

(গ) ২২,০০০ কি.মি

উত্তৰঃ (ক) ১০,০০০ কি.মি.


৩। বায়ুমণ্ডলক প্ৰধানকৈ কেইটা স্তৰত ভাগ কৰিব পাৰি ?

(ক) তিনিটা স্তৰত

(খ) দুটা স্তৰত

(গ) চাৰিটা স্তৰত

উত্তৰঃ (গ) চাৰিটা স্তৰত


৪। বায়ুমণ্ডলৰ একেবাৰে তলৰ স্তৰটো নাম কি ?

(ক) ট্ৰপ’স্ফিয়ে

(খ) মেছ’স্ফিয়েৰ

(গ) থাৰ্মোস্ফিয়েৰ

উত্তৰঃ (ক) ট্ৰপ’স্ফিয়েৰ


৫। মেঘ,বৰষুণ আদি সৃষ্টিৰ লগতে বতৰৰ কাৰ্য্য়-কলাপ এইবোৰ কোনটো স্তৰতে সংঘটিত হয় ?

(ক) মেছ’স্ফিয়েৰ

(খ) ষ্ট্ৰেট’স্ফিয়েৰ

(গ) ট্ৰপ’স্ফিয়েৰ

উত্তৰঃ (গ) ট্ৰপ’স্ফিয়েৰ


৬। বায়ুমণ্ডলৰ চাপৰ তাৰতম্য় প্ৰধানকৈ কেইটা কাৰণত সংঘটিত হয় ?

(ক) দুটা কাৰণত

(খ) এটা কাৰণত

(গ) তিনিটা কাৰণত

উত্তৰঃ (ক) দুটা কাৰণত


৭। ভূপৃষ্ঠৰ লগত লাগি থকা কিহক বায়ুৱে শোষণ কৰে ?

(ক) মেছ’স্ফিয়েৰ

(খ) ট্ৰপ’স্ফিয়েৰ

(গ) ষ্ট্ৰেট’স্ফিয়েৰ

উত্তৰঃ (খ) ট্ৰপ’স্ফিয়েৰ


৮। সূৰ্যৰ ৰশ্মি গোটেই বছৰ ধৰি কি অঞ্চলত পোনকে পৰে ?

(ক) বিষুৱীয় অঞ্চলত

(খ) মেৰু অঞ্চলত

(গ) এটাও নহয় ।

উত্তৰঃ (ক) বিষুৱীয় অঞ্চলত


৯। বায়ু  এবিধ কি পদাৰ্থ ?

(ক) গোটা পদাৰ্থ

(খ) গেছীয় পদাৰ্থ

(গ) জুলীয় পদাৰ্থ

উত্তৰঃ (খ) গেছীয় পদাৰ্থ


১০। বতাহক মূলতঃ কেইটা ভাগত ভগাব পাৰি ?

(ক) তিনিটা ভাগত

(খ) চাৰিটা ভাগ

(গ) এটা ভাগ

উত্তৰঃ (খ) চাৰিটা ভাগত


১১। পৰ্বত-পাহাৰৰ অৱস্থানেও কোনো ঠাইৰ কত প্ৰভাৱ বিস্তাৰ কৰে?

(ক) জলবায়ুত

(খ) সমুদ্ৰ সান্নিধ্য়ত

(গ) বতাহত

উত্তৰঃ (ক) জলবায়ুত


১২। প্ৰধানকৈ কোনসকলে অতি কষ্টকৰ জীৱন-যাপন কৰে? 

(ক) ককেছীয় গোষ্ঠীসকলে

(খ) এক্সিমসকলে

(গ) নিগ্ৰ’ইড গোষ্ঠীসকলে

উত্তৰঃ (খ) এক্সিমসকলে


১৩। জলবায়ুত কি উদ্ভিদ বিস্তৃতভাৱে গজে? 

(ক) শেলাই উদ্ভিদ

(খ) সৰলবৰ্গীয় উদ্ভিদ

(গ) ভেঁকুৰ উদ্ভিদ

উত্তৰঃ (খ) সৰলবৰ্গীয় উদ্ভিদ


১৪। বায়ুৰ আৰ্দ্ৰতা কেই প্ৰকাৰে প্ৰকাশ কৰা হয়?

(ক) এক প্ৰকাৰ

(খ) দুই প্ৰকাৰ

(গ) তিনি প্ৰকাৰ

উত্তৰঃ (খ) দুই প্ৰকাৰ


১৫। উদ্ভিদে জলবায়ুৰ ওপৰত কি প্ৰভাৱ পেলায়?

(ক) বায়ুৰ

(খ) প্ৰত্য়ক্ষ

(গ) ভূমিৰ

উত্তৰঃ (খ) প্ৰত্য়ক্ষ


১৬। বায়ু স্বাভাৱিকতে কি?

(ক) গেছীয়

(খ) সংকোচনশীল

(গ) বলে

উত্তৰঃ (খ) সংকোচনশীল


১৭। ৯০০ ফুটউচ্চতাত বায়ুৰ চাপ কিমান কমে?

(ক) ৩৪ মিলিবাৰ

(খ) ৩৫ মিলিবাৰ

(গ) ৩৬ মিলিবাৰ

উত্তৰঃ (ক) ৩৪ মিলিবাৰ


১৮। বতাহ কেইপ্ৰকাৰৰ?

(ক) ৪ প্ৰকাৰৰ

(খ) ৫ প্ৰকাৰৰ

(গ) ৭প্ৰকাৰৰ

উত্তৰঃ (ক) ৪ প্ৰকাৰৰ


১৯। বৰষুণ কেইপ্ৰকাৰৰ?

(ক) ৪ প্ৰকাৰৰ

(খ) ৫প্ৰকাৰৰ

(গ) ৭প্ৰকাৰৰ

উত্তৰঃ (খ) ৫প্ৰকাৰৰ


২০। বতৰ আৰু জলবায়ুৰ কাৰক কেইটা?

(ক) ১০ টা

(খ) ১১ টা

(গ) ৯টা

উত্তৰঃ (গ) ৯টা

Answer Type - Purnima Kakati