পোহৰৰ বাটেৰে আগবঢ়া গাঁওখন

১।  ৰাজস্থানৰ ৰাজধানী কি?

(ক) উদয়পুৰ

(খ) জয়পুৰ

(গ) গোলাপী চহৰ

উত্তৰঃ (খ) জয়পুৰ

২।  জয়পুৰৰ পৰা পিপলান্ত্ৰি গাওঁখনলৈ দূৰত্ব কিমান?

(ক) 250 কি. মি

(খ) 340 কি. মি.

(গ) 350 কি. মি.

উত্তৰঃ (গ) 350 কি. মি.

৩।  পিপলান্ত্ৰি গাওঁখনত এতিয়া কিমান সংখ্য়ক লোকে বাস কৰে?

(ক) 100000-ৰো অধিক

(খ) 5000-ৰো অধিক

(গ) 8000-ৰো অধিক

উত্তৰঃ (গ) 8000-ৰো অধিক

৪।  পিপলান্ত্ৰিক গাওঁখনলৈ ৰাষ্ট্ৰপতি পুৰস্কাৰ আগবঢ়োৱা ৰাষ্ট্ৰপতিজনৰ নাম কি?

(ক) প্ৰণৱ মুখাৰ্জী

(খ) ৰাম নাথ কোৱিন্দ

(গ) ড° এ পি জে আব্দুল কালাম

উত্তৰঃ (গ) ড° এ পি জে আব্দুল কালাম

৫।  “পোহৰৰ বাটেৰে আগবঢ়া গাওঁখন” পাঠটিৰ লেখক কোন?

(ক) জ্য়োতিপ্ৰসাদ আগৰৱালা

(খ) জ্য়োতিপ্ৰসাদ বুঢ়াগোহাঞি

(গ) ড° মৃণাল কলিতা

উত্তৰঃ (খ) জ্য়োতিপ্ৰসাদ বুঢ়াগোহাঞি

৬।  ভাৰত চৰকাৰে “স্বচ্ছ ভাৰত অভিযান” আঁচনিখন কিমান চনত ৰূপায়ণ কৰিছিল?

(ক) 2015 চনত

(খ) 2005 চনত

(গ) 2009 চনত

উত্তৰঃ (ক) 2015 চনত

৭।  বৰ্তমান সময়ত চলি থকা সকলোতকৈ ডাঙৰ সামাজিক এপ্ টোৰ নাম কি?

(ক) শ্বেয়াৰ শ্য়াট

(খ) গুগল

(গ) টিক্ টক্

উত্তৰঃ (খ) গুগল

৮।  2007 চনত হৈ থকা ভাৰতৰ ৰাষ্ট্ৰপতিজনৰ নাম কি?

(ক) এ পি জে আব্দুল কালাম

(খ) ৰাম নাথ কোৱিন্দ

(গ) প্ৰণৱ মুখাৰ্জী

উত্তৰঃ (ক) এ পি জে আব্দুল কালাম

৯।  ভ্ৰূণ শব্দৰ অৰ্থ কি?

(ক) পৃথিৱীৰ ভিতৰভাগ

(খ) গৰ্ভত থকা সন্তান

(গ) ভোমোৰা

উত্তৰঃ (খ) গৰ্ভত থকা সন্তান

১০।  পিপলান্ত্ৰিক গাওঁখনৰ ল’ৰা-ছোৱালীবোৰৰ পঢ়াশুনাৰ বাবে খৰচ কৰা বেংকটোৰ নাম কি?

(ক) ৰাজস্থান বেংক অৱ বৰদা

(খ) ষ্টেট বেংক অৱ ইণ্ডিয়া

(গ) ইউনিয়ন বেংক অৱ ইণ্ডিয়া

উত্তৰঃ (গ) ইউনিয়ন বেংক অৱ ইণ্ডিয়া

১১।  গাওঁখনক পুনৰ জীয়াই তোলা ব্যক্তিজনৰ নাম কি?

(ক) শ্যাম সুন্দৰ পালিৱাল

(খ) জ্যোতিপ্ৰসাদ বুঢ়াগোহাঞি

(গ) জ্যোতিপ্ৰসাদ আগৰৱালা

উত্তৰঃ (ক) শ্যাম সুন্দৰ পালিৱাল

১২।  শ্যাম সুন্দৰে কিমান বয়সত মাতৃক হেৰুৱাইছিল?

(ক) ৫ বছৰ বয়সত

(খ) ৩ বছৰ বয়সত

(গ) ২ বছৰ বয়সত

উত্তৰঃ (গ) ২ বছৰ বয়সত

১৩।  ভূগৰ্ভৰ পানী কিমান ফুট তললৈ নামি গৈছিল?

(ক) ৭০০ ফুট

(খ) ৫০০ ফুট

(গ) ৮০০ ফুট

উত্তৰঃ (গ) ৮০০ ফুট

১৪।   Tree Sisters নামৰ চিনেমাখন কত নিৰ্মাণ কৰা হৈছিল?

(ক) পিপলান্ত্ৰি গাওঁত

(খ) আৰ্জেন্টিনা গাওঁত

(গ) ওপৰৰ এটাও নহয়

উত্তৰঃ (ক) পিপলান্ত্ৰি গাওঁত

১৫।  কন্যা সন্তান জন্ম হলে কিমান গছপুলি ৰোৱা হয়?

(ক) ১১৩ জোপা

(খ) ১১১ জোপা

(গ) ১১২ জোপা

উত্তৰঃ (খ) ১১১ জোপা

১৬।  কন্যা সন্তান জন্ম হলে কিমান টকা দিয়া হয়?

(ক) ৩১,০০০ টকা

(খ) ৩৩,০০০ টকা

(গ) ৩২,০০০ টকা                                              

উত্তৰঃ (ক) ৩১,০০০ টকা

১৭।  ইউনিয়ন বেংক অব ইণ্ডিয়াই কিমান টকা আগবঢাইছিল?

(ক) ৭০ লাখ টকা

(খ) ৬০ লাখ টকা

(গ) ১৫ লাখ টকা

উত্তৰঃ (খ) ৬০ লাখ টকা

১৮।  অনায়াসে শব্দৰ অৰ্থ কি?

(ক) সহজে

(খ) অসজ

(গ) সিমান

উত্তৰঃ (ক) সহজে

১৯।  হ্ৰাসৰ বিপৰীত শব্দ কি?

(ক) বাঢ়ি যোৱা

(খ) কমি যোৱা

(গ) দীঘল হোৱা

উত্তৰঃ (ক) বাঢ়ি যোৱা

২০।  পিপলান্ত্ৰি গাওঁত কি চৰকাৰৰ আঁচনিসমূহ সফল ৰূপায়ন হৈছে

(ক) ৰাজস্থান

(খ) অসম

(গ) ইংলেণ্ড

উত্তৰঃ (ক) ৰাজস্থান