১।  যিয়ে ভগৱানক শ্ৰদ্ধা নকৰে তাক কি বুলি ঘিণাই?

(ক) অভদ্ৰ

(খ) নাস্তিক

(গ) অমানৱীয়তা

উত্তৰঃ (খ) নাস্তিক


২।  সন্মান পাঠটিৰ লেখক কোন?

(ক) আনন্দ্ৰ চন্দ্ৰ আগৰৱালা

(খ) হেমচন্দ্ৰ বৰুৱা

(গ) চন্দ্ৰকুমাৰ আগৰৱালা

উত্তৰঃ (খ) হেমচন্দ্ৰ বৰুৱা


৩।  হেমচন্দ্ৰ বৰুৱাৰ জন্ম কিমান চনত হৈছিল?

(ক) ১৮৩০ চনত

(খ) ১৮৩৪ চনত

(গ) ১৮৩৫ চনত

উত্তৰঃ (গ) ১৮৩৫ চনত


৪।  হেমচন্দ্ৰ বৰুৱাৰ চন্ম ক’ত হৈছিল?

(ক) মৰিগাঁৱত

(খ) যোৰহাট

(গ) শিৱসাগৰত

উত্তৰঃ (গ) শিৱসাগৰত


৫।  “সন্মান” নামৰ পাঠটি কোনখন পুথিৰ পৰা লোৱা হৈছে?

(ক) “হেমকোষ” পুথিখনৰ পৰা

(খ) “পাঠমালা” পুথিখনৰ পৰা

(গ) “আদিপাঠ” নামৰ পুথিখৰ পৰা

উত্তৰঃ (খ) “পাঠমালা” পুথিখনৰ পৰা


৬।  হেমচন্দ্ৰ বৰুৱাৰ পিতৃৰ নাম কি আছিল?

(ক) মুক্তাৰাম বৰুৱা

(খ) জ্য়োতি প্ৰসাদ বৰুৱা

(গ) নাৰায়ন দত্ত বৰুৱা

উত্তৰঃ (ক) মুক্তাৰাম বৰুৱা


৭।  হেমচন্দ্ৰ বৰুৱাৰ মৃত্য়ু কিমান চনত হৈছিল?

(ক) ১৮৩১ চনত

(খ) ১৮৯৮ চনত

(গ) ১৮৯৬ চনত

(ঘ) ১৮৯৫ চনত

উত্তৰঃ (গ) ১৮৯৬ চনত


৮।  হেমকোষ গ্ৰন্থখনৰ লেখক কোন?

(ক) হেমচন্দ্ৰ আগৰৱালা

(খ) হেমচন্দ্ৰ বৰুৱা

(গ) ওপৰৰ এজনো শুদ্ধ নহয়

উত্তৰঃ (খ) হেমচন্দ্ৰ বৰুৱা


৯।  “কানীয়াৰ কীৰ্ত্তন” কি?

(ক) গ্ৰন্থ

(খ) ৰচনা

(গ) নাটক

উত্তৰঃ (গ) নাটক


১০।  কানীয়াৰ কীৰ্ত্তৰ লেখক কোন?

(ক) হেমচন্দ্ৰ বৰুৱা

(খ) লক্ষ্মীনাথ বেজবৰুৱা

(গ) শ্ৰী শ্ৰী মাধৱদেৱ

উত্তৰৰঃ (ক) হেমচন্দ্ৰ বৰুৱা


১১।  তোহাৰি শব্দৰ অৰ্থ কি?

(ক) তেওঁৰ

(খ) তোমাৰ

(গ) কাৰোৱাৰ

উত্তৰঃ (খ) তোমাৰ


১২।  বেকত শব্দৰ অৰ্থ কি?

(ক) ব্যক্ত হৈ

(খ) নুবুজ

(গ) আনন্দ

উত্তৰঃ (ক) ব্যক্ত হৈ


১৩।  পঞ্চামৃত কি কি থাকে?

(ক) এৱাঁ গাখীৰ, দৈ, ঘিউ, মৌ আৰু চেনি

(খ) দৈ, ঘিউ, মৌ

(গ) মৌ, গাখীৰ, চেনি

উত্তৰঃ (ক) এৱাঁ গাখীৰ, দৈ, ঘিউ, মৌ আৰু চেনি


১৪।  মাধৱদেৱৰ জন্ম –

(ক) লক্ষিমপুৰৰ নাৰায়ণপুৰত

(খ) বৰদোৱা

(গ) যোৰহাট

উত্তৰঃ (ক) লক্ষিমপুৰৰ নাৰায়ণপুৰত


১৫।  দধিমথন কাৰ ৰচনা?

(ক) শংকৰদেৱৰ

(খ) মাধৱদেৱৰ

(গ) মাধৱ- কন্দলিৰ

উত্তৰঃ (খ) মাধৱদেৱৰ


১৬।  শ্ৰী-কৃষ্ণ ককায়েকৰ নাম কি? 

(ক) বলোৰাম

(খ) নন্দ

(গ) বসুদেৱ

উত্তৰঃ (ক) বলোৰাম


১৭।  নৱবৈষ্মৱ বক্তি আন্দোলনৰ গুৰিধৰোতা কোন আছিল?

(ক) মাধৱদেৱ

(খ) মাধৱ কন্দলি

(গ) মাধৱ বৰুৱা

উত্তৰঃ (ক) মাধৱদেৱ


১৮।  মাধৱদেৱ প্ৰথমে কি ধৰ্মৰ আছিল?

(ক) বৈষ্ণৱ ধৰ্মৰ

(খ) শাক্ত ধৰ্মৰ

(গ) ভাগৱতী ধৰ্মৰ

উত্তৰঃ (খ) শাক্ত ধৰ্মৰ


১৯।  তেখেতে কাৰ লগত তীৰ্থ ভ্ৰমণ কৰিবলৈ গৈছিল?

(ক) শংকৰদেৱৰ লগত

(খ) মাদৱ-কন্দলিৰ লগত

(গ) মাকৰ লগত

উত্তৰঃ (ক) শংকৰদেৱৰ লগত


২০। শংকৰ-মাধৱ মিলনক কি বোলে?

(ক) যুগ সংযোগ

(খ) মণিকাঞ্চন সংযোগ

(গ) ইহলীলা সংযোগ

উত্তৰঃ (খ) মণিকাঞ্চন সংযোগ