১) "মানৱ বন্দনা" পদ্য়টিৰ ৰচক কোন?

(ক) দুৰ্গেশ্বৰ শৰ্মা

(খ) ভূপেন হাজৰীকা

(গ) চন্দ্ৰকুমাৰ আগৰৱালা

উত্তৰঃ (গ) চন্দ্ৰকুমাৰ আগৰৱালা


২) পৰাৎপৰ শব্দটোৰ অৰ্থ কি?

(ক) সৰ্ব শ্ৰেষ্ঠ

(খ) সম্পূৰ্ণ নিজৰ 

(গ) ভ্ৰান্তি উপজোৱা জীৱ

উত্তৰঃ (ক) সৰ্ব শ্ৰেষ্ঠ


৩)  চন্দ্ৰকুমাৰ আগৰৱালাৰ জন্ম কিমান চনত হৈছিল?

(ক) ১৮৬৫ চনত

(খ) ১৮২৬ চনত

(গ) ১৮৬৭ চনত 

উত্তৰঃ (গ) ১৮৬৭ চনত 


৪) পাদ্য় শব্দৰ অৰ্থ কি?

(ক) ধৰ্ম

(খ) ভৰি ধুবলৈ দিয়া পানী

(গ) পৰম সত্য়

উত্তৰঃ (খ) ভৰি ধুবলৈ দিয়া পানী


৫)  প্ৰতিমা পুথিখনৰ ৰচক কোন?

(ক) লক্ষ্মীনাথ বেজবৰুৱা

(খ) ভূপেন হাজৰীকা

(গ) চন্দ্ৰকুমাৰ আগৰৱালা

উত্তৰঃ (গ) চন্দ্ৰকুমাৰ আগৰৱালা


৬)  কিমান চনত প্ৰতিমা পুথিখন ৰচনা কৰি উলিয়াইছিল?

(ক) ১৯১৪ চনত

(খ) ১৫৯৯ চনত 

(গ) ১৬৬৫ চনত

উত্তৰঃ (ক) ১৯১৪ চনত


৭)  বীণ বৰাগী কবিতা পুথিখনৰ ৰচক কোন?

(ক) সত্য়নাৰায়ন বৰা

(খ) লক্ষ্মীনাথ বেজবৰুৱা

(গ) এটাও নহয়

উত্তৰঃ (গ) এটাও নহয়


৮)  কবি চন্দ্ৰকুমাৰ আগৰৱালাৰ মৃত্য়ু কিমান চনত হৈছিল?

(ক) ১৯৩৭ চনত

(খ) ১৯৩৬ চনত

(গ) ১৯৩৮ চনত

উত্তৰঃ (গ) ১৯৩৮ চনত


৯) মানুহ কি জীৱ?

(ক) মায়াপী জীৱ

(খ) ময়াপী জীৱ

(গ) ওপৰৰ শুদ্ধ নহয়

উত্তৰঃ (খ) ময়াপী জীৱ


১০) চন্দ্ৰকুমাৰ আগৰৱালা কোন যুগৰ কবি আছিল?

(ক) জোনাকী যুগৰ

(খ) ৰোমান্টিক যুগৰ

(গ) আল্পনিক যুগৰ

উত্তৰঃ (খ) ৰোমান্টিক যুগৰ


১১) কাৰ সোঁতৰ অন্ত নাই?

(ক) ভগৱানৰ

(খ) মানুহৰ

(গ) লগৰ

উত্তৰঃ (খ) মানুহৰ


২) মানৱী জনম কিহে উটুৱাই দিয়ে?

(ক) কৰম সোঁতে

(খ) জন্মৰ সোঁতে

(গ) জ্ঞানৰ সোঁতে

উত্তৰঃ ১(ক) কৰম সোঁতে


১৩)  পৰাৎপৰ কোন?

(ক) মানুহ

(খ)  ভগৱান

(গ) কোনো নহয়

উত্তৰঃ (ক) মানুহ


১৪)  স্বৰ্গতো অধিক কি?

(ক) ঘৰ

(খ) আকাশ

(গ) পৃথিৱী

উত্তৰঃ (গ) পৃথিৱী


১৫) জোনাকী আলোচনী খন কাৰ ৰচনা?

(ক) সত্যনাথ বৰা

(খ) জ্যোতিপ্ৰসাদ আগৰৱালা

(গ) চন্দ্ৰকুমাৰ আগৰৱালা

উত্তৰঃ (গ) চন্দ্ৰকুমাৰ আগৰৱালা


১৬) বীণ ব'ৰাগী কবিতা পুথিখন কিমান চনত ৰচনা কৰিছিল?

(ক) ১৯৩২

(খ) ১৯২৪

(গ) ১৯২৩

উত্তৰঃ (গ) ১৯২৩


১৭) নিজাপী মানে কি?

(ক) সম্পূৰ্ণ নিজৰ 

(খ) নিজৰ

(গ) ওপৰৰ এটাও নহয়

উত্তৰঃ (ক) সম্পূৰ্ণ নিজৰ 


১৮)  কবিতাটোৰ ঘাই উদ্দেশ্য হ'ল

(ক) শ্ৰেষ্ঠত্ব প্ৰতিপন্ন কৰা

(খ) নৃত্ততা প্ৰতিপন্ন কৰা

(গ) আনন্দ প্ৰতিপন্ন কৰা

উত্তৰঃ (ক) শ্ৰেষ্ঠত্ব প্ৰতিপন্ন কৰা


১৯)  মৰম-চেনেহৰ জৰিয়তে কি পাব পাৰি?

(ক) সুখ

(খ) দুখ

(গ) হৰ্ষ

উত্তৰঃ (ক) সুখ


২০) কবিতাটোত কি প্ৰকাশ পায়?

(ক) মানৱতাবাদ

(খ) ব্যক্তিত্ববাদ

(গ) সন্তোষবাদ

উত্তৰঃ (ক) মানৱতাবাদ