১) গীত আৰু ছবি পদ্য়টিৰ ৰচক কোন?
(ক) চন্দ্ৰকুমাৰ আগৰৱালা
(খ) ভূপেন হাজৰীকা
দুৰ্গেশ্বৰ শৰ্মা
উত্তৰঃ দুৰ্গেশ্বৰ শৰ্মা

২) দুৰ্গেশ্বৰ শৰ্মাৰ জন্ম কিমান চনত হৈছিল?
(ক) ১৮৮০ চনত
(খ) ১৮৮২ চনত
(গ) ১৮৯৪ চনত
উত্তৰঃ (খ) ১৮৮২ চনত

৩) দুৰ্গেশ্বৰ শৰ্মা এ কিমান চনত এণ্ট্ৰেন্স পাছ কৰিছিল?
(ক) ১৮৯৯ চনত
(খ)  ১৮৯৩ চনত
(গ) ১৫২৪ চনত
উত্তৰঃ (ক) ১৮৯৯ চনত

৪) আলাস শব্দৰ অৰ্থ কি?
(ক) অতি মৰমৰ
(খ) আকাশ
(গ) প্ৰধান
উত্তৰঃ (খ) আকাশ

৫)  কিমান চনত "অঞ্জলী" কবিতা পুথিখন লিখিছিল?
(ক) ১৯১৫ চনত
(খ) ১৬১৫ চনত
(গ) ১৯১০ চনত 
উত্তৰঃ (গ) ১৯১০ চনত 

৬) দুৰ্গেশ্বৰ শৰ্মাই এণ্ট্ৰেন্স পাছ কৰা হাইস্কুলখনৰ নাম কি?
(ক) ডিব্ৰুগড় চৰকাৰী হাইস্কুল
(খ) যোৰহাট চৰকাৰী হাইস্কুল
(গ) মতিৰাম বৰা আদৰ্শ হাই স্কুল
উত্তৰঃ (খ) যোৰহাট চৰকাৰী হাইস্কুল

৭)  দুগেশ্বৰ শৰ্মাই কেইখন কবিতাপুথি ৰচনা কৰি উলিয়াইছিল?
(ক) এখন
(খ) দুখন
(গ) তিনিখন 
উত্তৰঃ (খ) দুখন

৮) কবি দুৰ্গেশ্বৰ শৰ্মাৰ মৃত্য়ু কিমান চনত হৈছিল?
(ক) ১৯১১ চনত
(খ) ১৯৯৯ চনত
(গ) ১৯৬১ চনত
উত্তৰঃ (গ) ১৯৬১ চনত

৯) তলৰ কোন দুখন দুৰ্গেশ্বৰ শৰ্মাৰ কবিতাপুথি?
(ক) পাৰ্থ পৰাজয় আৰু অঞ্জলি
(খ) অঞ্জলি আৰু নিবেদন 
(গ) এটাও শুদ্ধ নহয়
উত্তৰঃ (খ) অঞ্জলি আৰু নিবেদন  

১০) জগত শব্দৰ সমাৰ্থক শব্দ কি?
(ক) বিশ্ব ব্ৰহ্মাণ্ড
(খ) ভূমি
(গ) জীৱ
উত্তৰঃ (ক) বিশ্ব ব্ৰহ্মাণ্ড

১১) মৃত্য়ুৰ বিপৰীত  শব্দ কি?
(ক) মৰা শ
(খ) জন্ম
(গ) প্ৰাণ ত্য়াগ কৰা
উত্তৰঃ (খ) জন্ম

১২) দুৰ্গেশ্বৰ শৰ্মাৰ পেচা কি আছিল?
(ক) ওকালতি 
(খ) ডাক্তৰ
(গ) শিক্ষক
উত্তৰঃ (ক) ওকালতি 

১৩) তেখেতৰ অমিত্ৰাক্ষৰ ছন্দত লিখা কবিতাপুথিখনৰ নাম
(ক) পাৰ্থ পৰাজয়
(খ) বালিবধ
(গ) চন্দ্ৰাৱলী
উত্তৰঃ (ক) পাৰ্থ পৰাজয়

১৪) চন্দ্ৰাৱলী কোনখন পুথিৰ ভাঙনি?
(ক) অঞ্জলি
(খ) পাৰ্থ পৰাজয়
(গ) এজ ইউ লাইক ইট
উত্তৰঃ
 (গ) এজ ইউ লাইক ইট

১৫)  এই কবিতাটো কি ৰূপত তুলি দিয়া হৈছে ?
(ক) গুণাত্মক ৰূপত
(খ) কলাত্মক ৰূপত
(গ) কবিতাৰ ৰূপত
উত্তৰঃ (খ) কলাত্মক ৰূপত

১৬) তেখেতে আইনৰ পৰীক্ষা কিমান চনত পাছ কৰিছিল?
(ক) ১৯০৭ চনত 
(খ) ১৯০৬ চনত
(গ) ১৯০৮ চনত
উত্তৰঃ (খ) ১৯০৬ চনত 

১৭) ই.এ.চি ৰূপে কিমান চনত যোগদান কৰে?
(ক) ১৯০৯ চনত
(খ) ১৯১১ চনত
(গ) ২০১১ চনত
উত্তৰঃ (খ) ১৯১১ চনত

৮) নিবেদন খন কি?
(ক) কবিতাপুথি
(খ) গল্পপুথি
(গ) সাহিত্য পুথি
উত্তৰঃ (ক) কবিতাপুথি

১৯) দুৰ্গেশ্বৰ শৰ্মাৰ পিতৃৰ নাম কি?
(ক) সত্যনাথ শৰ্মা
(খ) কমলেশ্বৰ শৰ্মা
(গ) নিৰঞ্জন শৰ্মা
উত্তৰঃ (খ) কমলেশ্বৰ শৰ্মা

২০)  ভাল ছবিয়ে কিহত ঠাই পায়?
(ক) আলাসত ঠাই
(খ) মনত ঠাই
(গ) নিজৰ ভিতৰত
উত্তৰঃ (ক) আলাসত ঠাই