১।পৃথিৱীৰ মানুহক প্ৰধানকৈ কেইটা মানৱ জাতিত বিভক্ত কৰা হৈছে ?

(ক) দুটা জাতিত

(খ) তিনিটা জাতিত

(গ) এটা জাতিত

উত্তৰঃ (খ) তিনিটা জাতিত


২। মধ্য় এছিয়াৰ কিছু নিম্ন উষ্ণতাৰ অঞ্চলৰ মানুহবোৰক কি হিচাবে চিনাক্ত কৰা হয় ? 

(ক) মঙ্গোলীয়

(খ) নিগ্ৰ’ইড

(গ) ককেছীয়

উত্তৰঃ (ক) মঙ্গোলীয় 


৩। নিগ্ৰ’ইড গোষ্ঠীৰ লোকসকল দেহৰ ছাল প্ৰধানকৈ কি বৰণৰ ?

(ক) বাদামী-ক’লা বৰণৰ

(খ) বগা বৰণৰ

(গ) হালধীয়া বৰণৰ

উত্তৰঃ (ক) বাদামী-ক’লা বৰণৰ


৪। মঙ্গোলীয় গোষ্ঠীৰ লোকসকল দেহৰ ছাল প্ৰধানকৈ কি বৰণৰ ?

(ক) ক’লা বৰণৰ

(খ) হালধীয়া বৰণৰ

(গ) বগা বৰণৰ

উত্তৰঃ (খ) হালধীয়া বৰণৰ


৫। বৌদ্ধ ধৰ্ম প্ৰধানকৈ কেইটা ভাগত আছে ?

(ক) দুটা ভাগত

(খ) এটা ভাগত

(গ) চাৰিটা ভাগত

উত্তৰঃ (ক) দুটা ভাগত


৬। পৃথিৱীৰ বৌদ্ধধৰ্মী মুঠ জনসংখ্য়া প্ৰায় কিমান শতাংশ ?

(ক) ৬ শতাংশ

(খ) ৭ শতাংশ

(গ) ১০ শতাংশ

উত্তৰঃ (ক) ৬ শতাংশ


৭। ২০০৬ বৰ্ষৰ তথ্য় অনুসৰি সমগ্ৰ পৃথিৱীত কিমান কোটি বৌদ্ধ ধৰ্মাৱলম্বী লোক আছে ?

(ক) ৬৭ কোটি

(খ) ৩৮ কোটি

(গ) ৩৭ কোটি

উত্তৰঃ  (খ) ৩৮ কোটি


৮। ত্ৰিপিটাকা মূল গ্ৰন্থখন হ’ল কি ধৰ্মৰ ?

(ক) শিখ ধৰ্ম

(খ) হিন্দু ধৰ্ম

(গ) বৌদ্ধ ধৰ্ম

উত্তৰঃ (গ) বৌদ্ধ ধৰ্ম


৯। পৃথিৱীৰ মুঠ হিন্দু  ধৰ্মাৱলম্বী লোকৰ প্ৰায় কিমান শতাংশই ভাৰতবৰ্ষত বাস কৰে ?

(ক) ৮০ শতাংশ

(খ) ৬০ শতাংশ

(গ) ২০ শতাংশ

উত্তৰঃ (ক) ৮০ শতাংশ


১০। বৌদ্ধ ধৰ্ম জন্ম ক’ত হৈছিল ?

(ক) চীনত

(খ) ভাৰতবৰ্ষত

(গ) ভূটানত

উত্তৰঃ (খ) ভাৰতবৰ্ষত


১১। হিন্দুধৰ্মৰ কিমান শতাংশ মানুহ ভাৰতত আছে?

(ক) ১৫ শতাংশ

(খ) ২১ শতাংশ

(গ) ১৪ শতাংশ


উত্তৰঃ (গ) ১৪ শতাংশ


১২। মানুহৰ সৃষ্টি কি যুগত হৈছিল?

(ক) টাৰচেৰিয়া যুগ

(খ) হিমযুগ

(গ) দ্বাপৰ যুগ

উত্তৰঃ (খ) হিমযুগ


১৩।  মানুহৰ সৃষ্টি  ক’ত হৈছিল?

(ক) ইৰা

(খ) আফ্ৰিকা

(গ) ভাৰত

উত্তৰঃ (খ) আফ্ৰিকা


১৪। ভাৰতত প্ৰধান ধৰ্ম কেইটা?

(ক) ৫ট

(খ) ৬টা

(গ) ৪টা

উত্তৰঃ (গ) ৪টা


১৫। প্ৰধান ধৰ্ম কেইটা কি কি?

(ক) হিন্দু, ইছলাম, খ্ৰীষ্টান, বোদ্ধ

(খ) জৈন,শিখ, হিন্দু, বোদ্ধ

(গ) হিন্দু, বোদ্ধ, শিখ, ইছলাম

উত্তৰঃ (ক) হিন্দু, ইছলাম, খ্ৰীষ্টান, বোদ্ধ


১৬। পৃথিৱীৰ জনসংখ্যাৰ কিমান শতাংশ লোক এই ধৰ্ম চাৰিটাৰ লগত জড়িত? 

(ক) ৭৫ শতাংশ

(খ) ৪০ শতাংশ

(গ) ৪২ শতাংশ

উত্তৰঃ (ক) ৭৫ শতাংশ


১৭। খ্ৰীষ্টান ধৰ্মৰ আৱিৰ্ভাৱ কিমান বছৰ পূৰ্বে হৈছিল?

(ক) ৩০০০ বছৰ

(খ) ২০০০ বছৰ

(গ) ১০০০ বছৰ

উত্তৰঃ (খ) ২০০০ বছৰ


১৮। ইছলাম ধৰ্মৰ জন্ম কিমান বছৰ পূৰ্বে হৈছিল?

(ক) ১৫০০ বছ

(খ) ১৪০০ বছৰ

(গ) ৫০০ বছৰ

উত্তৰঃ (খ) ১৪০০ বছৰ


১৯। ইছলাম ধৰ্মৰ মূল গ্ৰন্থখনৰ নাম কি?

(ক) ত্ৰিপিটাকা

(খ) পাভবে

(গ) কোৰাণ

উত্তৰঃ (গ) কোৰাণ


২০। হিন্দু ধৰ্মৰ কিমান শতাংশ লোক আমাৰ ৰাজ্যত আছে

(ক) ৬৪.৯ শতাংশ

(খ) ৭৪.৯ শতাংশ

(গ) ৮৪.৯শতাংশ

উত্তৰঃ (ক) ৬৪.৯ শতাংশ

Answer Type - Purnima Kakati