১। পৃথিৱীৰ সকলো ঠাইতে কি একে নহয় ?

(ক) বায়ু

(খ) জলবায়ু

(গ) প্ৰাকৃতিক পৰিৱেশ

উত্তৰঃ (গ) প্ৰাকৃতিক পৰিৱেশ


২। মানুহৰ  আৰ্থিক কাম-কাজ বা বৃত্তিক কৰ্ম ব্য়ৱস্থা আৰু তাৰ বৈশিষ্ট্য়ৰ ওপৰত ভিত্তি কৰি প্ৰধানকৈ কেইটা শ্ৰেণীত বিভক্ত কৰা হয় ?

(ক) দুটা শ্ৰেণীত

(খ) তিনিটা শ্ৰেণীত

(গ) চাৰিটা শ্ৰেণীত

উত্তৰঃ (গ) চাৰিটা শ্ৰেণীত


৩। সাগৰ বা অন্য় জলাশয়ৰ পৰা মাছ সংগ্ৰহ কৰাটো এটা কি বৃত্তি ?

(ক) প্ৰাথমিক বৃত্তি

(খ) দ্বিতীয়ক বৃত্তি

(গ) তৃতীয়ক বৃত্তি

উত্তৰঃ (ক) প্ৰাথমিক বৃত্তি


৪। আমাৰ ভাৰতবৰ্ষৰ কৰ্মীলোকৰ প্ৰায় কিমান শতাংশই এতিয়াও কৃষি ?

(ক) ৪৫ শতাংশ

(খ) ৬৫ শতাংশ

(গ) ৫৬ শতাংশ

উত্তৰঃ (খ) ৬৫ শতাংশ


৫। খোৱাৰ উপযোগী কৰিবলৈ ধানৰ পৰা কি উলিয়াব লাগে ?

(ক) মাকৈ

(খ) চাউল

(গ) এটাও নহয় ।

উত্তৰঃ (খ) চাউল


৬। কি এবিধ শিল্পৰ দ্বাৰা উৎপাদিত দ্ৰব্য় ?

(ক) চাউল

(খ) মাকৈ

(গ) ধান

উত্তৰঃ (ক) চাউল


৭। কি বৃত্তিয়ে প্ৰধানকৈ বেংক, বিত্তীয়, বাণিজ্য় আদি সেৱাৰ লগতে প্ৰচাৰ মাধ্য়ম, জীৱন বীমা, প্ৰশাসন, গৱেষণা আদিকো সামৰি লৈছে ?      

(ক) চতুৰ্থক বৃত্তিয়ে

(খ) প্ৰাথমিক বৃত্তিয়ে

(গ) তৃতীয়ক বৃত্তিয়ে

উত্তৰঃ (ক) চতুৰ্থক বৃত্তিয়ে


৮। কৃষি, মাছ ধৰা, বনজ সম্পদ আহৰণ আদি কি বৃত্তিত পৰে ?

(ক) প্ৰাথমিক বৃত্তি

(খ) চতুৰ্থক বৃত্তি

(গ) তৃতীয়ক বৃত্তি

উত্তৰঃ (ক) প্ৰাথমিক বৃত্তি


৯। শিল্পোৎপাদন  প্ৰক্ৰিয়াৰ লগত জড়িত আৰ্থিক কাম-কাজকে কি বৃত্তি বোলে ? 

(ক) দ্বিতীয়ক বৃত্তি

(খ) চতুৰ্থক বৃত্তি

(গ) প্ৰাথমিক বৃত্তি

উত্তৰঃ (ক) দ্বিতীয়ক বৃত্তি


১০। কিছুসংখ্য়া প্ৰাথমিক বৃত্তিত নিয়োজিত ব্য়ক্তি নতুনকৈ কি বৃত্তিত নিয়োজিত হ’ব ? 

(ক) প্ৰাথমিক বৃত্তি

(খ) দ্বিতীয়ক বৃত্তি

(গ) তৃতীয়ক বৃত্তি

উত্তৰঃ (খ) দ্বিতীয়ক বৃত্তি


১১। ধান কি ?

(ক) এবিধ কৃষিজাত সম্পদ

(খ) এবিধ ঘনীজাত সম্পদ

(গ) এবিধ সাৰুৱা সম্পদ

উত্তৰঃ (ক) এবিধ কৃষিজাত সম্পদ


১২। ভাৰতবৰ্ষৰ কিমান শতাংশ লোক কৃষিৰ লগত জড়িত?

(ক) ৬৭ শতাংশ

(খ) ৬৫ শতাংশ

(গ) ৭০ শতাংশ

উত্তৰঃ (খ) ৬৫ শতাংশ


১৩। বৃত্তি কেইপ্ৰকাৰৰ?

(ক) দুই প্ৰকাৰৰ

(খ) তিনি প্ৰকাৰৰ

(গ) চাৰি প্ৰকাৰৰ

উত্তৰঃ (গ) চাৰি প্ৰকাৰৰ


১৪। ইংৰাজসকলে কি কি বৃত্তি প্ৰৱৰ্তন কৰে?

(ক) চাহশিল্প

(খ) খনিজ তেল, কয়লা

(গ) ওপৰৰ দুয়োটা

উত্তৰঃ (গ) ওপৰৰ দুয়োটা


১৫। পাৰ্বত্য অঞ্চল কি কৃষিৰ বাবে উপযোগী?

(ক) আধুনিক কৃষি

(খ) পুৰণিকৃষি

(গ) আদিম কৃষি

উত্তৰঃ (গ) আদিম কৃষি


১৬। বৃত্তিবোৰ কি কি?

(ক) প্ৰাথমিক কৃষি আৰু দ্বিতীয়ক কৃষি

(খ) তৃতীয়ক কৃষি আৰু চতুৰ্থক কৃষি

(গ) ওপৰৰ দুয়োটা

উত্তৰঃ (গ) ওপৰৰ দুয়োটা


১৭। প্ৰাথমিক কৃষি কি কি?

(ক) মাছ ধৰা,

(খ) খেতি কৰা

(গ) ওপৰৰ দুয়োটা

উত্তৰঃ (গ) ওপৰৰ দুয়োটা


১৮। দ্বিতীয় বৃত্তি কি কি ?  

(ক) শিল্প উদ্যোগৰ লগত জড়িত

(খ) কাম কৰা

(গ) ওপৰৰ এটাও নহয়

উত্তৰঃ (ক) শিল্প উদ্যোগৰ লগত জড়িত


১৯। কিহক বৃত্তি বুলি ধৰিব পাৰি?

(ক) নাচ,

(খ) গান

(গ) ওপৰৰ দুয়োটা

উত্তৰঃ (গ) ওপৰৰ দুয়োটা


২০। বেংকত কাম কৰাটো এটা বৃত্তি নে সেৱা?

(ক) বৃত্তি

(খ) সেৱা

(গ) ওপৰৰ দুয়োটা

উত্তৰঃ (গ) ওপৰৰ দুয়োটা

Answer  type by - Purnima Kakati